• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বজাৰত বিলাহীৰ মূল্য মাত্ৰ ১ টকা! ঋণৰ বোজাত ক্ৰন্দনৰত মেৰাপানীৰ কৃষক, গৰুক খুৱাবলগীয়া হৈছে উৎপাদিত শস্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2026 4:17 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট জিলাৰ মেৰাপানীৰ বৃহত্তৰ দয়াং অঞ্চলত বিলাহীৰ মূল্য অভাৱনীয়ভাৱে হ্ৰাস পোৱাৰ ফলত শ শ কৃষকে তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে। বজাৰত প্ৰতি কিলোগ্ৰাম বিলাহীৰ মূল্য মাত্ৰ এক টকালৈ অৱনমিত হোৱাৰ বাবে কৃষকসকলে উৎপাদনৰ নামত কৰা ব্যয়ৰ সামান্য অংশও ঘূৰাই পোৱাত ব্যৰ্থ হৈছে আৰু উপায়ন্তৰ হৈ উৎপাদিত ফচল গৰুক খুৱাবলৈ বাধ্য হৈছে। আকস্মিকভাৱে হোৱা মূল্যৰ অৱনতিৰ বাবে দীৰ্ঘদিন ধৰি শাক-পাচলিৰ খেতিৰে স্বাৱলম্বী হৈ অহা অঞ্চলটোৰ কৃষক সমাজৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে।

কৃষকসকলে উন্নত মানৰ বীজ, সাৰ, কীটনাশক, জলসিঞ্চন আৰু শ্ৰমিকৰ নামত বৃহৎ পৰিমাণৰ ধন ব্যয় কৰি এক লাভালাভৰ আশা কৰিছিল। বহু পৰিয়ালে নিজৰ সাঁচতীয়া ধন ব্যয় কৰাৰ লগতে উন্নত ফচলৰ আশাত বেংক তথা ব্যক্তিগত খণ্ডৰ পৰা ঋণ পৰ্যন্ত লৈছিল। কিন্তু বৰ্তমান বজাৰত বিলাহীৰ মূল্য ইমানেই শোচনীয় যে উৎপাদিত সামগ্ৰী বজাৰলৈ কঢ়িয়াই নিয়াৰ খৰচ প্ৰকৃত বিক্ৰী মূল্যতকৈ অধিক হৈ পৰিছে।

Apply Now

পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছে যে বহু ব্যৱসায়ীয়ে কৃষকৰ পৰা বিলাহী ক্ৰয় কৰিবলৈকে অস্বীকাৰ কৰিছে। আন এগৰাকী ভুক্তভোগী কৃষকে সংবাদ মাধ্যমৰ আগত কয় যে ব্যৱসায়ীসকলে প্ৰতি কিলোগ্ৰাম বিলাহীৰ বিনিময়ত মাত্ৰ এক টকা দিব বিচাৰিছে, যাৰ ফলত তেওঁলোকে বিনিয়োগৰ সামান্য অংশও উদ্ধাৰ কৰিব পৰা ক্ৰেতাৰ অভাৱত উপায়হীন হৈ বহু কৃষকে খেতিপথাৰতে বিলাহী নষ্ট হ’বলৈ দিয়াৰ লগতে পশুধনৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈ পৰিছে।

এই সমগ্ৰ সংকটৰ মূল কাৰণ হিচাপে অঞ্চলটোত শীতল ভঁৰাল (cold storage) আৰু ফচল সংৰক্ষণৰ আন্তঃগাঁথনিৰ অভাৱকে চিহ্নিত কৰা হৈছে। ডাঙৰ কৃষিবজাৰসমূহত মূল্য সুস্থিৰ নোহোৱালৈকে উৎপাদিত সামগ্ৰী সংৰক্ষণ কৰি ৰখাৰ সুবিধা থাকে যদিও মেৰাপানীৰ কৃষকসকলৰ তেনে কোনো বিকল্প নাই। ফচল চপোৱাৰ লগে লগে সেয়া বিক্ৰী কৰিবলৈ তেওঁলোক বাধ্য হয়। আন এগৰাকী কৃষকে উদ্বেগ প্ৰকাশ কৰি কয় যে সংৰক্ষণৰ সুবিধা থকাহেঁতেন তেওঁলোকে বজাৰৰ মূল্য সুস্থিৰ হোৱালৈ অপেক্ষা কৰিব পাৰিলেহেঁতেন। কিন্তু আন্তঃগাঁথনিৰ অভাৱত এতিয়া পানীৰ দৰত ফচল বিক্ৰী কৰিবলগীয়া হৈছে বা পেলাই দিবলগীয়া হৈছে।

ক্ৰমাৎ বৃদ্ধি পোৱা বজাৰৰ এই অস্থিৰতাই কৃষকসকলক ক্ষুব্ধ কৰি তুলিছে আৰু তেওঁলোকে চৰকাৰৰ আন্তঃগাঁথনিমূলক বিফলতাক কঠোৰ সমালোচনা কৰিছে। কৃষকসকলে অসম চৰকাৰ আৰু কৃষি বিভাগৰ পৰা জৰুৰী হস্তক্ষেপৰ দাবী জনাইছে। এক সুশৃংখল ক্ৰয় ব্যৱস্থা, কাৰ্যক্ষম শীতল ভঁৰাল আৰু খাদ্য প্ৰস্তুতকৰণ উদ্যোগ স্থাপনৰ জৰিয়তে এই দুৰৱস্থাৰ অৱসান ঘটোৱাৰ আহ্বান জনোৱা হৈছে। সময়োচিত চৰকাৰী পদক্ষেপ গ্ৰহণ কৰা নহ’লে অনাগত দিনত মেৰাপানীৰ কৃষক সমাজ অধিক ঋণ আৰু হতাশাৰ গৰাহত পৰাটো নিশ্চিত। চৰকাৰী সঁহাৰি আৰু স্থায়ী সমাধানৰ অভাৱত অঞ্চলটোৰ কৃষি অৰ্থনীতিৰ ভৱিষ্যত বৰ্তমান তীব্ৰ অনিশ্চয়তাৰ মাজত আৱদ্ধ হৈ ৰৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd