• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বকাপৰ মঞ্চত ভাৰতীয় বংশোদ্ভৱ খেলুৱৈৰ চমক, তুৰস্কক হৰুৱাই অষ্ট্ৰেলিয়াৰ ঐতিহাসিক জয়

ফুটবল বিশ্বকাপৰ মহাৰণত এইবাৰ এক ডাঙৰ বিপৰ্যয় দেখিবলৈ পোৱা গৈছে। শক্তিশালী প্ৰতিপক্ষ তুৰস্কক দুই-শূণ্য গলৰ ব্যৱধানত পৰাস্ত কৰি অষ্ট্ৰেলিয়াই এক অনবদ্য জয় সাব্যস্ত কৰিছে। অজি দলটোৰ এই চমকপ্ৰদ জয়ৰ মাজতে এতিয়া সমগ্ৰ বিশ্বৰে লগতে ভাৰতীয় ফুটবল প্ৰেমীসকলৰ মাজতো এজন বিশেষ ফুটবলাৰক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। তেওঁৰ নাম হৈছে নিশান ভেলুপিল্লাই। ভাৰতীয় বংশোদ্ভৱ নিশানে এইবাৰ বিশ্বকাপৰ মূল মঞ্চত খেলিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 14, 2026 5:11 pm
74
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফুটবল বিশ্বকাপৰ মহাৰণত এইবাৰ এক ডাঙৰ বিপৰ্যয় দেখিবলৈ পোৱা গৈছে। শক্তিশালী প্ৰতিপক্ষ তুৰস্কক দুই-শূণ্য গলৰ ব্যৱধানত পৰাস্ত কৰি অষ্ট্ৰেলিয়াই এক অনবদ্য জয় সাব্যস্ত কৰিছে। অজি দলটোৰ এই চমকপ্ৰদ জয়ৰ মাজতে এতিয়া সমগ্ৰ বিশ্বৰে লগতে ভাৰতীয় ফুটবল প্ৰেমীসকলৰ মাজতো এজন বিশেষ ফুটবলাৰক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। তেওঁৰ নাম হৈছে নিশান ভেলুপিল্লাই। ভাৰতীয় বংশোদ্ভৱ নিশানে এইবাৰ বিশ্বকাপৰ মূল মঞ্চত খেলিছে।

ইয়াৰ পূৰ্বে প্ৰায় বিশ বছৰ আগতে জাৰ্মানীত অনুষ্ঠিত হোৱা ফুটবল বিশ্বকাপত ফ্ৰান্সৰ হৈ বিকাশ ধোৰাছু নামৰ এজন খেলুৱৈয়ে খেলিছিল। ফ্ৰান্সৰ নীলা জাৰ্চি পিন্ধি খেলপথাৰত নমা বিকাশৰ পূৰ্বপুৰুষসকল আছিল অন্ধ্ৰপ্ৰদেশৰ বাসিন্দা। ইমান দিনে তেৱেই আছিল বিশ্ব ফুটবলৰ সৰ্বশ্ৰেষ্ঠ মঞ্চত ভাৰতৰ একমাত্ৰ প্ৰতিনিধি। এতিয়া সেই সন্মানীয় তালিকাত স্থান লাভ কৰিলে নিশানে। নিশানৰ পিতৃ এগৰাকী শ্ৰীলংকান তামিল আৰু মাতৃ এগৰাকী ইংলো-ইণ্ডিয়ান। অষ্ট্ৰেলিয়াৰ ঘৰুৱা ফুটবলত তেওঁ এজন অতি পৰিচিত মুখ আৰু মেলবৰ্ণ ভিক্টৰী দলৰ হৈ এশৰো অধিক মেচ খেলিছে। ২৫ বছৰীয়া এই আক্ৰমণভাগৰ খেলুৱৈগৰাকীয়ে ২০২৪ চনৰ পৰা অষ্ট্ৰেলিয়াৰ জাতীয় দলৰ হৈ নিয়মীয়াকৈ খেলি অবিহনে আহিছে আৰু চীন তথা ইণ্ডোনেছিয়াৰ দৰে দেশৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় মেচত গলো কৰিছে।

তুৰস্কৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ মেচখনত অৱশ্যে নিশানে প্ৰথমৰে পৰা খেলা নাছিল। খেলৰ ৬১ মিনিটতহে তেওঁ বিকল্প খেলুৱৈ হিচাপে খেলপথাৰত প্ৰৱেশ কৰে আৰু মূলতঃ ৰক্ষণভাগৰ দায়িত্ব চম্ভালে। তেওঁ খেলপথাৰত নমাৰ পিছতেই অষ্ট্ৰেলিয়াই নিজৰ দ্বিতীয়টো গ’ল স্কোৰ কৰিবলৈ সক্ষম হয়। উল্লেখনীয় যে এইবাৰৰ বিশ্বকাপত মুঠ চাৰিটা দেশৰ দলত এনেকুৱা ফুটবলাৰ আছে যাৰ সৈতে ভাৰতৰ তেজৰ সম্পৰ্ক আছে, আৰু তেওঁলোকৰ নিকটতমসকলৰ ভিতৰত নিশানো এজন। আনহাতে দীৰ্ঘদিনৰ মূৰত অৰ্থাৎ ২৪ বছৰৰ পিছত বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰা তুৰস্কক এই মেচখনত যথেষ্ট শক্তিশালী বুলি ধৰা হৈছিল। সমগ্ৰ মেচখনত তুৰস্কৰ খেলুৱৈসকলে তীব্ৰ আধিপত্য দেখুৱাই ২৮ বাৰকৈ অষ্ট্ৰেলিয়াৰ গলপোষ্টলৈ শ্বট মাৰিছিল যদিও এটা গলো কৰিব নোৱাৰিলে। প্ৰথমখন মেচতে দুই-শূণ্য ব্যৱধানত জয়লাভ কৰি অষ্ট্ৰেলিয়াই এতিয়া পৰৱৰ্তী পৰ্যায়ৰ দৌৰত নিজকে বহুত আগুৱাই লৈ গৈছে।

Apply Now

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd