• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 5, 2026 10:51 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঋণৰ টকা সময়মতে পৰিশোধ কৰিব নোৱাৰাৰ বাবে এগৰাকী যুৱতীক কাপোৰ খুলি নিৰ্যাতন কৰাৰ অভিযোগক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বেংগালুৰুত। অভিযোগ অনুসৰি, ঋণদাতা সকলে যুৱতীগৰাকীক এটা ঘৰত আবদ্ধ কৰি নিৰ্যাতনৰ দৃশ্য ভিডিঅ’ কৰি ৰাখিছিল। সেই ভিডিঅ’ ৰাজহুৱা কৰি দিয়াৰ ভাবুকিও দিয়া হৈছিল বুলি জানিব পৰা গৈছে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে দুগৰাকী মহিলাসহ মুঠ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে, প্ৰায় দুবছৰ পূৰ্বে নিৰ্যাতিতা যুৱতীগৰাকীয়ে ৰেশমা নামৰ এগৰাকী মহিলাৰ পৰা ১ লাখ টকা ঋণ লৈছিল। সেই ধনৰ বিপৰীতে তেওঁ অধিক সুদ দিবলগীয়া হৈছিল। কিন্তু বিগত প্ৰায় ছয় মাহ ধৰি তেওঁ কোনো ধন পৰিশোধ কৰিব পৰা নাছিল। আনহাতে, নাজৰত নামৰ আন এগৰাকী মহিলাৰ পৰাও যুৱতীগৰাকীয়ে ৫০ হাজাৰ টকা ধাৰ লৈছিল। সেই ঋণৰ বিপৰীতে প্ৰতি সপ্তাহে ৫ হাজাৰ টকা সুদ দিব লাগিছিল। কিন্তু বিগত চাৰি সপ্তাহ ধৰি সেই ধনো পৰিশোধ কৰিব পৰা নাছিল যুৱতীগৰাকী।

Apply Now

এই পৰিস্থিতিৰ মাজতে নাজৰতে যুৱতীগৰাকীক নিজৰ ঘৰলৈ মাতি পঠিয়াইছিল। তেওঁ যুৱতীগৰাকীক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বুলি অভিযোগ উঠিছে। কিন্তু পিছত এই প্ৰতিশ্ৰুতিয়েই ‘ফান্দ’ত পৰিণত হয় বুলি যুৱতীগৰাকীয়ে অভিযোগ কৰে। তেওঁৰ দাবী অনুসৰি, তেওঁক এখন অট’ৰিক্সাত বহুৱাই জোৰকৈ এটা ঘৰলৈ লৈ যোৱা হৈছিল।

অভিযোগ অনুসৰি, সেই সময়ত ৰেশমা আৰু নাজৰতৰ সৈতে তেওঁলোকৰ দুই সহযোগী ছুহেল আৰু ছাইফো উপস্থিত আছিল। বেংগালুৰুৰ ওচৰৰ এটা ঘৰত যুৱতীগৰাকীক কাপোৰ খুলিবলৈ বাধ্য কৰি নিৰ্যাতন চলোৱা হৈছিল। কেৱল সেয়াই নহয়, সমগ্ৰ ঘটনাটো ভিডিঅ’ কৰি ৰখা হৈছিল আৰু ভৱিষ্যতে ঋণৰ ধন পৰিশোধ নকৰিলে সেই ভিডিঅ’ ৰাজহুৱা কৰি দিয়াৰ ভাবুকি দিয়া হৈছিল। পিছত যুৱতীগৰাকীক সেই ঘৰটোতে আবদ্ধ কৰি ৰখা হৈছিল ।

ইফালে, যুৱতীগৰাকী সন্ধানহীন হোৱাৰ পিছত তেওঁৰ মাতৃয়ে আৰক্ষীৰ কাষ চাপি অভিযোগ দাখিল কৰে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অৱশেষত যুৱতীগৰাকীৰ সন্ধান উলিয়ায় আৰু তেওঁক উদ্ধাৰ কৰে। ঘটনাটোৰ সম্পূৰ্ণ তদন্ত অব্যাহত আছে।

আৰক্ষীয়ে ইতিমধ্যে ৰেশমা, নাজৰত, ছুহেল আৰু ছাইফক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক জেৰা কৰি ঘটনাটোৰ আঁৰত আৰু কোনো লোক জড়িত আছে নেকি, সেই বিষয়েও তদন্ত চলাই আছে আৰক্ষীয়ে। ঋণৰ ধন আদায়ৰ নামত এগৰাকী যুৱতীৰ সৈতে সংঘটিত হোৱা এই ভয়ংকৰ ঘটনাই বেংগালুৰুত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

September 5, 2026 10:51 am
বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

September 5, 2026 9:31 am
কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

September 5, 2026 8:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

September 5, 2026 10:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd