• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলী জিলা সাহিত্য সভাৰ দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুৰাভা দিৱস পালন

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 21, 2018 7:56 am
124
VIEWS
Share on FacebookShare on Twitter

মাজুলী জিলা সাহিত্য সভাই নামনি মাজুলী কণিষ্ঠ মহাবিদ্যালয় আৰু নামনি মাজুলী শাখা সাহিত্য সভাৰ সহযোগত মহাবিদ্যালয়খনিৰ প্ৰাঙ্গনত ১৯ আৰু ২০ জুনত দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুৰাভা দিৱস পালন কৰে।

১৯ এপ্ৰিলত বিভিন্ন কাৰ্যসূচীৰ হৈ যোৱাৰ পিছত বুধবাৰে পুৱা ৮-৪৫ বজাত জিলা সভাপতি প্ৰভাত বৰা বুঢ়াভকতে পতাকা উত্তোলন কৰাৰ পিছতে ৯-১৫ বজাত জিলা উপ সভাপতি ৰামেশ্বৰ শ‌ইকীয়াই স্মৃতি তৰ্পণ কৰে।

ইয়াৰ পিছতেই চিৰ চেনেহী গীতেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে গোৱাল গাঁঁও জোনাকী জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।

জিলা সম্পাদক ৰমেশ চন্দ্ৰ শ‌ইকীয়াই আঁতধৰা আৰু প্ৰভাত বৰা বুঢ়াভকতে সভাপতিত্ব কৰা সভাখনি উদ্বোধন কৰে নামনি মাজুলী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ কুশল হাজৰিকাই।

সভাত যুগল হাজৰিকা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকাৰ বিপৰীতে বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল নামনি মাজুলী শাখা সাহিত্য সভাৰ সভাপতি অনিল কুমাৰ বৰা আৰু মহকুমা কৃষি বিষয়া ভাৰত জ্যোতি বৰঠাকুৰ।

উক্ত অনুষ্ঠানতে এইবাৰৰ উঃ মাঃ চূড়ান্ত পৰীক্ষাত মাজুলীৰ ভিতৰত অসমীয়াত  সৰ্ব্বোচ নম্বৰ প্ৰাপ্ত নামনি মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰী ৰশ্মিৰেখা শ‌ইকীয়াক মুক্তিযোদ্ধা স্বৰ্গীয় উমাৰাম শ‌ইকীয়া স্মৃতি বঁটা প্ৰদান কৰে মাজুলী জিলা সাহিত্য সভাৰ আকাশ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী তথা অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মিনতি শ‌ইকীয়াই।

তদুপৰি মঙলবাৰে হৈ যোৱা বিষ্ণু প্ৰসাদ ৰাভা গীতৰ নিম্ন আৰু উচ্চ শাখাৰ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত সকলক পুৰস্কাৰ প্ৰদান কৰা হয়।

Recent News

উচ্চ ৰক্তচাপ থকা লোকসকলে কি কি খাদ্য খাব আৰু কি কি খাদ্য নাখাব?

উচ্চ ৰক্তচাপ থকা লোকসকলে কি কি খাদ্য খাব আৰু কি কি খাদ্য নাখাব?

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd