• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

মোডীৰ ভ্ৰমণৰ প্ৰাক্ মুহূৰ্তত উত্তৰ-পূবৰ বাবে আঁচনি ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 16, 2017 10:24 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় কেবিনেটে শুকুৰবাৰে নন্ লেপছেব’ল চেন্ট্ৰেল পুল অফ্ ৰিচ’ৰ্ছেছ (এন এল চি পি আৰ) আঁচনিখনৰ ম্যাদ ২০২০ চন পৰ্যন্ত বৃদ্ধি কৰিছে। তদুপৰি, উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি এখন আৰু উত্তৰ পূৰ্বাঞ্চলৰ চাৰিটা প্ৰধান ঔদ্যোগিক গোটলৈ বিনিয়োগৰ ৰাজসাহায্য আগবঢ়াইছে। চৰকাৰৰ এক বিবৃতিত এই কথা প্ৰকাশ পাইছে।

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া উত্তৰ পূৰ্বাঞ্চলৰ দুই ৰাজ্য ক্ৰমে মেঘালয় আৰু মিজোৰাম ভ্ৰমণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অহাৰ এদিন আগতে এই আঁচনিৰ কথা ঘোষণা কৰা হৈছে।

Apply Now

প্ৰধানমন্ত্ৰী মোডীয়ে সভাপতিত্ব কৰা কেবিনেটখনে বৰ্তমান চলি থকা এনএলচিপিআৰ আঁচনিখনৰ ম্যাদ ২০২০ চনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়। ৯০: ১০ হাৰত পুঁজি মুকলি কৰাৰ এই আঁচনিখনৰ জৰিয়তে উক্ত সময়ছোৱাত মুঠতে ৫,৩০০ কোটি টকা মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় তথ্য প্ৰযুক্তি তথা আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে এই কথা প্ৰকাশ কৰিছে।

কেবিনেট সিদ্ধান্তৰ কথা সদৰি কৰি প্ৰসাদে কয় যে এইটোৱে চলি থকা প্ৰকল্পসমূহ সম্পৰ্ণ কৰাত সহায় কৰিব।

‘’কেবিনেটে ২০১৭-১৮ ৰ পৰা কাৰ্যকৰী হোৱাকৈ আৰম্ভ কৰা উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিখনত অনুমোদন জনায়। এই আঁচনিখনৰ জৰিয়তে কেন্দ্ৰৰ পৰা লাভ কৰিবলগীয়া এশ শতাংশ সম্পূৰ্ণ পুঁজিৰে ২০২০ চনৰ ভিতৰত অসম্পূৰ্ণ হৈ ৰোৱা আন্তঃগাঁথনি নিৰ্মাণ কৰিব পাৰিব,’’-প্ৰসাদে জানিবলৈ দিয়ে।

 

নতুন আঁচনিখনে পানী যোগান, বিদ্যুৎ, যাতায়ত আৰু বিশেষকৈ পৰ্যটন বিকাশৰ বাবে লোৱা প্ৰকল্পসমূহক বিস্তৃতভাৱে সামৰি ল’ব। এই আঁচনিখনে শিক্ষা আৰু স্বাস্থ্যৰ  সামাজিক খণ্ডৰ আন্তঃগাঁথনিতো সহায় কৰিব।

 

এই আঁচনিৰ অধীনত গঢ়ি উঠা সম্পদসমূহে যে কেৱল অঞ্চলটোৰ স্বাস্থ্যখণ্ড আৰু শিক্ষাখণ্ডকে যে শক্তিশালী কৰিব সেয়া নহয়, লগতে পৰ্যটনৰ সম্ভাৱনাও বৃদ্ধি কৰিব আৰু স্থানীয় যুৱক-যুৱতীৰ সংস্থাপনৰ সুবিধাও আগবঢ়াব। মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে লগতে কয় যে আগন্তুক বছৰত এই আঁচনিখনে অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন তৰান্বিত কৰিব।

 

এই আঁচনিখন ২০০৭ চনৰ উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ আৰু বিকাশ আঁচনিৰ কেন্দ্ৰীয় মূলধনী বিনিয়োগ ৰাজসাহায্য আঁচনিৰ অধীনত লোৱা হৈছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd