• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৯ বছৰত ৪৫ বাৰ নামিল আন্দোলনত, তথাপি দৰমহা বৃদ্ধি নহ’ল চৰকাৰী বিদ্যালয়ৰ ৰান্ধনিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 20, 2018 7:09 am
ৰান্ধনিৰ সংবাদমেল
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যাহ্ন ভোজন ৰান্ধনিৰ লগতে সহায়িকাসকলে দৰমহা বৃদ্ধিৰ দাবীত বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা ৪৫বাৰকৈ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও বৰ্তমানলৈকেতেওঁলোকৰ দাবীসমূহ পূৰণ কৰা নকৰাৰ বাবেই তেওঁলোকে আজি পুনৰ গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰে।

সদৌ অসম প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনি/সহায়িকা সন্থাৰ সম্পাদিকা জাহানাৰা বেগমে সংবাদমেলখনত বক্তব্য দাঙি ধৰে।

Apply Now

সন্থাৰ সম্পাদিকা জাহানাৰা বেগমে উক্তসংবাদমেলতকয়,“২০০৪ চনৰ ডিচেম্বৰ মাহৰ পৰাই আমি মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত কাম কৰি আহিছোবিগতকংগ্ৰেছ চৰকাৰৰ লগতে বৰ্তমানৰ বিজেপি চৰকাৰখনৰ সময়ছোৱাত সময়ে সময়ে বিভিন্ন প্ৰতিবাদ কৰি অহাৰ পিছতো কোনো এখন চৰকাৰে আমাৰ দৰমহা বৃদ্ধিৰ দাবী মানি লোৱা নাই।”

ইয়াৰ উপৰি তেওঁ দুখ প্ৰকাশ কৰি কয়, “চৰকাৰে আমাক আমাৰ ন্যায্য দাবীৰ পৰা বঞ্চিত কৰি আহিছে। আজিৰ যুগত ১০০০ টকাৰে এটা পৰিয়াল পোহপাল দিয়াটো সম্ভৱপৰ নহয়।”

এই সন্দৰ্ভত সম্পাদিকাগৰাকীয়ে অনতি পলমে তেওঁলোকৰ দৰমহা ১০০০ টকাৰ পৰা ৯৬০০ টকালৈ বৃদ্ধি কৰিব লাগে বুলি চৰকাৰৰ ওচৰত উক্ত সংবাদমেলৰ জৰিয়তে দাবী তোলে।

বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰন্ধাৰ উপৰি ছাত্ৰ-ছাত্রীসকলৰ নখ, দাঁত চাফা কৰা, বাচন-বৰ্তন ধোৱা আদি কামতো তেওঁলোকক ব্যৱহাৰ কৰি অহা বুলি জাহানাৰাই অভিযোগ উত্থাপন কৰে।

তদুপৰি ৰন্ধা-বঢ়াৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰীৰ বজাৰ কৰাৰ দায়িত্ব শিক্ষকৰ পৰিৱৰ্তে ৰান্ধনীসকলক গটাই দিয়াৰ বাবেও তেওঁলোকে সংবাদমেলৰ জৰিয়তে চৰকাৰৰ ওচৰত দাবী জনায়। তেওঁ লগতে কয়, ‘ৰান্ধনি সহায়িকাসকলক সামৰি এখন মধ্যাহ্ন ভোজন পৰিচালনা সমিতি গঠন কৰিবৰ বাবে আমি চৰকাৰক দাবী জনাইছো।‘

উল্লেখ্য যে ডি. ই.এছ .পি./৮/৯৫-৯৬ পি-৪/৩০-০৫-০৯ তাং ১৩/১২/০৪ ৰ জাননীৰ জৰিয়তে এই ৰান্ধনি সহায়িকাসকলক কংগ্ৰেছ চৰকাৰৰ দিনতে নিযুক্তি প্ৰদান কৰা হৈছিল যদিও ২০০৯ চনতহে ১০০০ টকাকৈ মাহিলী মজুৰি দিয়াৰ সিদ্ধান্ত লৈছিল বিগত কংগ্ৰেছ চৰকাৰে। উক্ত মজুৰিৰে তেওঁলোকে পৰিয়াল পোহপাল দিয়াত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে এই ৰান্ধনি সহায়িকাসকল।

উক্ত সংবাদমেলত সন্থাৰ ৰাজ্যিক সভানেত্ৰী সবিতা বড়োকে মুখ্য কৰি অন্যান্য বিষয়ববীয়াসকলো উপস্থিত থাকে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 18, 2026 10:40 am
মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

October 18, 2026 9:55 am
দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

October 18, 2026 9:00 am
কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

October 18, 2026 7:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 18, 2026 10:40 am
মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

October 18, 2026 9:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd