• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

এই প্ৰকল্পটো ভূমিকম্প প্ৰৱণ অঞ্চলত অৱস্থিত হোৱাৰ বাবে বিশেষজ্ঞসকলে এই প্ৰকল্পটোক ‘জল বোমা’ বুলি অভিহিত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2026 8:12 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাটৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পই অৰুণাচল প্ৰদেশৰ সীমান্তৰ সমীপত উদ্বেগ বৃদ্ধি কৰিছে। শেহতীয়াকৈ নেপালত হোৱা প্ৰলয়ংকৰী বানে এই উদ্বেগ আৰু অধিক তীব্ৰতৰ কৰি তুলিছে।

যদি কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়, তেন্তে প্ৰথম আঘাত বেইজিং নহয়, অৰুণাচল প্ৰদেশ, অসম আৰু নদীৰ নিম্ন অৱবাহিকাৰ প্ৰতিটো অঞ্চলত পৰিব।

Apply Now

চীনে তিব্বতৰ মেডগ কাউন্টিৰ ইয়াৰলুং ছাংপো নদীত এই প্ৰকল্পটো নিৰ্মাণ কৰি আছে। এই নদী ভাৰতত প্ৰৱেশ কৰি ছিয়াং আৰু পিছলৈ ব্ৰহ্মপুত্ৰ হৈ পৰে। ২০২৫ চনত এই প্ৰকল্পৰ নিৰ্মাণ আৰম্ভ হৈছিল আৰু ২০৩৩ চনৰ ভিতৰত কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে।এই প্ৰকল্পটো বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প হ’ব পাৰে, যাৰ ক্ষমতাই থ্ৰী গৰ্জৰ প্ৰায় তিনিগুণ বিদ্যুৎ উৎপাদন কৰিব পাৰে।

আনুমানিক খৰচ শত কোটি ডলাৰ অতিক্ৰম কৰিছে। এই প্ৰকল্পটো ভূমিকম্প প্ৰৱণ অঞ্চলত অৱস্থিত হোৱাৰ বাবে বিশেষজ্ঞসকলে এই প্ৰকল্পটোক ‘জল বোমা’ বুলি অভিহিত কৰিছে। শেহতীয়া অধ্যয়নত প্ৰকল্প এলেকাৰ তলত সক্ৰিয় ফল্ট লাইনৰ কথা উন্মোচিত হৈছে। হিমালয়ৰ এই অংশ ভূতাত্ত্বিকভাৱে অস্থিৰ। বৃহৎ পৰিমাণৰ ভূমিকম্প বা ভূমিস্খলন হ’লে বিশাল পৰিমাণৰ পানী নামি আহিব পাৰে।

নেপালৰ তিব্বতৰ পৰা হিমস্খলনৰ পিছত হোৱা বিধ্বংসী বানত বহু মৃত্যু আৰু সন্ধানহীন হোৱাৰ ঘটনাই লোকে এই বিপদৰ কথা সোঁৱৰাই দিয়ে। ব্ৰহ্মপুত্ৰ অৰুণাচল প্ৰদেশ আৰু অসমৰ লাখ লাখ মানুহৰ জীৱনৰেখা। কৃষি, মীনপালন, খোৱাপানী আৰু দৈনন্দিন জীৱন এই নদীৰ ওপৰত নিৰ্ভৰশীল। ওপৰত ইমান বৃহৎ বান্ধ এটাই নদীখনৰ স্বাভাৱিক প্ৰবাহত ব্যাঘাত জন্মাব পাৰে।

বাৰিষাৰ সময়ত অতিৰিক্ত পানী এৰি দিলে বান বাঢ়িব পাৰে। খৰালি কালত পানীৰ স্তৰ কমি গ’লে খৰাং পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। পৰিৱেশৰ প্ৰভাৱো চিন্তাৰ বিষয়। নদীখনৰ জৈৱ বৈচিত্ৰ্য আৰু স্থানীয় জনগোষ্ঠীৰ জীৱিকাৰ প্ৰতি ভাবুকি আহিব পাৰে। ভাৰত চৰকাৰে এই বিষয়ত তীক্ষ্ণ নজৰ ৰাখিছে। অৰুণাচল প্ৰদেশেও ছিয়াং নদীৰ ওপৰত নিজাকৈ প্ৰকল্পৰ পৰিকল্পনা কৰিছে। কিন্তু কেৱল ওলোটা প্ৰকল্পই (কাউণ্টাৰ প্ৰজেক্টে)যথেষ্ট নহয়।

নদীৰ মানচিত্ৰ অধিক স্পষ্ট কৰা, বান্ধৰ অৱস্থা নিয়মীয়াকৈ নিৰীক্ষণ কৰা আৰু কূটনৈতিক আলোচনাৰ পথ মুকলি কৰি ৰখাটো অতি প্ৰয়োজনীয়। আগতীয়া সতৰ্কবাণী ব্যৱস্থা শক্তিশালী কৰাটো প্ৰয়োজন। উপগ্ৰহৰ চিত্ৰ, নদীৰ প্ৰবাহ নিৰীক্ষণ আৰু আগতীয়া সতৰ্কবাণী ব্যৱস্থাই নিম্ন অৱবাহিকাৰ মানুহৰ জীৱন ৰক্ষা কৰিব পাৰে।

চীনে দাবী কৰিছে যে এই প্ৰকল্পটো ৰান অৱ দ্য ৰিভাৰ সদৃশ আৰু ইয়াৰ ফলত পৰিৱেশৰ নূন্যতম ক্ষতি হ’ব। কিন্তু স্বচ্ছতাৰ অভাৱ আৰু সীমিত তথ্য বিনিময়ৰ বাবে উদ্বেগ লাঘৱ হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am
ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

August 30, 2026 8:12 am
এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am
কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am
ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

August 30, 2026 8:12 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd