• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকিৎসক বিক্ষোভ! শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ ঢাপলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্বৰ

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
July 24, 2018 8:50 pm
protest at silchar medical college and hospital
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিলচৰ চিকিৎসা মহাবিদ্যালয়ত আজি ২৪ জুলাইত চিকিৎসক-ছাত্ৰ বিক্ষোভৰ পিছত মহাবিদ্যালয়খনলৈ ঢাপলি মেলিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

সন্ধিয়া প্ৰায় ৮ বজাত চিকিৎসালয়খনত গৈ উপস্থিত হোৱা স্বাস্থ্য মন্ত্ৰীজনে চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে আলোচনাত মিলিত হয়।

Apply Now

শৰ্মাৰ সৈতে শিলচৰৰ প্ৰাক্তন বিধায়ক বিমলাংশু ৰয়ৰ পুত্ৰ তথা অসম বিজেপিৰ মুখপাত্ৰ ডাঃ ৰাজদীপ ৰয়ো চিকিৎসালয়খনলৈ গৈছিল বুলি জানিব পৰা গৈছে।

বিজেপিয়ে ২৪ ঘণ্টাই বিজুলী যোগানৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰে শাসনলৈ অহাৰ পিছত শাসনত খোদ শিলচৰ চিকিৎসা মহাবিদ্যালয়তে বিজুলী নথকা অৱস্থাত এগৰাকী ৰোগীৰ মৃত্যুক লৈ সোমবাৰে হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ পিছত আজি কণিষ্ঠ চিকিৎসকসকলে নিৰাপত্তা বিচাৰি তীব্ৰ প্ৰতিবাদ কৰিছিল।

মহাবিদ্যালয়খনৰ আই চি য়ুত কালি ২৩ জুলাইৰ সন্ধিয়া ৪০ মিনিট সময় ধৰি নাছিল বিজুলী যোগান। সোমবাৰে চিকিৎসা মহাবিদ্যালয়খনত শিলচৰৰ মধুৰবন্দৰ ফাজু মিঞা লস্কৰ নামৰ এগৰাকী ৬০ বছৰীয়া ব্যক্তিগৰাকীৰ মৃত্যুক লৈ চিকিৎসকৰ ওপৰত হোৱা আক্ৰমণ আৰু আজি চিকিৎসকৰ প্ৰতিবাদে এই ভয়ংকৰ ঘটনা পোহৰলৈ আনিছে।

শিলচৰ চিকিৎসা মহাবিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি জিয়াউৰ ৰহমানে নৰ্থ ইষ্ট নাও-ক এই কথা জানিবলৈ দিয়ে।

‘তেতিয়া সময় সন্ধিয়া ৫.৩০ মান বাজিছিল। সেইখিনি সময়ত প্ৰায় ৪০ মিনিট ধৰি আই চি ইউত কাৰেন্ট নাছিল,’ নৰ্থ ইষ্ট নাও-ক জনাই ডাঃ ৰহমানে।

চিকিৎসকজনে লগতে জনাই যে বিজুলী যোগান নথকা বাবে ৰোগীজনৰ মৃত্যু হোৱা নাছিল আৰু তেওঁক বচাবলৈ জ্যেষ্ঠ হৃদ শল্য বিশেষজ্ঞ ডাঃ আহমেদ চৌধুৰীকে ধৰি চিকিৎসকৰ দলটোৱে আপ্ৰাণ চেষ্টা কৰিছিল।

‘বিজুলী সৰবৰাহ বন্ধ থকাৰ বাবে ৰোগীজন ঢুকুৱা নাই। কিন্তু ৰোগীজন ঢুকুৱাৰ সময়ত বিজুলী নাছিল। বিজুলী নাথাকিলেও আই চি ইউৰ গোটেই প্ৰ্ৰক্ৰিয়াবিলাক চলিয়ে আছিল, মাত্ৰ মনিটৰটো বন্ধ আছিল। যাৰ বাবে ৰোগীৰ আত্মীয়ই কথাটো মানি লোৱা নাছিল,’ মন্তব্য ডাঃ ৰহমানৰ।

বিজুলী সৰবৰাহ বন্ধ থকাৰ বাবেই ৰোগীজনৰ মৃত্যু ঘটা বুলি ধৰি লৈ ৰোগীজনৰ পৰিয়ালৰ লোকে পিছত চিকিৎসালয়খন লণ্ড-ভণ্ড কৰাৰ লগতে চিকিৎসককো আক্ৰমণ কৰিছিল।

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd