• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

তেলেংগানাৰ কংগ্ৰেছ মুখ্যমন্ত্ৰী ৰেভন্থ ৰেড্ডীক আমেৰিকা ভ্ৰমণৰ অনুমতি নিদিলে মোদী চৰকাৰে : কিন্তু কি কাৰণে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2026 3:23 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেলেংগানাৰ কংগ্ৰেছ মুখ্যমন্ত্ৰী ৰেভন্থ ৰেড্ডীক আমেৰিকা ভ্ৰমণৰ অনুমতি নিদিলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে। শুকুৰবাৰে লণ্ডনৰ পৰা নিউয়ৰ্কলৈ যোৱাৰ কথা আছিল মুখ্যমন্ত্ৰীগৰাকীৰ। কিন্তু শেষ মুহূৰ্তলৈ অপেক্ষা কৰিও আমেৰিকা ভ্ৰমণৰ বাবে কেন্দ্ৰৰ পৰা অনুমতি লাভ নকৰিলে ৰেড্ডীয়ে।

বৰ্তমান ৰেভন্থ ৰেড্ডী লণ্ডনত আছে। আমেৰিকা যোৱাৰ অনুমতি নোপোৱাৰ পিছত তেওঁৰ বিদেশ ভ্ৰমণৰ কাৰ্যসূচী সলনি কৰিবলগীয়া হৈছে। এতিয়া দেওবাৰে হায়দৰাবাদলৈ উভতি অহাৰ কথা মুখ্যমন্ত্ৰীগৰাকী।

Apply Now

ৰেভন্থ ৰেড্ডীয়ে যোৱা সপ্তাহত ব্ৰিটেইন আৰু আমেৰিকা ভ্ৰমণৰ বাবে তেলেংগানা এৰিছিল। লণ্ডনত কেইবাটাও কাৰ্যসূচী সম্পন্ন কৰাৰ পিছত শুকুৰবাৰে নিউয়ৰ্কলৈ যোৱাৰ পৰিকল্পনা আছিল। কিন্তু আমেৰিকা ভ্ৰমণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমতি নোপোৱাত সেই কাৰ্যসূচী বাতিল কৰিবলগীয়া হয়।

তেলেংগানা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জানিব পৰা মতে, নিউয়ৰ্কত ৰেভন্থ ৰেড্ডীৰ কেইবাখনো শিক্ষা প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে বৈঠকৰ কথা আছিল। তেলেংগানাত সেই শিক্ষা প্ৰতিষ্ঠানসমূহৰ শাখা স্থাপনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আলোচনা আগবঢ়াইছিল।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে লগতে জনাইছে যে আমেৰিকা ভ্ৰমণৰ অনুমতি কিয় দিয়া নহ’ল, সেই বিষয়ে কেন্দ্ৰীয় চৰকাৰে কোনো কাৰণ উল্লেখ কৰা নাই। মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ দৰে উচ্চপদস্থ জনপ্ৰতিনিধিয়ে বিদেশ ভ্ৰমণ কৰাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ পৰা পলিটিকেল ক্লিয়াৰেন্স বা ৰাজনৈতিক অনুমতি ল’ব লাগে।

কংগ্ৰেছৰ অভিযোগ অনুসৰি, ইয়াৰ পূৰ্বেও বিজেপি-বিৰোধী কেইবাগৰাকী মুখ্যমন্ত্ৰীৰ বিদেশ ভ্ৰমণত কেন্দ্ৰীয় চৰকাৰৰ অনুমতি নোপোৱাৰ ঘটনা ঘটিছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিদেশ ভ্ৰমণক লৈও এনে বিতৰ্ক সৃষ্টি হৈছিল।

ৰেভন্থ ৰেড্ডীৰ আমেৰিকা ভ্ৰমণৰ অনুমতি নোপোৱা ঘটনাই এতিয়া পুনৰ কেন্দ্ৰ আৰু অবিজেপি ৰাজ্য চৰকাৰৰ মাজত বিদেশ ভ্ৰমণৰ অনুমতি সম্পৰ্কীয় বিতৰ্কক নতুন ৰূপ দিছে। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত কোনো স্পষ্ট কাৰণ ৰাজহুৱা নকৰাত বিষয়টোক লৈ ৰাজনৈতিক মহলত চৰ্চা বৃদ্ধি পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

August 21, 2026 4:54 pm
তেলেংগানাৰ কংগ্ৰেছ মুখ্যমন্ত্ৰী ৰেভন্থ ৰেড্ডীক আমেৰিকা ভ্ৰমণৰ অনুমতি নিদিলে মোদী চৰকাৰে : কিন্তু কি কাৰণে?

তেলেংগানাৰ কংগ্ৰেছ মুখ্যমন্ত্ৰী ৰেভন্থ ৰেড্ডীক আমেৰিকা ভ্ৰমণৰ অনুমতি নিদিলে মোদী চৰকাৰে : কিন্তু কি কাৰণে?

August 21, 2026 3:23 pm
ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

August 21, 2026 1:48 pm
যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

August 21, 2026 12:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

August 21, 2026 4:54 pm
তেলেংগানাৰ কংগ্ৰেছ মুখ্যমন্ত্ৰী ৰেভন্থ ৰেড্ডীক আমেৰিকা ভ্ৰমণৰ অনুমতি নিদিলে মোদী চৰকাৰে : কিন্তু কি কাৰণে?

তেলেংগানাৰ কংগ্ৰেছ মুখ্যমন্ত্ৰী ৰেভন্থ ৰেড্ডীক আমেৰিকা ভ্ৰমণৰ অনুমতি নিদিলে মোদী চৰকাৰে : কিন্তু কি কাৰণে?

August 21, 2026 3:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd