• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ছিংলুং পাৰ্বত্য পৰিষদৰ অন্তৰ্ৱৰ্তী চৰকাৰখনক দায়িত্বভাৰ অৰ্পণ আইজলৰ জিলা উপায়ুক্তৰ

ছাংজুৱালা মাৰ by ছাংজুৱালা মাৰ
July 13, 2018 6:25 pm
Sinlung-Hills-Council-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৪জনীয়া সদস্যৰে গঠিত ছিংলুং পাৰ্বত্য পৰিষদৰ অন্তৰ্ৱৰ্তী চৰকাৰখনক আজি আইজলৰ উপায়ুক্ত এমুথাম্মাই আনুষ্ঠানিকভাৱে দায়িত্বভাৰ অৰ্পণ কৰিছে।

এই অন্তৰ্ৱৰ্তী ছিংলু পাৰ্বত্য পৰিষদ হৈছে ২০১৮ৰ ২ এপ্ৰিলত ৰাজ্য চৰকাৰ আৰু মাৰ জনতাৰ (গণতান্ত্ৰিক)সন্মিলনৰ (Hmar People’s Convention (Democratic) মাজৰ চুক্তিৰ ফল।

Apply Now

মাৰ জনতাৰ (গণতান্ত্ৰিক)সন্মিলনৰ মুখপাত্ৰ লালথালিয়েনক নতুন পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে দায়িত্বভাৰ অৰ্পম কৰা হৈছে।

মাৰ জনতাৰ (গণতান্ত্ৰিক)সন্মিলনৰ অধ্যক্ষ এল টি মাৰক শান্তি আলোচনা চলি থকা সময়তে পৰিষদৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা হয়। লালবেইকনুঙক তেওঁৰ সহকাৰী হিচাপে নিয়োগ কৰা হৈছে।

চুক্তি অনুসৰি, পৰিষদখনত ১৪গৰাকী সদস্য থাকিব আৰু ইয়াৰে ১২গাকীক অভাৰগ্ৰাউণ্ড মাৰ জনতাৰ (গণতান্ত্ৰিক)সন্মিলনে মনোনীত কৰিব আৰু বাকী দুগৰাকীক ৰাজ্য চৰকাৰে মনোনীত কৰিব।

নতুনকৈ দায়িত্বভাৰ লাভ কৰা পৰিষদখনৰ হাতত ইয়াৰ অধিকাৰৰ ভিতৰুৱা এলেকাসমূহত পৰিকল্পনা, আঁচনি, বাজেট, নিয়ম আদি যুগুত কৰাৰ উপৰিও শুল্ক আৰোপ আৰু সংগ্ৰহৰ কাৰ্যকৰী ক্ষমতা থাকিব। পৰিষদৰ অন্তৰ্গত এলেকাখিনি ১২টা সমষ্টিত ভাগ কৰা হ’ব আৰু পৰিষদখনে ৰাজ্য চৰকাৰৰ পৰা প্ৰত্যক্ষ পুঋজি লাভ কৰিব।

চাৰিগৰাকী পৰিষদৰ সদস্য ডাৰলেইনছাং ৰালছুন, জে চি ঝাইৰেমকুংগা, লাথামুৱানা মাৰ আৰু মেল’ডী লালচ্চুৱাংঝেলিকো পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা হয়।তাৰোপৰি,ৰ’হিংগা মাৰ, লালৰিংছাংগা ৰালতে, বেঞ্জামিন বি লালথাচ্চুংগা, লালমালছাওমা ডাৰ্নগাওন আৰু লালৰামুৱাপুইয়াকো কাৰ্যভাৰ অৰ্পণ কৰা হয়।

ছাংজুৱালা মাৰ

ছাংজুৱালা মাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd