• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰাৰ সাংবাদিক হত্যাৰ গোচৰত চি বি আইৰ জালত বিজেপিৰ মিত্ৰদল আই পি এফ টিৰ বিধায়ক

পিনাকী দাস by পিনাকী দাস
July 2, 2018 5:20 pm
Santanu Bhowmik

যোৱা বছৰ আই পি এফ টিৰ পথ অৱৰোধৰ সময়ত সংবাদ সংগ্ৰহ কৰিবলৈ গৈ হত্যাৰ বলি হোৱা শান্তনু ভৌমিক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে ১ জুলাইত ত্ৰিপুৰাত যোৱা বছৰ ২০ ছেপ্তেম্বৰত সংঘটিত সাংবাদিক শান্তনু ভৌমিকৰ হত্যাৰ গোচৰত বিজেপিৰ মিত্ৰদল আই পি এফ টিৰ এজন বিধায়ককে ধৰি ভালেমান লোকক আটক কৰিছে। আই পি এফ টিৰ বিধায়কজনৰ নাম হ’ল ধীৰেন্দ্ৰ দেববৰ্মন। তেওঁৰ উপৰি দলটোৰ নেতা বলৰাম দেববৰ্মন আৰু অমিত দেববৰ্মনকো চি বি আয়ে আটক কৰিছে। লগতে দলটোৰ ৩০০-৫০০ সদস্যকো সোধা-পোছাৰ বাবে আটক কৰে।

উল্লেখযোগ্য যে যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে অগা-পিছাকৈ ৰাজ্যখনত সাংবাদিকক হত্যাৰ দুটাকৈ ঘটনা সংঘটিত হৈছিল। শান্তনু ভৌমিকক আই পি এফ টিৰ দ্বাৰা কৰা পথ অৱৰোধৰ সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁতে অৱৰোধস্থলী মানডোৱাইত হত্যা কৰা হৈছিল। তেওঁক প্ৰথমে অপহৰণ কৰি নি পিছত চোকা অস্ত্ৰেৰে আঘাত কৰি হত্যা কৰা হৈছিল।

Apply Now

আনহাতে আনজন সাংবাদিক সুদীপ দত্তক নৱেম্বৰৰ ২১ তাৰিখে গুলীয়াই হত্যা কৰা হৈছিল ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ ২য় বেটেলিয়নৰ হেড কোৱাৰ্টাৰৰ ভিতৰত।

ৰাজ্যত তেতিয়া শাসনত থকা মানিক সৰকাৰ নেতৃত্বাধীন বাওঁমৰ্চা চৰকাৰে দুয়োটা ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰি দিছিল। সেইমতে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বিজেপি-আই পি এফ টি চৰকাৰে দুয়োটা গোচৰ চি বি আইক দিয়াত বিচাৰ প্ৰক্ৰিয়া স্থগিত হয় আৰু নতুন তদন্ত আৰম্ভ হয়।

মন কৰিব লগীয়া যে সুকীয়া তিপৰালেণ্ডৰ দাবীৰ ভিত্তিত গঠিত হোৱা আই পি এফ টি বিজেপিৰ মিত্ৰ দল আৰু যোৱা নিৰ্বাচনত বাওঁমৰ্চাক আঁতৰাই দুয়োটা দলে শাসনত বহিছে।

এনে পৰিপ্ৰেক্ষিতত সাংবাদিক হত্যাৰ গোচৰত আই পি এফ টিৰ বিধায়ক চি বি আইৰ জালত পৰাটোৱে অস্বস্তিত পেলাইছে দুয়োটা দলকে।

আনহাতে আই পি এফ টিৰ তৰফৰ পৰা এই পৰ্য্যন্ত কোনো প্ৰতিক্ৰিয়া দিয়া হোৱা নাই। দলে পিছত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলি সংবাদ মাধ্যমক এৰাই চলে। যোৱা নিৰ্বাচনত দলটোৰ ৮জন বিধায়ক নিৰ্বাচিত হৈছিল।

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd