• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2026 9:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নামচাং চাহ বাগিচাত শুকুৰবাৰে নিশা এক অত্যন্ত কৰুণ আৰু হৃদয়বিদাৰক ঘটনা সংঘটিত হয়। বাগিচাখনৰ পুবৰুণ বস্তিত নিশাৰ অন্ধকাৰত এক বনৰীয়া হাতীৰ দলে হঠাতে তাণ্ডৱ চলাই এঘৰ মানুহৰ বাসগৃহ এফালৰ পৰা ভাঙি লণ্ডভণ্ড কৰে। এই ভয়ংকৰ উপদ্ৰৱৰ ফলত একেটা পৰিয়ালৰে দুজন সদস্যৰ থিতাতে কৰুণ মৃত্যু ঘটে। মৃত ব্যক্তি দুগৰাকী পুবৰুণ বস্তিৰ বাসিন্দা ৰামেন তাঁতী আৰু তেওঁৰ মাত্ৰ সাত বছৰীয়া জীয়ৰী ৰশ্মি তাঁতী বুলি চিনাক্ত কৰা হৈছে। এই হৃদয়বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোক আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Apply Now

প্ৰাপ্ত খবৰ অনুসৰি, শুকুৰবাৰে নিশা যেতিয়া পৰিয়ালটো নিজৰ ঘৰত নিদ্ৰাৰত অৱস্থাত আছিল, তেতিয়াই বনৰীয়া হাতীৰ জাকটোৱে পুবৰুণ বস্তিত প্ৰৱেশ কৰি ৰামেন তাঁতীৰ ঘৰত হঠাতে আক্ৰমণ চলায়। হাতীৰ তাণ্ডৱত ঘৰৰ মানুহখিনি অতিকৈ আতংকিত হৈ পৰে। নিজৰ ৭ বছৰীয়া কণমানি জীয়ৰী ৰশ্মিক বচাবৰ বাবে ৰামেনে তাইক লৈ সুৰক্ষিত স্থানলৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু দুৰ্ভাগ্যবশত, হাতীৰ আক্ৰমণৰ পৰা তেওঁলোক সাৰি যাব নোৱাৰিলে আৰু হাতীৰ আক্ৰমণত পিতৃ-কন্যা দুয়োৰে শোকাৱহ মৃত্যু হয়। আনহাতে, ঘটনাৰ সময়ত ঘৰত উপস্থিত থকা ৰামেনৰ পত্নী আৰু আন এগৰাকী জীয়ৰী ভাগ্যক্ৰমে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয়।

এই কৰুণ ঘটনাৰ পিছতে স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতো বন বিভাগৰ কোনো কৰ্মচাৰী বা বিষয়া ঘটনাস্থলীত সময়মতে উপস্থিত নোহোৱাৰ অভিযোগ তুলি স্থানীয় ৰাইজে তীব্ৰ অসন্তোষ ব্যক্ত কৰে। ইয়াকে লৈ অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়। স্থানীয় লোকসকলে অভিযোগ কৰা মতে, অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। তেওঁলোকে এনে ধৰণৰ মানুহ আৰু হাতীৰ সংঘাত ৰোধ কৰিবলৈ আৰু ভৱিষ্যতে লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ প্ৰশাসন আৰু বন বিভাগক তৎকালীনভাৱে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd