• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

শ্বিলঙত অনুষ্ঠিত হ’ব ভাৰতৰ বৃহত্তম সংগীত মহোৎসৱ ‘এনএইচ-ছেভেন উইকএণ্ডাৰ’

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2018 4:45 pm
u-4-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘এনএইচ-ছেভেন উইকএণ্ডাৰ’ শীৰ্ষক ভাৰতৰ বৃহত্তম সংগীত মহোৎসৱটোৰ  চলিত বৰ্ষৰ সংস্কৰণত এইবাৰ শ্বিলঙকো সামৰি লোৱাৰ হোৱাৰ প্ৰস্তুতি চলিছে।  বাৰ্ষিক আৰু বহু মহানগৰ সামৰি লোৱা এই সংগীত মহোৎসৱৰ সৈতে ভালেকেইগৰাকীমান সংগীত জগতৰ তাৰকা শিল্পী জড়িত হৈ আছে।

উল্লেখ্য যে এই সংগীত মহোৎসৱক আটাইতকৈ ‘সুখী সংগীত মহোৎসৱ’ (দ্য হেপীয়েষ্ট মিউজিক ফেষ্টিভেল) হিচাপেও জনা যায়।

Apply Now

‘এনএইচ-ছেভেন উইকএণ্ডাৰ’ সংগীত মহোৎসৱৰ ধাৰণাটোক জন্ম দিয়াৰ লগতে আয়োজন কৰিছে ‘অনলি মাচ্চ লাউডাৰে’। আৰম্ভণিৰ পৰা এই সংগীত মহোৎসৱটো ভাৰত বিভিন্ন মহানগৰত অনুষ্ঠিত হৈ আহিছে।

উল্লেখ্য যে ‘এনএইচ্চ-ছেভেন উইকএণ্ডাৰ’ সংগীত মহোৎসৱৰ আত্মপ্ৰকাশ ঘটিছিল ২০১০ চনত। এইবাৰৰ এনএইচ-ছেভেন উইকএণ্ডাৰ নৱেম্বৰ মাহৰ ২-৩ তাৰিখে অনুষ্ঠিত হ’ব।

এই সংগীত মহোৎসৱত ভিন্ন ৰুচিৰ দৰ্শকৰ বাবে কিবা হ’লেও আছে। এই সংগীত মহোৎসৱত সংগীতৰ বিভিন্ন ধাৰাৰ প্ৰখ্যাত শিল্লীসকলে অংশগ্ৰহণ কৰা হেতুকে দৰ্শকে তেওঁৰ নিজৰ ৰুচি অনুসাৰে সংগীতৰ ধাৰা বাচনি কৰিব আৰু সংগীতানুষ্ঠান উপভোগ কৰিব পাৰে। এই সংগীত মহোৎসৱত অংশগ্ৰহণ কৰা খাদ্য বিপণীঁসমূহত পৰিৱেশন কৰা খাদ্যয়ো ইয়ালৈ অহা জনসাধাৰণৰ হৃদয় আপ্লুত কৰিব।

এই সংগীত মহোৎসৱ হৈছে ভাৰতৰ আটাইকৈ ডাঙৰ সংগীত মহোৎসৱ। সমগ্ৰ ভাৰতত ইয়াৰ প্ৰতিটো সংস্কৰণতে বছৰি ১,০০,০০০তকৈও অধিক দৰ্শক উপস্থিত তাকে।

আৰম্ভ হোৱাৰে পৰা প্ৰতি বছৰে অক্টোবৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত এই সংগীত মহোৎসৱটো আয়োজিত হৈ আহিছে। এই সময়চোৱাত এই সংগীত মহোৎসৱ পুনে, দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী এলেকা (এনচিআৰ), বাংগালুৰু, কলকাতা আৰু শ্বিলং— ভাৰতৰ এই পাঁচখন মহানগৰত অনুষ্ঠিত হ’ব।

এই সংগীতানুষ্ঠানৰ বিশেষত্ব হৈছে ইয়াত সংগীতৰ বিভিন্ন ধাৰাৰ প্ৰতিষ্ঠিত আৰু উঠি অহা স্থানীয় শিল্পীৰ লগতে গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক শিল্পীসকলৰ যোগদান। এই সংগীত মহোৎসৱত আমেৰিকান হেভী মেটেল বেণ্ড ‘মেগাদেথ’, বৃটিছ ৰক বেণ্ড ‘বোম্বে বাইচাইকল ক্লাব’, এআৰ ৰেহমান, মাৰ্ক ৰ’নছন আদি শিল্পীয়ে অংশগ্ৰহণ কৰি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd