• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

নিৰ্বাচনৰ ফলাফল প্ৰকাশ পোৱাৰ পিছত ৰাছিয়াৰ জনসাধাৰণ যে পুটিনৰ লগত আছে সেয়া স্পষ্ট হৈ পৰিছে। তেওঁলোকে তেওঁৰ নীতিক সমৰ্থন কৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2026 8:07 am
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২২ চনত ইউক্ৰেইনত সামৰিক অভিযানৰ পিছত ৰাছিয়াত এইটোৱেই প্ৰথম সংসদীয় নিৰ্বাচন। আৰু সেই নিৰ্বাচনত ভ্লাদিমিৰ পুটিন নেতৃত্বাধীন ইউনাইটেড ৰাছিয়াই বৃহৎ জয়লাভ কৰিছে। বাস্তৱিকতে অপ্রাসংগিক হৈ পৰিছে বিৰোধী৷

ৰাছিয়াৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি এতিয়ালৈকে ৯৫ শতাংশতকৈ অধিক ভোট গণনা কৰা হৈছে। ৰাছিয়াৰ কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ মুৰব্বী এলা পামফিলোভাই কয় যে পুটিন নেতৃত্বাধীন ইউনাইটেড ৰাছিয়াই ৫৭.৮৩ শতাংশ ভোট লাভ কৰি নিৰ্বাচনত জয়লাভ কৰিছে।

এই নিৰ্বাচনত দ্বিতীয় স্থানত আছে কমিউনিষ্ট পাৰ্টি। তেওঁলোকে ১৩.৮১ শতাংশ ভোট লাভ কৰে। আনহাতে, ৮.৯৮ শতাংশ ভোট লাভ কৰি তৃতীয় স্থানত আছে উগ্ৰ জাতীয়তাবাদী এল ডি পি আৰ। চতুৰ্থ স্থানত আছে নিউ পিপলছ পাৰ্টি। তেওঁলোকে ৭.৯৬ শতাংশ ভোট লাভ কৰে।

Apply Now

ৰাছিয়াৰ সংসদৰ মুঠ আসনৰ সংখ্যা ৪৫০খন। ইয়াৰে ২২৫খন আসন ৰাছিয়াৰ আইনসভা ডুমাত। বাকী ২২৫খন আসন বাকী অঞ্চলসমূহত বিস্তৃত হৈ আছে। দেশত প্ৰায় ১১ কোটি পঞ্জীয়নভুক্ত ভোটাৰ আছে। যোৱা শুকুৰবাৰৰ পৰা দেওবাৰলৈ ভোটগ্ৰহণ কৰা হৈছিল। মুঠ ভোটদানৰ হাৰ আছিল ৫৬.৬৬ শতাংশ।  ভোটদান মূলতঃ বেলটত কৰা হৈছিল যদিও বিদেশত বাস কৰা ৰাছিয়াৰ নাগৰিকসকলে ইলেক্ট্ৰনিকভাৱে ভোটদান কৰিছিল।

ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত ৰাছিয়াত অনুষ্ঠিত হোৱা প্ৰথমটো সংসদীয় নিৰ্বাচনক লৈ সমগ্ৰ বিশ্বই কৌতুহলী হৈ পৰিছিল। ক্ৰেমলিনৰ বাবে এই নিৰ্বাচন কেৱল সংসদ নিৰ্বাচন নাছিল, বিশ্বলৈ বাৰ্তা প্ৰেৰণৰ মাধ্যমো আছিল। নিৰ্বাচনৰ ফলাফল প্ৰকাশ পোৱাৰ পিছত ৰাছিয়াৰ জনসাধাৰণ যে পুটিনৰ লগত আছে সেয়া স্পষ্ট হৈ পৰিছে। তেওঁলোকে তেওঁৰ নীতিক সমৰ্থন কৰে। বিশেষজ্ঞসকলে এইদৰেই ভাৱে। নিৰ্বাচনত ইউক্ৰেইন যুদ্ধৰ কোনো প্ৰভাৱ নপৰিল।

উল্লেখ্য যে কমিউনিষ্ট পাৰ্টি, এল ডি পি আৰ, এ জাষ্ট ৰাছিয়া আৰু নিউ পিপলৰ দৰে দলক শক্তিশালী বিৰোধী দল বুলি গণ্য কৰা নহয়। বৰঞ্চ গুৰুত্বপূৰ্ণ বিষয়ত চৰকাৰৰ কাষত থিয় দিয়ে। ইয়াৰ ভিতৰত ইয়াবলোকো দলক একমাত্ৰ বিৰোধী বুলি গণ্য কৰা হয়, যিয়ে ইউক্ৰেইন যুদ্ধৰ মুকলি বিৰোধিতা কৰিছিল। দলটোৱে আলোচনাৰ জৰিয়তে যুদ্ধৰ অন্ত পেলোৱাৰ পোষকতা কৰে। কিন্তু আগষ্ট মাহত ৰাছিয়াৰ উচ্চতম ন্যায়ালয়ে দলটোক নিৰ্বাচনত নিষেধাজ্ঞা আৰোপ কৰিছিল।

এই নিৰ্বাচনত ৰাছিয়াই দখল কৰা ইউক্ৰেইনৰ ভূখণ্ডত প্ৰথমবাৰৰ বাবে ভোটদান অনুষ্ঠিত হৈছে। ডনেস্ক, লুহানস্ক, খেৰচন আৰু জাপ’ৰিজিয়াত ভোটগ্ৰহণ কৰা হয়। অৱশ্যে ৰাছিয়াৰ এই পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছিল আন্তঃৰাষ্ট্ৰীয় মহলে। ইউক্ৰেইন আৰু ইউৰোপীয় ইউনিয়নেও ৰাছিয়াৰ নিৰ্বাচনক অবৈধ বুলি ঘোষণা কৰিছিল। কিন্তু সেই সকলোবোৰৰ মাজতো মস্কোত পুটিনৰ দুৰ্গ অক্ষত থাকিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

September 22, 2026 9:06 am
ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

September 22, 2026 8:07 am
কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

September 22, 2026 7:44 am
তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

September 22, 2026 9:06 am
ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

September 22, 2026 8:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd