• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 26, 2026 3:00 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান ঘটিছে। বুধবাৰে ৯৮ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। প্ৰখ্যাত সাংবাদিক জৰ্জ পেনাচিঅ’ই তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে।

১৯৪৫ চনৰ ক্লাছিক ছবি ‘মিল্ড্ৰেড পিয়াৰ্চ’ত জোয়ান ক্ৰফৰ্ডৰ স্বাৰ্থপৰ আৰু নষ্ট কন্যাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বিশ্বব্যাপী ব্যাপক খ্যাতি অৰ্জন কৰে। এই দুৰ্দান্ত অভিনয়ৰ বাবে ব্লাইথে ১৯৪৬ চনত মাত্ৰ ১৭ বছৰ বয়সতে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বাবে অস্কাৰৰ মনোনয়ন লাভ কৰিছিল।

Apply Now

নিউয়ৰ্কৰ মাউণ্ট কিস্কোত জন্মগ্ৰহণ কৰা এই কৃষ্ণবৰ্ণা সুন্দৰীগৰাকীয়ে কম বয়সতে থিয়েটাৰ আৰু অপেৰাৰ সৈতে জড়িত হৈ পৰিছিল। ১৯৪১ চনত ব্ৰডৱেৰ নাটক ‘ৱাচ অন দ্য ৰাইন’ত অভিনয়ৰ অভিষেক ঘটাই হলিউডৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

১৯৪৪ চনত ডাঙৰ পৰ্দাত অভিষেক ঘটোৱাৰ পিছত ‘মিল্ড্ৰেড পিয়াৰ্চ’য়ে তেওঁৰ কেৰিয়াৰৰ গতি সলাই দিয়ে। পিছলৈ ব্ৰুট ফৰ্চ (১৯৪৭), দ্য গ্ৰেট কাৰুছ’ (১৯৫১), গ্ৰেগৰী পেকৰ বিপৰীতে দ্য ৱৰ্ল্ড ইন হিজ আৰ্মছ (১৯৫২) আৰু পল নিউমেনৰ সৈতে দ্য হেলেন মৰ্গান ষ্ট’ৰী (১৯৫৭) আদি সমালোচকৰ বহু প্ৰশংসিত ছবিত অভিনয় কৰে।

ব্লাইথে নিজৰ ব্যক্তিগত জীৱনত অতি সাহস প্ৰদৰ্শন কৰিছিল। ১৯৪৫ চনত আইচ স্লেডিং দুৰ্ঘটনাত তেওঁৰ মেৰুদণ্ড ভাঙি যায়। ডেৰ বছৰ হুইল চেয়াৰ আৰু বেক ব্ৰেচত পৰি থকাৰ পিছতো তেওঁ অভিনয় বন্ধ নকৰিলে।

১৯৫৭ চনৰ পিছত ডাঙৰ পৰ্দাৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও   দ্য চাউণ্ড অৱ মিউজিক আৰু চাউথ পেচিফিকৰ দৰে জনপ্ৰিয় মিউজিকেল থিয়েটাৰ আৰু টেলিভিছনত নিয়মিতভাৱে কাম কৰি থাকিল। ২০০৭ চনত তেওঁৰ চিকিৎসক স্বামী জেমছ মেকনাল্টি মৃত্যু হয়।

মৃত্যুৰ সময়ত তেওঁ পাঁচটা সন্তান, দহগৰাকী নাতি-নাতিনী আৰু অগণন গুণমুগ্ধক এৰি থৈ যায়। তেওঁৰ মৃত্যুৰ লগে লগে হলিউডৰ এক গৌৰৱময় অধ্যায়ৰ অন্ত পৰিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd