• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জিলা প্ৰশাসনৰ নিৰ্দেশত আইজলৰ আৱাসিক এলেকাত ভূ-পতিত অট্টালিকা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 30, 2018 10:25 am
b-4-570x320
107
VIEWS
Share on FacebookShare on Twitter

মিজোৰামৰ ৰাজধানী আইজলৰ হানথাৰ আৱাসিক এলেকাত এটা ৪ মহলীয়া অট্টালিকা ভূ-পতিত কৰোৱা হয়। আইজলৰ জিলা প্ৰশাসনৰ নিৰ্দেশত এই অট্টালিকাটো ধ্বংস কৰা হয়।

উল্লেখ্য যে এই অট্টালিকাটো অসুৰক্ষিত বুলি প্ৰতিৱেদন লাভ কৰাৰ পাছত আইজলৰ উপায়ুক্ত ড০ এ মুথাম্মাই যোৱা ১০ জুনত ইয়াৰ আৱাসীসকলক অট্টালিকাটো খালি কৰাৰ নিৰ্দেশ দিয়াৰ লগতে নিয়ন্ত্ৰিতভাৱে ধ্বংস (Controlled Demolition) কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল।

উল্লেখ্য যে আৱাসীসকলৰ নিৰাপত্তাৰ দিশটো বিৱেচনা কৰি এই অট্টালিকাটোত নিয়ন্ত্ৰিত ধ্বংস প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পূৰ্বে ধ্বংসকাৰ্যৰ ফলত উদ্ভৱ হোৱা কম্পনৰ দ্বাৰা প্ৰভাৱিত হৈ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থকা ওচৰৰ কেইটামান অসুৰক্ষিত অট্টালিকাৰ পৰাও আৱাসীসকলক আঁতৰ কৰা হৈছিল।

শুকুৰবাৰে এই অট্টালিকাটো ধ্বংস কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয় আবেলি ৩-০০ মান বজাত অট্টালিকাটো ভাঙি পৰে।

উল্লেখ্য যে যোৱা বছৰৰ পৰা মাটি খহি থকাৰ ফলত অট্টালিকাটো যিকোনো মুহূৰ্ততে ভাঙি পৰাৰ সম্ভৱনা আছিল।

উল্লেখ্য যে এই অট্টালিকাটোৰ মালিক আছিল, অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়াল  মুখ্য মন্ত্ৰী লাল থানহাওলাৰ বৌয়েক বি ছাইৰেনপুই। ভূমি-ক্ষয়ৰ দ্বাৰা এই অট্টালিকাটোৰ লগতে আন এটা অট্টালিকাও প্ৰভাৱিত হৈছে।

যোৱা বছৰ এটা তিনি মহলীয়া অট্টালিকা ভাঙি পৰাৰ পাছত স্থানীয় প্ৰশাসনে আন ৬টা ধ্বংস-প্ৰৱণ অট্টালিকাও ভূপতিত কৰিছিল।

https://assam.nenow.in/wp-content/uploads/2018/06/collapse.mp4

Recent News

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd