• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বানপীড়িতলৈ ক্ষতিপূৰণৰ প্ৰক্ৰিয়া আৰম্ভ : ৯ আগষ্টৰ পৰা ঘৰে ঘৰে গৈ কৰিব ক্ষয়-ক্ষতিৰ ডিজিটেল সমীক্ষা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2026 5:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ৰাজ্যৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা ৯ আগষ্টৰ পৰা ৩০ আগষ্টলৈ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত চাৰিখন জিলাত চৰকাৰৰ তৰফৰ পৰা ঘৰে ঘৰে গৈ বানত হোৱা ক্ষয়-ক্ষতিৰ সমীক্ষা চলোৱা হ’ব। সাহায্য প্ৰদান প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ উদ্দেশ্যে এইবাৰ এক ডিজিটেল এপ্লিকেচন ব্যৱহাৰ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে।

এই নতুন ডিজিটেল ব্যৱস্থাটোৰ নাম দিয়া হৈছে ৰেপিড এচেচমেণ্ট চাৰ্ভে অফ ফ্লাড ডেমেইজ এণ্ড প’ষ্ট ডিজেষ্টাৰ নিডছ এচেচমেণ্ট। সাধাৰণতে পুৰণি ধৰণৰ সমীক্ষাত বহু পলম হয়, সেয়েহে এইবাৰ প্ৰযুক্তিৰ সহায় লোৱা হৈছে। এই ব্যৱস্থাৰ জৰিয়তে সমীক্ষাকাৰী দলে ক্ষয়-ক্ষতিৰ তথ্য আৰু ফটো পোনপটীয়াকৈ এটা নিৰ্দিষ্ট এপত আপল’ড কৰিব পাৰিব। ইয়াৰ ফলত প্ৰকৃত বানপীড়িত পৰিয়ালসমূহক অতি সোনকালে চিনাক্ত কৰি আৰ্থিক সাহায্য প্ৰদান কৰাত সুবিধা হ’ব।

Apply Now

মুখ্যমন্ত্ৰী শৰ্মাই আশ্বাস দিছে যে এই সমীক্ষাত প্ৰতিখন ক্ষতিগ্ৰস্ত ঘৰ সামৰি লোৱা হ’ব আৰু কোনো প্ৰকৃত বানপীড়িত লোক সাহায্যৰ পৰা বঞ্চিত নহ’ব। চৰকাৰে নীতি-নিয়মৰ মাজেৰে বানপীড়িত পৰিয়ালসমূহক সৰ্বাধিক সাহায্য প্ৰদান কৰিব। ৩০ আগষ্টৰ ভিতৰত এই সমীক্ষা সম্পূৰ্ণ হোৱাৰ পিছত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে তথ্যসমূহ পুনৰীক্ষণ কৰা হ’ব। জিলা আয়ুক্ত, সহ-জিলা আয়ুক্ত আৰু চক্ৰ বিষয়াসকলক অতি স্পৰ্শকাতৰতাৰে এই দায়িত্ব পালন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে।

 আনহাতে, অসমৰ বান পৰিস্থিতি এতিয়াও ভয়াবহ হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি শেহতীয়াকৈ গোলাঘাট আৰু ওদালগুৰিত দুজন লোকৰ মৃত্যু হোৱাত এই বছৰ বানপানীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান ১৫ খন জিলাৰ ১.৬৮ লাখৰো অধিক লোক বানপানীৰ কবলত আছে। ইয়াৰ ভিতৰত গোলাঘাট জিলাত সৰ্বাধিক ৫৪ হাজাৰ লোক ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে শিৱসাগৰত ৪৯ হাজাৰ আৰু যোৰহাটত প্ৰায় ২৭ হাজাৰ লোক বানৰ কৱলত পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপীড়িতলৈ ক্ষতিপূৰণৰ প্ৰক্ৰিয়া আৰম্ভ : ৯ আগষ্টৰ পৰা ঘৰে ঘৰে গৈ কৰিব ক্ষয়-ক্ষতিৰ ডিজিটেল সমীক্ষা

বানপীড়িতলৈ ক্ষতিপূৰণৰ প্ৰক্ৰিয়া আৰম্ভ : ৯ আগষ্টৰ পৰা ঘৰে ঘৰে গৈ কৰিব ক্ষয়-ক্ষতিৰ ডিজিটেল সমীক্ষা

August 8, 2026 5:04 pm
পশ্চিম এছিয়াত নতুন নিৰাপত্তা সমীকৰণ: ১৪ খন দেশক লৈ চৌদি আৰবৰ নেতৃত্বত ‘বহুজাতিক সামুদ্ৰিক প্ৰতিৰক্ষা মিত্ৰজোঁট’ গঠন

পশ্চিম এছিয়াত নতুন নিৰাপত্তা সমীকৰণ: ১৪ খন দেশক লৈ চৌদি আৰবৰ নেতৃত্বত ‘বহুজাতিক সামুদ্ৰিক প্ৰতিৰক্ষা মিত্ৰজোঁট’ গঠন

August 8, 2026 4:20 pm
তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ সৈতেই থাকিব পত্নী সংগীতা; বিবাহ বিচ্ছেদৰ গোচৰ প্ৰত্যাহাৰ

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ সৈতেই থাকিব পত্নী সংগীতা; বিবাহ বিচ্ছেদৰ গোচৰ প্ৰত্যাহাৰ

August 8, 2026 3:37 pm
বানৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীৰ শেনচকু! কঠোৰ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

বানৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীৰ শেনচকু! কঠোৰ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

August 8, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপীড়িতলৈ ক্ষতিপূৰণৰ প্ৰক্ৰিয়া আৰম্ভ : ৯ আগষ্টৰ পৰা ঘৰে ঘৰে গৈ কৰিব ক্ষয়-ক্ষতিৰ ডিজিটেল সমীক্ষা

বানপীড়িতলৈ ক্ষতিপূৰণৰ প্ৰক্ৰিয়া আৰম্ভ : ৯ আগষ্টৰ পৰা ঘৰে ঘৰে গৈ কৰিব ক্ষয়-ক্ষতিৰ ডিজিটেল সমীক্ষা

August 8, 2026 5:04 pm
পশ্চিম এছিয়াত নতুন নিৰাপত্তা সমীকৰণ: ১৪ খন দেশক লৈ চৌদি আৰবৰ নেতৃত্বত ‘বহুজাতিক সামুদ্ৰিক প্ৰতিৰক্ষা মিত্ৰজোঁট’ গঠন

পশ্চিম এছিয়াত নতুন নিৰাপত্তা সমীকৰণ: ১৪ খন দেশক লৈ চৌদি আৰবৰ নেতৃত্বত ‘বহুজাতিক সামুদ্ৰিক প্ৰতিৰক্ষা মিত্ৰজোঁট’ গঠন

August 8, 2026 4:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd