• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্লাষ্টিক নিষিদ্ধকৰণ কেৱল নামতহে নেকি? গুৱাহাটীৰ বজাৰে-সমাৰে এতিয়াও অবাধে চলিছে নিষিদ্ধ প্লাষ্টিক!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:33 am
75
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত চৰকাৰে একক ব্যৱহাৰযোগ্য প্লাষ্টিক (Single-Use Plastic) নিষিদ্ধ কৰাৰ প্ৰায় তিনি বছৰ অতিক্ৰম কৰাৰ পিছতো দেশৰ লগতে অসমৰ ৰাজধানী চহৰ গুৱাহাটীত ইয়াৰ প্ৰয়োগ সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই। শেহতীয়াকৈ পৰিৱেশ সম্পৰ্কীয় বেচৰকাৰী সংস্থা ‘টক্সিস্ক লিংক’ (Toxics Link)-এ প্ৰকাশ কৰা এখন প্ৰতিবেদন অনুসৰি, দেশৰ আন মহানগৰসমূহৰ তুলনাত গুৱাহাটীত প্লাষ্টিক নিষিদ্ধকৰণৰ নীতি অধিক ফলপ্ৰসূ হোৱা পৰিলক্ষিত হৈছে যদিও, চহৰখনৰ ৭৬ শতাংশ স্থানত এতিয়াও নিষিদ্ধ প্লাষ্টিকৰ ব্যৱহাৰ অব্যাহত আছে।

‘ৰিভিজিটিং ছিংগল ইউজ প্লাষ্টিক বেন’ (Revisiting Single Use Plastic Ban) শীৰ্ষক এই অধ্যয়নটোৰ পৰা পোহৰলৈ আহিছে যে গুৱাহাটীৰ অসংগঠিত খণ্ডসমূহত প্লাষ্টিক নিষিদ্ধকৰণৰ নীতিৰ চৰম উলংঘন ঘটিছে। বিশেষকৈ খাদ্যৰ বিপণী, ফল-মূলৰ ৰস আৰু নাৰিকল বিক্ৰেতা, ৰে’ল ষ্টেচন, বাছ আস্থান, শাক-পাচলিৰ বজাৰ, সাপ্তাহিক বজাৰ আৰু পৰ্যটন ক্ষেত্ৰসমূহত এতিয়াও ১০০ শতাংশ নিষিদ্ধ প্লাষ্টিকৰ ব্যৱহাৰ হৈ আছে। আনহাতে, পদপথৰ ব্যৱসায়ী (৯০%), ধৰ্মীয় স্থান (৯০%), গেলামালৰ দোকান (৮৩%) আৰু সৰু ৰেষ্টুৰেণ্টসমূহত (৭৮%) আংশিকভাৱে এই নীতি মানি চলা পৰিলক্ষিত হৈছে।

Apply Now

অধ্যয়নটোত প্ৰকাশ পোৱা অনুসৰি, গুৱাহাটীৰ শ্বপিং মল আৰু বেনাৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহত শূন্য শতাংশ নিষিদ্ধ প্লাষ্টিকৰ ব্যৱহাৰ পোৱা গৈছে, যিটো এক ইতিবাচক দিশ। ইয়াৰ উপৰিও আইচক্ৰীম বিক্ৰেতা আৰু পাইকাৰী বজাৰসমূহত মাত্ৰ ১৪ শতাংশ নিষিদ্ধ সামগ্ৰীৰ উপস্থিতি ধৰা পৰিছে। দিল্লী (৮৬%), মুম্বাই (৮৫%) আৰু ভুৱনেশ্বৰৰ (৮৯%) দৰে মেট্ৰ’ চহৰৰ তুলনাত গুৱাহাটীৰ প্ৰদৰ্শন কিছু পৰিমাণে উন্নত। বিশেষজ্ঞসকলৰ মতে, সুলভ আৰু নিৰ্ভৰযোগ্য বিকল্পৰ অভাৱৰ লগতে সৰবৰাহ শৃংখলৰ দুৰ্বল নিৰীক্ষণ ব্যৱস্থাৰ বাবেই সাধাৰণ ব্যৱসায়ীসকলে এতিয়াও কম মূল্যৰ নিষিদ্ধ প্লাষ্টিকৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে।

উল্লেখ্য যে, ২০২২ চনৰ জুলাই মাহত সমগ্ৰ ভাৰতত ১৯ বিধ একক ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰী নিষিদ্ধ কৰা হৈছিল। প্লাষ্টিকৰ পৰা নিৰ্গত হোৱা ‘মাইক্ৰ’প্লাষ্টিক’ আৰু ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থই পৰিৱেশ তথা মানৱ স্বাস্থ্যলৈ গভীৰ ভাবুকি কঢ়িয়াই আনিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

June 21, 2026 10:03 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

June 21, 2026 10:03 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd