• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

প্ৰত্যৰ্পণ চুক্তিত আগবঢ়োৱা সাহায্যত ব্ৰুসকল অসন্তুষ্ট বুলি ওলোৱা বাতৰি সত্য নহয় : ব্ৰু ফ’ৰাম

ছাংজুৱালা মাৰ by ছাংজুৱালা মাৰ
July 6, 2018 6:31 pm
Bru-repatriation-570x320
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰত্যৰ্পিত প্ৰতিটো ব্ৰু পৰিয়াললৈ কেন্দ্ৰীয় চৰকাৰে আগ বঢ়োৱা ৪ লাখকৈ টকাৰ এককালীন আৰ্থিক সাহায্যত অসন্তুষ্ট বুলি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সত্য নহয় বুলি দাবী কৰিছে মিজোৰাম ব্ৰু উদ্বাস্তু লোকসকলৰ ফ’ৰাম Mizoram Bru Displaced People’s Forum চমুকৈ MBDPF-এই। ফ’ৰামৰ অধ্যক্ষ ছৱাইবুংগাই এই বাতৰিটো সম্পূৰ্ণ মিছা বুলি কয়।

ফ’ৰামৰ অধ্যক্ষগৰাকীয়ে কয়, ‘‘আমি অলপতে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়, মিজোৰাম আৰু ত্ৰিপুৰা চৰকাৰৰ সৈতে চুক্তিপত্ৰত স্বাক্ষৰ কৰিছোঁহে। আমাৰ দাবী যে পূৰণ হোৱা নাই তাৰ ওপৰত আমি সংবাদ মাধ্যমৰ আগত কোনো বক্তব্য ৰখা নাই। এই ক্ষেত্ৰত ব্ৰু লোকসকল অত্যন্ত সন্তুষ্ট।’’

Apply Now

চুক্তি অনুসৰি, ত্ৰিপুৰাৰ পৰা মিজোৰামলৈ শৰণাৰ্থী প্ৰত্যাৰ্পিত প্ৰতিটো ব্ৰু পৰিয়ালক ৪ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য, এটা ঘৰ আৰু দুবছৰৰ বিনামূলীয়া ৰেচন যওগান ধৰা হ’ব। তাৰোপৰি, তেওঁলোকক দুবছৰৰ বাবে মাহিলী ৫,০০০ টকাকৈ আৰ্খিক সাহায্য প্ৰদান কৰা হ’ব।

স্বাক্ষৰিত হোৱা ব্ৰু প্ৰব্ৰজনকাৰী প্ৰত্যাৱৰ্তন চুক্তি অনুসৰি বৰ্তমান অস্থায়ী শিবিৰত বাস কৰি থকাউদ্বাস্তু লোকসকলক চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰৰ পূৰ্বে মিজোৰামলৈ প্ৰত্যাৰ্পিত কৰা হ’ব।

এ ছৱাইবুংগাই প্ৰকাশ কৰিছে, ‘‘এই চুক্তি স্বাক্ষৰিত হোৱাৰ কথা গম পোৱাৰ পাছত ব্ৰু লোকসকল আনন্দত আত্মহাৰা হৈ পৰিছে। অৱশ্যে, শিবিৰত থকা ৩২,৮৭৬ লোকৰ কোনোবা কুনুবিয়ে অন্য ধৰণেও ভাবিব পাৰে।’’ এ ছৱাইবুংগাই কোৱা অনুসৰি, অধিকাংশ উদ্বাস্তু লোকেই এই চুক্তিত সন্তুষ্ট হৈছে।

উল্লেখ্য যে ২০২০-২১লৈকে চলিবলগীয়া প্ৰত্যাৰ্পণৰ প্ৰক্ৰিয়াটোত ব্যয় হ’ব ৪৩৫কোটি টকা।

১৯৯৭চনৰ ভোটাৰ তালিকা অনুসৰি চিনাক্ত হোৱা সকলো প্ৰত্যাৰ্পিত ব্ৰু লোকসকলৰ নিৰাপত্তাৰ বাবে মিজোৰাম চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।

১৯৯৭চনৰ পৰা প্ৰায় ৮,০০ ব্ৰু শৰণাৰ্থী মিজোৰামলৈ উভতি গৈছে আৰু শান্তিৰে বসবাস কৰি আছে।

উল্লেখ্য যে ব্ৰু পৰিয়ালসমূহৰ ভৰণ-পোষণৰ ব্যয়ৰ বাবদ কেন্গ্ৰীয় চৰকাৰে ত্ৰিপুৰা চৰকাৰক ৩৪৮.৯০ কোটি টকা আৰু প্ৰত্যাৰ্পিত হোৱা ৮,০০০ ব্ৰু শৰণাৰ্থীক সাহায্য কৰাৰ ব্যয়ৰ বাবদ মিজোৰাম চৰকাৰক ৬৮.৯০ কোটি টকা প্ৰদান কৰিছে।

মিজোৰাম ব্ৰু উদ্বাস্তু লোকৰ ফ’ৰামৰ এ ছৱাইবুংগাই প্ৰকাশ কৰিছে যে প্ৰত্যাৰ্পণৰ চুক্তিত ব্ৰু লোকসকল সন্তুষ্ট আৰু সংবাদ মাধ্যমত তেওঁলোক অসন্তুষ্ট বুলি ওলোৱা বাতৰিটো সত্য।

ছাংজুৱালা মাৰ

ছাংজুৱালা মাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd