• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

এই মহাকাব্যিক ইনিংছৰ জৰিয়তে আধুনিক ক্ৰিকেটৰ অন্যতম সফল চেজ মাষ্টাৰে মাষ্টাৰ ব্লাষ্টাৰৰ দ্বৈত মেগা অভিলেখ অতিক্ৰম কৰিলে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2026 7:49 am
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকৌ এবাৰ ক্ৰিকেট বিশ্বৰ সিংহাহনত ‘কিং কোহলী’। তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে অনায়াসে জয়লাভ কৰিলে। শুভমন গিলৰ দলটোৱে ৮টা উইকেট হাতত ৰাখিয়েই কেৰিবিয়ান দলে দিয়া ২৯৬ ৰানৰ প্ৰত্যাহ্বান অতিক্ৰম কৰে।

সৌজন্যত অধিনায়ক আৰু প্ৰাক্তন তাৰকাৰ দুটা শতকীয় ইনিংছ। বিৰাট কোহলীয়ে ১৩৯ ৰানৰ অপৰাজিত ইনিংছেৰে শচীন টেণ্ডুলকাৰৰ দ্বৈত বিশ্ব

ৰান চেজত আগ্ৰাসীভাৱে আৰম্ভণি কৰে ৰোহিত শৰ্মাই। কিন্তু তেওঁ ভাল আৰম্ভণিৰ ছন্দ বজাই ৰাখিব নোৱাৰিলে। তেওঁ ব্যক্তিগত ৩২ ৰানত নিজৰ উইকেটটো দি পেভলিয়নলৈ ওভতে।

Apply Now

ইয়াৰ পিছত কোহলী-গিলৰ যুটিয়ে বাইশ গজত দমন আৰম্ভ কৰে। বিৰাট কোহলীয়ে ৭৪টা বলত ৫৫ সংখ্যক এদিনীয়া শতক অৰ্জন কৰে। তেওঁ ১৩৯ ৰানত অপৰাজিত হৈ থাকে।

এই মহাকাব্যিক ইনিংছৰ জৰিয়তে আধুনিক ক্ৰিকেটৰ অন্যতম সফল চেজ মাষ্টাৰে মাষ্টাৰ ব্লাষ্টাৰৰ দ্বৈত মেগা অভিলেখ অতিক্ৰম কৰিলে। বিৰাটে মাত্ৰ ৩০৩ টা ইনিংছতে ১৫,০০০ এদিনীয়া ৰানৰ মাইলৰ খুঁটিত উপনীত হয়। ইয়াৰ উপৰিও বিৰাটেই এতিয়া ঘৰুৱা খেলপথাৰত এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰানৰ মালিক।

শুভমন গিলে বিৰাটক এক যোগ্য সমৰ্থন আগবঢ়ায়। ইনিংছৰ আৰম্ভণিতে তেওঁ এবাৰ জীৱনদান পাইছিল। ভাৰতীয় অধিনায়কগৰাকীয়ে সেই সুযোগ ব্যৱহাৰ কৰি ১১০ ৰানৰ দৰ্শনীয় ইনিংছ খেলে। কোহলীৰ সৈতে তেওঁৰ পাৰ্টনাৰশ্বিপে ১৫০ ৰান অতিক্ৰম কৰি প্ৰতিপক্ষক সম্পূৰ্ণৰূপে খেলৰ পৰা বাহিৰ কৰি দিয়ে। ৪১.৪ অভাৰত মাত্ৰ ২টা উইকেট হেৰুৱাই ৩০০ ৰান সংগ্ৰহ কৰি খেলখনত জয়লাভ কৰে ভাৰতে।

ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে টছত পৰাস্ত হৈ বেটিং কৰিবলৈ নামে। পেচাৰসকলৰ বাবে ব্যৰ্থতাৰ দিনটোত জাষ্টিন গ্ৰীভছৰ দুৰ্দান্ত ১০১ আৰু জন কেম্পবেলৰ ৬২ ৰানৰ সহায়ত তেওঁলোকে নিৰ্ধাৰিত ৫০ অভাৰত ২৯৫/৭ ৰান সংগ্ৰহ কৰে। অপেনিং যুটীত আহে ১৩৫ৰান। শেষত আমিৰ জাংগুৱে মাত্ৰ ৪৩টা বলত ৫৮ ৰানৰ বিস্ফোৰক ইনিংছ খেলে।

কিন্তু কুলদীপ যাদৱে অকলেই এই ৰানৰ পাহাৰত খহনীয়া আনে। মাজৰ অভাৰত তেওঁৰ স্পিন মেজিকে প্ৰতিপক্ষক দিশহাৰা কৰি পেলায়। তেওঁ ১০ অভাৰত মাত্ৰ ৪০ ৰান দি ৪টা মূল্যৱান উইকেট দখল কৰে, য’ত আছিল এটা মেডেনো। বিপজ্জনক শ্বাই হোপৰ পিছত তেওঁ (১২) শতক অৰ্জনকাৰী গ্ৰীভছকো আউট কৰে। বাওঁহতীয়া স্পিনাৰগৰাকীয়ে পৰৱৰ্তী বলত জুৱেল এণ্ড্ৰুক আউট কৰি হেট্ৰিকৰ দুৱাৰদলিতো উপনীত হৈছিল। তেওঁৰ এই অনবদ্য স্পেলেই ভাৰতৰ বিজয়ৰ ভেটি প্ৰায় সুদৃঢ় কৰি তুলিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

September 28, 2026 7:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd