• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাধীনতাৰ ৭০ বছৰৰ পিছত বিদ্যুতৰ পোহৰ দেখিলে কোকৰাঝাৰৰ ঘোষকাটা গাঁওবাসীয়ে

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
July 31, 2018 9:37 pm
IMG-20180731-WA0061
117
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ চহৰৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ঘোষকাটা গাঁওবাসীৰ বাবে আজিৰ দিনটো হৈ ৰ’ব স্মৰণীয়। কিয়নো বছৰ বছৰ ধৰি অন্ধকাৰত থকা উক্ত গাঁওবাসীয়ে আজি লাভ কৰিলে বৈদ্যুতিক সেৱা ।

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে যোৱা ১৮ জুলাইত অসমৰ ৰাজ্যপাল জগদীশ মুখী কোকৰাঝাৰত উপস্থিত হৈ উক্ত গাঁওখন পৰিদৰ্শন কৰিছিল। আৰু পৰিদৰ্শনৰ সময়ত গাঁওখনত আজি পৰ্যন্ত বিদ্যুতৰ সংযোগ নোহোৱা দেখি আচৰিত হৈ পৰিছিল আৰু শীঘ্ৰে গাঁওবাসীৰ দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰাৰ আশ্বাস প্ৰদান কৰিছিল।

স্বাধীনতা লাভ কৰাৰ সুদীৰ্ঘ ৭০ বছৰৰ পিছত ঘোষকাটা গাঁৱৰ ৰাইজে বিদ্যুতৰ পোহৰ দেখাত যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে।

‘অৱশেষত গাঁওবাসীয়ে বিদ্যুতৰ পোহৰ দেখাত আমি বহু সুখী। ৰাজ্যপালগৰাকীৰ তৎপৰতাতে আমি বিদ্যুতৰ পোহৰ লাভ কৰিবলৈ সক্ষম হোৱাত আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁ আমাৰ গাঁৱত ৩১ জুলাইৰ পূৰ্বে বিদ্যুৎ সেৱা প্ৰদানৰ আশ্বাস দিছিল আৰু সেই আশ্বাস আজি বাস্তৱত পৰিণত হোৱাত আমি বহু সুখী’। এইদৰে ঘোষকাটা গাঁৱৰ এজন বাসিন্দাই কয়।

আনহাতে উক্ত গাঁওখনৰে এগৰাকী মহিলা বাসিন্দাই কয়, ‘আজিলৈ আমি পোহৰৰ বাবে কেৰাচিন তেলৰ চাকি ব্যৱহাৰ কৰি আছিলো। ল’ৰা-ছোৱালীবোৰে পোহৰৰ অভাৱৰ বাবে পঢ়া শুণাত বৰ কষ্ট পাই আছিল। কিন্তু আজিৰ পৰা ল’ৰা-ছোৱালীবোৰৰ এই সমস্যা দূৰ হ’ব’। মহিলাগৰাকীয়ে লগতে কয় ‘ল’ৰা-ছোৱালীহালৰ লগতে আজি আমি বহু সুখী’।

উল্লেখ্য যে বিটিচিৰ মুখ্য সচিব বি চি ফুকন, কোকৰাঝাৰৰ উপায়ুক্ত নিৰঞ্জন বৰুৱা, কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙ, এএছইবিৰ বিষয়া সঞ্জয় কুমাৰ ভূমিকৰ লগতে ঘোষকাটা গাঁওবাসীৰ উপস্থিতিত আজি বিনামূলীয়া বিদ্যুৎ সংযোগ প্ৰদান কৰা হয়।

Recent News

ৰাছিয়াৰ স্থলসেনাৰ মুৰব্বীক বৰ্খাস্ত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ

ৰাছিয়াৰ স্থলসেনাৰ মুৰব্বীক বৰ্খাস্ত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ

যৌন আতিশয্যৰ গোচৰত অভিনেতা বিজয় ৰাজক দোষমুক্ত ঘোষণা আদালতৰ

যৌন আতিশয্যৰ গোচৰত অভিনেতা বিজয় ৰাজক দোষমুক্ত ঘোষণা আদালতৰ

লক্ষাধিক লোকৰ অন্তিম শ্ৰদ্ধাৰে বিশ্বৰ ‘আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি’ মুজিকাৰ শেষবিদায়

লক্ষাধিক লোকৰ অন্তিম শ্ৰদ্ধাৰে বিশ্বৰ ‘আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি’ মুজিকাৰ শেষবিদায়

তুৰস্কৰ পাকিস্তানক সমৰ্থনঃ দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে থকা তুৰ্কীৰ সংস্থাৰ চুক্তি বাতিল আদানী গ্ৰুপৰ

তুৰস্কৰ পাকিস্তানক সমৰ্থনঃ দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে থকা তুৰ্কীৰ সংস্থাৰ চুক্তি বাতিল আদানী গ্ৰুপৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd