• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৬০ দিনৰ ভিতৰত চাকৰি নাপালে এৰিব লাগিব আমেৰিকা; প্ৰযুক্তি কৰ্মী ছাটাইত চাপত পৰিছে ভাৰতীয়সকল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 3:04 pm
59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় চফটৱেৰ ইঞ্জিনিয়াৰ আৰু প্ৰযুক্তি পেছাদাৰীসকলে বহু বছৰ ধৰি আমেৰিকাৰ প্ৰধান প্ৰযুক্তি কোম্পানীসমূহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ছিলিকন ভেলীৰ কেইবাটাও কোম্পানীৰ প্ৰযুক্তিগত ভেটি গঢ়ি তোলাতো তেওঁলোকে অৰিহণা যোগাইছে।

কিন্তু এতিয়া সেই ভাৰতীয় কৰ্মীসকলৰ বহুতেই ডাঙৰ সংকটত পৰিছে। কাৰণ নতুনকৈ ছাটাইৰ ঢৌৱে কেৱল চাকৰি কাঢ়ি লোৱাই নহয়, আমেৰিকাত থকাৰ অধিকাৰৰ বিষয়েও অনিশ্চয়তাৰ সৃষ্টি কৰিছে।

Apply Now

শেহতীয়াকৈ আমেৰিকাৰ আগশাৰীৰ প্ৰযুক্তি কোম্পানীসমূহে খৰচ কমোৱাৰ উদ্দেশ্যে ইজনৰ পিছত সিজন কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। প্ৰায় ৮ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে মেটাই। তাত কৃত্ৰিম বুদ্ধিমত্তা বা এআইৰ ওপৰত গুৰুত্ব আৰোপ কৰি ব্যৱসায়িক গাঁথনি সলনি কৰাৰ কাম চলি আছে। আমাজনেও কেইবাটাও ৰাউণ্ডত কৰ্মচাৰী হ্ৰাস কৰিছে। লিংকডইনকে ধৰি আন কেইবাটাও প্ৰযুক্তি কোম্পানীয়ে কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পথত আগবাঢ়িছে।

এই পৰিস্থিতিত এইচ-১বি ভিছাৰ ওপৰত কাম কৰা ভাৰতীয় টেক পেছাদাৰীসকল আটাইতকৈ বেছি চাপত পৰিছে। কাৰণ এই ভিছাটো নিয়োগকাৰী কোম্পানীটোৰ সৈতে পোনপটীয়াকৈ জড়িত। সাধাৰণতে কৰ্মীসকলে চাকৰি হেৰুৱাই চাকৰি বিচাৰিবলৈ মাত্ৰ ৬০ দিনহে পায়। এই সময়ছোৱাৰ ভিতৰত যদি তেওঁলোকে নতুন কোম্পানী এটাৰ পৰা স্পনছৰশ্বিপ নাপায় তেন্তে তেওঁলোকে হয়তো আমেৰিকা এৰিবলগীয়া হ’ব।

ফলস্বৰূপে চাকৰি হেৰুৱাটো এতিয়া কেৱল পেছাদাৰী সমস্যা নহয়। ইয়াৰ লগতে পৰিয়ালৰ ভৱিষ্যত, হোম লোন, শিশুৰ শিক্ষা, স্বাস্থ্য বীমা আৰু গ্ৰীণ কাৰ্ডৰ বাবে দীৰ্ঘদিনীয়া অপেক্ষাৰ কথাও জড়িত হৈ আছে। বহু ভাৰতীয় পেছাদাৰীয়ে বছৰ বছৰ ধৰি গ্ৰীণ কাৰ্ডৰ বাবে অপেক্ষা কৰি আছে। আমেৰিকাত বহু সন্তানৰ জন্ম হৈছিল। একাংশই আকৌ স্থায়ীভাৱে থকাৰ আশাত ঘৰ কিনিছে। চাকৰি হেৰুৱাৰ লগে লগে সেই সকলোবোৰ পৰিকল্পনা অনিশ্চিত হৈ পৰিছে।

আমেৰিকাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বৰ্তমান বহু ভাৰতীয় কৰ্মীয়ে বিকল্প পথৰ সন্ধানত আছে। ইয়াৰে কিছুমানে বি-২ ভিজিটৰ ভিছালৈ সলনি হ’বলৈ চেষ্টা কৰিছে। ইয়াৰ ফলত তেওঁলোকে নতুন চাকৰি বিচাৰিবলৈ অতিৰিক্ত কেইমাহমান সময় পাব পাৰে।

ইউ এছ চিটিজেনশ্বিপ এণ্ড ইমিগ্ৰেচন চাৰ্ভিচেছ বা ইউএছচিআইএছৰ নিয়ম অনুসৰি এইচ-১বি ভিছাধাৰীসকলে সাধাৰণতে চাকৰি হেৰুৱাৰ পিছত ৬০ দিনৰ ৰেহাইৰ সময়সীমা লাভ কৰে। বা আই-৯৪ৰ মৰ্যাদা শেষ নোহোৱালৈকে তেওঁলোকে থকাৰ সুযোগ পায়। এই সময়ছোৱাত তেওঁলোকে সিদ্ধান্ত ল’ব লগা হয় যে নতুন চাকৰি বিচাৰিব, আন ভিছা বিচাৰিব নে দেশলৈ উভতি যাব। মন কৰিবলগীয়া যে এই ৬০ দিনৰ হিচাপ শেষৰ দৰমহা পোৱা দিনৰ পৰা নহয়, শেষ কৰ্মদিনৰ পৰা আৰম্ভ হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd