• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2026 7:20 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্পৰ্কত তেওঁলোক আছিল শাহুৱেক আৰু জোঁৱায়েক। কিন্তু সেই পবিত্ৰ সম্পৰ্কৰ সীমা অতিক্ৰম কৰি তেওঁলোকৰ মাজত কেতিয়া প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিল, তাক কোনেও গমকে নাপালে। অৱশেষত নিজৰ দীৰ্ঘদিনীয়া প্ৰেমক স্বীকৃতি দিবলৈ দুয়ো ঘৰৰ পৰা পলাই গৈ বিয়া পাতিলে। এনে এক আচৰিত আৰু চাঞ্চল্যকৰ ঘটনাই এতিয়া তীব্ৰ জোকাৰণি তুলিছে উত্তৰ প্ৰদেশৰ কানপুৰত।

এই অগতানুগতিক বিয়াৰ এটা ভিডিঅ’ বৰ্তমান ইণ্টাৰনেটত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে শাহুৱেক আৰু জোঁৱায়েক দুয়োৰে ডিঙিত ফুলৰ মালা ওলমি আছে আৰু তেওঁলোকৰ হাতত এখন বিবাহৰ প্ৰমাণপত্ৰ আছে। এই ভিডিঅ’টো সমুখলৈ অহাৰ পিছতে ছচিয়েল মিডিয়াত চৰ্চাৰ অন্ত নোহোৱা হৈছে। নেটিজেনসকলে এই ঘটনাক লৈ বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে। একাংশ লোকে ইয়াক তেওঁলোকৰ সম্পূৰ্ণ ব্যক্তিগত সিদ্ধান্ত বুলি অভিহিত কৰাৰ বিপৰীতে বহুতে আকৌ এনে সম্পৰ্কৰ সামাজিক প্ৰভাৱক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

Apply Now

ইফালে এই ঘটনাক লৈ ছচিয়েল মিডিয়াত নানা ধৰণৰ চৰ্চা চলি থাকিলেও এতিয়ালৈকে পৰিয়ালটোৰ কোনো এজন সদস্যই এই সন্দৰ্ভত মুখ খোলা নাই। আনকি আৰক্ষীৰ ওচৰতো কোনো ধৰণৰ লিখিত গোচৰ তৰা হোৱা নাই। তথাপিও বিয়াৰ ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে স্থানীয় আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে, কানপুৰৰ আকবৰপুৰ নামৰ অঞ্চলটোত এই ঘটনা সংঘটিত হৈছে। স্থানীয় ৰাইজৰ দাবী অনুসৰি, তেওঁলোক দুয়োৰে মাজত দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক চলি আছিল। অৱশ্যে তেওঁলোকে কেতিয়া আৰু ক’ত এই বিয়া পাতিলে, সেই বিষয়ে এতিয়াও সবিশেষ তথ্য জানিব পৰা হোৱা নাই। কেৱল এইটোহে পোহৰলৈ আহিছে যে যুৱকজনে শাহুৱেকৰ সৈতে নতুন সংসাৰ আৰম্ভ কৰাৰ পূৰ্বে নিজৰ পত্নীক, অৰ্থাৎ শাহুৱেকৰ জীয়েকক ইতিমধ্যে বিবাহ বিচ্ছেদ দিছিল। বৰ্তমানলৈকে কোনো লিখিত অভিযোগ লাভ নকৰা বাবে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰাও কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

June 8, 2026 8:15 pm
ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

June 8, 2026 8:01 pm
জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

June 8, 2026 7:20 pm
ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

June 8, 2026 8:15 pm
ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

June 8, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd