• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

‘অবাধ্য’ লেবেলটো মচি পেলোৱাৰ এক তীব্ৰ প্ৰয়াসৰ মাজতে পৃথ্বীৰ ব্যক্তিগত জীৱন ক্ষতিগ্ৰস্ত হ’বলৈ ধৰিলে। প্ৰায় তিনিমাহ পূৰ্বে হঠাৎ তেওঁৰ বাগদত্তা আকৃতিয়ে ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2026 7:43 am
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্লীলতাহানিৰ গোচৰত জড়িত হৈছিল তেওঁৰ নাম। তেওঁৰ বাগদত্তাইও প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰিছিল। অৱশেষত পৃথ্বী শ্ব’ৰ এংগেজমেণ্ট ভাঙি গ’ল। বৃহস্পতিবাৰে ক্ৰিকেটাৰগৰাকীৰ বাগদত্তা আকৃতি আগৰৱালাই এংগেজমেণ্ট ভাঙি দিয়াৰ কথা ঘোষণা কৰে। অৱশ্যে এই সিদ্ধান্তৰ কাৰণ সন্দৰ্ভত আকৃতিয়ে মুখ খোলা নাই। মাত্ৰ ৬ মাহতে তেওঁলোকৰ এংগেজমেণ্ট কিয় ভাঙিল তাক লৈ ইণ্টাৰনেটত চৰ্চা চলি আছে।

টি-২০ বিশ্বকাপৰ ফাইনেলৰ দিনা পৃথ্বীয়ে ছ’চিয়েল মিডিয়াত আকৃতিৰ সৈতে এংগেজমেণ্টৰ খবৰ ঘোষণা কৰে। তেওঁ দীৰ্ঘদিন ধৰি জাতীয় দলৰ পৰা আঁতৰি আছে। অৱশ্যে এইবাৰৰ আই পি এলত তেওঁক দললৈ মাতে দিল্লী কেপিটেলছে।

 ক্ৰিকেট অনুৰাগীসকলে ভাবি আছিল যে প্ৰেম জীৱনত থিতাপি লোৱাৰ পিছত পৃথ্বীয়ে হয়তো পুনৰ আগৰ দৰে ক্ৰিকেটত মনোনিৱেশ কৰিব পাৰিব। তেওঁ নিজৰ প্ৰতিভাৰ সৈতে ন্যায় কৰিব। এটা সময়ত পৃথ্বীক শচীন তেণ্ডুলকাৰৰ লগত তুলনা কৰা হৈছিল। কিন্তু পৃথ্বীৰ কেৰিয়াৰ নিম্নগামী হৈ পৰিল।

Apply Now

‘অবাধ্য’ লেবেলটো মচি পেলোৱাৰ এক তীব্ৰ প্ৰয়াসৰ মাজতে পৃথ্বীৰ ব্যক্তিগত জীৱন ক্ষতিগ্ৰস্ত হ’বলৈ ধৰিলে। প্ৰায় তিনিমাহ পূৰ্বে হঠাৎ তেওঁৰ বাগদত্তা আকৃতিয়ে ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল। তেওঁৰ বাৰ্তা আছিল, ‘আগতেও মোক বহুবাৰ প্ৰতাৰণা কৰা হৈছে। কিন্তু মই কেতিয়াও মুকলিকৈ কোৱা নাছিলো। এতিয়াও বিশ্বাস কৰিব পৰা নাই, ইমান দূৰলৈ অহাৰ পিছত…’ ।

প’ষ্টত পৃথ্বীৰ নাম নাছিল যদিও নেটিজেনে ধৰি লৈছিল যে পৃথ্বীয়ে এংগেজমেণ্টৰ পিছতো তেওঁক প্ৰতাৰণা কৰিছিল। ইয়াৰ সমান্তৰালকৈ আকৃতিয়ে লিখিছে, ‘সকলো গুঞ্জন সঁচা আছিল। ছ’চিয়েল মিডিয়াত তেওঁৰ বিষয়ে দেখা সকলো কথা সঁচা।’

নেটজগতৰ বহুতেই দাবী কৰে যে আকৃতিয়ে ছ’চিয়েল মিডিয়াত প’ষ্টৰ জৰিয়তে পৃথ্বী আন কাৰোবাৰ সম্পৰ্কত আছে বুলি জানিব পাৰিছিল। সেইবাবেই তেওঁ এনে এটা পোষ্ট দিয়ে। পিছত অৱশ্যে আকৃতিয়ে সেই পোষ্টটো ডিলিট কৰি দিয়ে।

সেই ঘটনাৰ তিনিমাহ পিছত আকৃতিয়ে ঘোষণা কৰিলে যে তেওঁলোকৰ এংগেজমেণ্ট ভাঙিছে। ইনষ্টাগ্ৰামত তেওঁৰ বাৰ্তা আছিল যে তেওঁলোকে ইজনে সিজনক ভাল পালেও একেলগে খোজ দিয়াটো সম্ভৱ নহয়। সেইবাবেই তেওঁলোকে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে।

এই সন্দৰ্ভত প্ৰশ্ন কৰি তেওঁলোকক বিব্ৰতত নকৰিবলৈও আকৃতিয়ে আহ্বান জনাইছে। কিন্তু ৬ মাহৰ ভিতৰতে কিয় সম্পৰ্ক বিচ্ছিন্ন হ’ল সেই চৰ্চা বন্ধ হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

September 18, 2026 8:41 am
ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

September 18, 2026 7:43 am
৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

September 18, 2026 8:41 am
ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

September 18, 2026 7:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd