• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

এন পি পিৰ পৰা গাৰো পাহাৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ উপাধ্যক্ষৰ পদত্যাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2017 7:43 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাৰো পাহাৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ উপাধ্যক্ষ মেত্ৰিনছন জি মমিনে আজি এন পি পিৰ পৰা পদত্যাগ কৰে। পদত্যাগ কৰাৰ লগতে তেওঁ ঘোষণা কৰে যে অহা বিধানসভা নিৰ্বাচনত তেওঁ ৰংজেং সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব। মমিনে অভিযোগ কৰামতে তেওঁক দলটোৱে আগন্তুক বিধানসভা নিৰ্বাচনত টিকট দিয়াৰ সম্ভাৱনা নাই। গতিকে তেওঁ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব। দলে তেওঁৰ ঠাইত জিম চাংমাক টিকট দিয়াৰ পৰিকল্পনা কৰিছে। উল্লেখযোগ্য যে মমিন ইষ্ট গাৰো পাহাৰৰ ডাৰোগ্ৰেৰ পৰা জিলা পৰিষদৰ সদস্য আছিল। তেওঁ দলীয় টিকটৰ এজন প্ৰধান দাবীদাৰ আছিল আৰু সেই বিশ্বাসতে তেওঁ দলৰ মঞ্চৰ পৰাই নিৰ্বাচনী অভিযানো আৰম্ভ কৰিছিল। কিন্তু শেষ মুহূৰ্তত তেওঁ দলীয় টিকট নোপোৱাৰ সম্ভাৱনা দেখি আজি পদত্যাগ কৰে। তেওঁ দলৰ পৰা পদত্যাগ কৰাত এতিয়া এন পি পিত মাথোঁ আঠজনহে জিলা পৰিষদৰ সদস্য থাকিল। অৱশ্যে যদিও মমিনে ৰংজেং সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত উঠাৰ কথা ঘোষণা কৰিছে, এইবুলিও খবৰ ওলাইছে যে তেওঁ মুখ্য মন্ত্ৰী মুকুল চাংমাৰ সৈতেও যোগাযোগ কৰি আছে। তেওঁ কংগ্ৰেছ দলৰ পৰা টিকট লোৱাৰ চেষ্টা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এই ক্ষেত্ৰত দুটা কথাই বিশেষ স্থান লাভ কৰিছে। প্ৰথম কথা হ’ল তেওঁ কংগ্ৰেছ দলৰ পৰাই তেওঁ এন পি পি দললৈ আহিছিল। আৰু দ্বিতীয় কথা হ’ল ৰংজেং সমষ্টিৰ বৰ্তমানৰ কংগ্ৰেছী বিধায়ক চেংনাম মাৰাক তেওঁৰ দুৰ্বল পাৰদৰ্শিতাৰ বাবে এইবাৰ টিকট নোপোৱাৰ সম্ভাৱনা প্ৰকট। আনহাতে ৰংজেং সমষ্টিৰ ৰাজনৈতিক মণ্ডলৰ এটা সূত্ৰই এন ই নাওক কয় যে মমিন ৰংজেং সমষ্টিৰ নিকটৱৰ্তী খাৰকুট্টা সমষ্টিৰ বিধায়ক চেৰাক মমিনৰ সৈতেও সঘন যোগাযোগত আছে। জানিব পৰামতে খাৰকুট্টা সমষ্টিৰ বিধায়কজনে মমিনৰ হৈ মুখ্য মন্ত্ৰী মুকুল চাংমাৰ লগতে মেঘালয় প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াক এইটো পতিয়ন নিয়াবলৈ চেষ্টা কৰি আছে যে জি মমিনেই ৰংজেং সমষ্টিৰ বাবে উপযুক্ত প্ৰাৰ্থী হ’ব।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm
চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

June 7, 2026 6:41 pm
দুবাৰকৈ আই পি এলৰ খিতাপ জয়, তথাপিও ভাৰতীয় দলত স্থান নাপালে ৰজত পাটীদাৰে

দুবাৰকৈ আই পি এলৰ খিতাপ জয়, তথাপিও ভাৰতীয় দলত স্থান নাপালে ৰজত পাটীদাৰে

June 7, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd