• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

মোদীক উভতি ধৰিলে মুকুল চাংমাই : মোদীয়ে য়ু পি এ দিনৰ প্ৰকল্পবোৰ উদ্বোধন কৰি ফুৰিছে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2017 8:45 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচন অভিমুখী মেঘালয়লৈ আহি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী সভাত ভাগ লৈ ৰাজ্য চৰকাৰখনক ৰাজ্যৰ উন্নয়নত ব্যৰ্থতা, উন্নয়নৰ ধন হস্তগত কৰা তথা কয়লা মাফিয়াৰ সৈতে সহযোগ কৰাৰ দৰে গুৰুত্বপূৰ্ণ অভিযোগ কৰাৰ এদিন পিছতেই মুখ্য মন্ত্ৰী মুকুল চাংমাই প্ৰত্যুত্তৰ দিছে প্ৰায় একেই কঠোৰ ভাষাৰে। তেওঁ মোদীক পূৰ্বৰ য়ু পি এ চৰকাৰে লোৱা প্ৰকল্পবোৰ উদ্বোধন কৰি ফুৰা বুলি অভিযোগ কৰে। চাংমাই এটা বিজ্ঞপ্তিত কয়, ‘কংগ্ৰেছ নেতৃত্বাধীন য়ু পি এ’ চৰকাৰে লোৱা প্ৰকল্পবোৰ উদ্বোধন কৰি ফুৰা প্ৰধান মন্ত্ৰীজনে ৰাজ্যকনত উন্নয়ন হোৱা নাই বুলি অভিযোগ কৰাটো হাস্যকৰ।’

চাংমাই মোদীক চৰকাৰী আঁচনিৰ স্থানক দলীয় ৰাজনীতিৰ প্ৰচাৰ সভাৰ বাবে ব্যৱহাৰ কৰাটোকো কঠোৰ ভাষাৰে সমালোচনা কৰে, যিটোক তেওঁ গ্ৰহণযোগ্য নহয় বুলি আৰু ই কোনো ধৰণৰ নীতিৰ ভিতৰত নপৰে বুলি কয়।

Apply Now

চাংমাই কয় যে প্ৰধান মন্ত্ৰীয়ে মেঘালয়ত উন্নয়ন নাই হোৱা বুলি কোৱাৰ পূৰ্বে ইয়াৰ বিষয়ে অলপ তথ্য গোটাই ল’ব লাগিছিল। আনকি তেওঁ যিটো পথৰ (শ্বিলং-তুৰা) উদ্বোধন কৰিলে সেইটোও য়ু পি এৰ দিনত অনুমোদিত তথা নিৰ্মাণ কাৰ্য্য আৰম্ভ হোৱা। আনহাতে তেওঁ পূৰ্বৰ য়ু পি এ চৰকাৰৰ প্ৰশংসা কৰি কয় যে দিল্লীৰ কংগ্ৰেছ নেতৃত্বাধীন য়ু পি এ চৰকাৰে মেঘালয়ৰ মানুহৰ প্ৰয়োজনখিনি বেছি ভালকৈ উপলব্ধি কৰিছিল আৰু মেঘালয়লৈ যথেষ্ট অনুদান দিছিল। ফলত পথ যোগাযোগ ব্যৱস্থাৰ অভূতপূৰ্ব উন্নতি হৈছিল। শ্বিলং বাইপাছ, চাৰিলেন যুক্ত শ্বিলং-গুৱাহাটী পথ আৰু শ্বিলং-তুৰা পথ য়ু পি এৰ দিনত হোৱা। আনহাতে মোদীয়ে স্বাস্থ্যখণ্ডৰ অৱস্থা পুতৌজনক বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰত কয়, ‘কেন্দ্ৰৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে মেঘালয়ৰ স্বাস্থ্যখণ্ড অধ্যয়ন কৰাৰ পিছত আনবোৰ প্ৰদেশকো এইবোৰ অনুকৰণ কৰিবলৈ আহ্বান জনাইছিল। মেঘালয় হ’ল স্বাস্থ্য বীমাৰ ক্ষেত্ৰত অগ্ৰণী ৰাজ্য। মই নিজে এজন চিকিৎসক হিচাপে জানো যে এইটো সাধাৰণ লোকৰ বাবে অতি কল্যাণকৰ। গতিকে এখন নিৰ্বাচিত চৰকাৰক অৱমূল্যায়ন কৰাৰ পূৰ্বে তথ্য পৰীক্ষা কৰি চোৱা উচিত।’

চাংমাই লগতে অভিযোগ কৰে যে এন ডি এ চৰকাৰৰ দিনত উত্তৰ-পূবৰ ৰাজ্যকেইখনে আগৰ দৰে ব্লক গ্ৰাণ্ট নোহোৱা হ’ল। য়ু পি এ চৰকাৰৰ দিনত পৰিকল্পনা আয়োগৰ জৰিয়তে উত্তৰ-পূবৰ ৰাজ্যকেইকনে ব্লক গ্ৰাণ্ট পাইছিল। এই পুঁজি স্বাস্থ্য আঁচনিকে ধৰি অন্যান্য কিছুমান অভিযোজনামূলক আঁচনিৰ কামত খটোৱাৰ সুবিধা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd