• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ ভূমি আৰু জাতি ৰক্ষাৰ স্বাৰ্থত আৰম্ভ কৰা হৈছে অপাৰেশ্যন ক্লীন ড্ৰাইভ : আপছু

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2018 9:41 am
AAPSU

আপছুৰ সংবাদমেল। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশত বৃহস্পতিবাৰৰ পৰা আপছুৰ দ্বিতীয় পৰ্যায়ৰ অভিযান আৰম্ভ কৰাৰ কথা আছিল যদিও ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি দ্বিতীয় পৰ্যায়ৰ অভিযানৰ সময়সূচী ঘোষণা কৰিব বুলি জানিব দিয়ে সংগঠনটোৰ নেতৃত্বই। বৃহস্পতিবাৰে ইটানগৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত আপছুৰ নেতৃত্বই তেওঁলোকৰ অপাৰেশ্যন ক্লীন ড্ৰাইভ সম্পৰ্কত স্থিতি স্পষ্ট কৰে।

উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশত যোৱা ১৭ আগষ্টৰপৰা সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা, চমুকৈ আপছুৱে আৰম্ভ কৰা প্ৰথম পৰ্যায়ৰ ‘অপাৰেচন ক্লীন ড্ৰাইভ’ যোৱা ২০ আগষ্টত সাময়িকভাৱে স্থগিত ৰখা হৈছিল। অৰুণাচলত অবৈধভাৱে বসবাস কৰা সন্দেহজনক লোকসকলক অৰুণাচলৰ পৰা বিতাৰণ কৰিবলৈ যোৱা  ১৭ আগষ্টৰ পৰা আপছুৱে নিজাববীয়াকৈ অপাৰেশ্যন ক্লীন ড্ৰাইভ আৰম্ভ কৰাৰ পিছত প্ৰশাসনৰ লগত আলোচনামৰ্মে এই অভিযান স্থগিত ৰাখিছিল।

Apply Now

আনহাতে, অৰুণাচলত অবৈধভাৱে আন্তঃৰাজ্যিক পাৰপত্ৰ দিয়াৰ সন্দেহ প্ৰকাশ কৰি সংবাদমেলত আপছুৰ নেতৃত্বই অৰুণাচল প্ৰশাসনক তীব্ৰ সমালোচনা কৰে।

যিসকল দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী, আইনজীৱী, ৰাজনৈতিক নেতা, ব্যৱসায়ী এইদৰে অৰুণাচলত অবৈধ আন্তঃৰাজ্যিক পাৰপত্ৰ দিয়াৰ লগত জড়িত আৰু যিসকল এনে অবৈধ পাৰপত্ৰৰে বৰ্তমান অৰুণাচলত বসবাস কৰি আছে, সেইসকলক দ্বিতীয় পৰ্যায়ৰ অপাৰেশ্যন ক্লীন ড্ৰাইভ চলোৱাৰ পূৰ্বেই অৰুণাচল ত্যাগ কৰিবলৈ আপছুৱে দাবী জনাইছে।

ইপিনে আপছুৰ অপাৰেশ্যন ক্লীন ড্ৰাইভৰ ফলত অসমত অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশকলৈ আছুকে ধৰি ৰাজ্যখনৰ জাতীয় সংগঠনে উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু অসম-অৰুণাচল সীমান্তত তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd