• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

য়ু এছ টি এমত ‘নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ- ২০১৮’ ৰ আয়োজন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2017 9:37 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৬, ১৭ আৰু ১৮ ফেৱ্ৰুৱাৰি ২০১৮ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ই আৰ ডি ফাউণ্ডেইশ্যন ( ERDF)এ ‘নৰ্থ ইষ্ট গ্ৰেজুৱেইট কংগ্ৰেছ -২০১৮’, ফাউণ্ডেইশ্যনৰ নিজা বিশ্ববিদ্যালয় ‘ইউনিভাৰছিটি অব ছায়েন্স এণ্ড টেকন’লজি মেঘালয়া’ চমুকৈ USTM ৰ প্ৰাংগণত অনুষ্ঠিত কৰিব। ‘ইউনিভাৰছিটি অব ছায়েন্স এণ্ড টেকন’লজি মেঘালয়া (USTM) আৰু ৰিজঅ’নেল ইনষ্টিটিউট অব ছায়েন্স এণ্ড টেকন’লজি (RIST)‘ৰ উদ্যোগত হ’ব লগীয়া অনুষ্ঠানটোত উত্তৰ পূৰ্বাঞ্চলৰ ২০০খন মহাবিদ্যালয়ৰ ১০০০০ ছাত্ৰ–ছাত্ৰীক অংশগ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰা হ’ব বুলি USTMৰ ছাত্ৰ কল্যাণ তথা সমাজ বিজ্ঞানৰ অধ্যক্ষ ড০ অলকা শৰ্মাই সংবাদমেলত জানিবলৈ দিয়ে। তেওঁ জানিবলৈ দিয়া মতে ‘নৰ্থ ইষ্ট গ্ৰেজুৱেইট কংগ্ৰেছৰ উদ্যেশ্য হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষকৈ গ্ৰাম্য অঞ্চলৰ প্ৰতিভাৱান ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাসমূহ বিকশিত কৰি ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ  ছাত্ৰ-ছাত্ৰীৰ দৰে দক্ষতাপূৰ্ণ কৰি তোলা।  ছাত্ৰ-ছাত্ৰী সকল যাতে পৰৱৰ্তী সময়ত গ্ৰেজুৱেইট হৈ বৃত্তিমুখী পাঠ্যক্ৰম বাছনি কৰাত সুবিধা হয় সেই উদ্দেশ্যে আগত ৰাখি যোৱা পাঁচ বছৰত এনে ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰিছে ই আৰ ডি ফাউন্ডেছনে। USTM ৰ মানৱ সম্পদ বিভাগৰ মেহজাবিন ছিদ্দিকে জানিবলৈ দিয়া মতে বিগত বছৰৰ দৰে এইবাৰো তিনিদিনীয়া কাৰ্য্যসূচীত কুইজ, তৰ্ক, ম’বাইল স্থিৰচিত্ৰ, ফুটবল, ভলীবল, বেডমিণ্টন, বাস্কেটবল, কেৰম, গীত, নৃত্যৰ প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হ’ব। উল্লেখয্যেগ্য যে তৰ্কৰ বিষয়’ জি এছ টিৰ অৰ্থনৈতিক উন্নয়নত ভূমিকা‘ত শ্ৰেষ্ঠজনক বঁটা হিচাপে স্কুটি প্ৰদান কৰাৰ লগতে শ্ৰেষ্ঠ গ্ৰেজুৱেইটক স্কুটি আৰু লগতে অন্য বঁটাও প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।

উদ্ভোধনী অনুষ্ঠানটোত ভাগ ল’ব ভাৰতৰ প্ৰাক্তন ৰাষ্টপতি প্ৰণৱ মুখাৰ্জী, বিশ্ববিদ্যালয় অনুদান আয়োগৰ প্ৰাক্তন অধ্যক্ষ বেদপ্ৰকাশ, দেশৰ আগশাৰীৰ লেখক, ঔদ্যোগিক, ষুৱ সমাজৰ পথ প্ৰদৰ্শক ক্ৰমে ৰশ্মি বাঞ্চাল আৰু থমাচ ৰনচন। মেগা ষ্টাৰ অমিতাভ বচ্চন অথবা ছলমান খানৰ অংশগ্ৰহণৰ পূৰ্ণ সম্ভাৱনা আছে বুলিও সূত্ৰটোৱে জানিবলৈ দিয়ে।

Apply Now

USTM ৰ ছাত্ৰ কল্যাণ তথা সমাজ বিজ্ঞানৰ অধ্যক্ষ ড০ অলকা শৰ্মাই সংবাদমেলৰ জৰিয়তে অংশগ্ৰহণ কৰিব বিচৰা কলেজসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ পঞ্জীয়নৰ বাবদ ৩০০ টকাকৈ বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.ustm.ac.in ত পঞ্জীয়ন কৰাৰ আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd