• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওদালগুৰিৰ টংলা-নাছানচালি-ডিমাকুছি পথটোৰ মেৰামতিৰ দাবী স্থানীয় ৰাইজৰ

ছাজিদ খান by ছাজিদ খান
August 28, 2018 6:34 pm
20180828_142317
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টংলা-নাছানচালি-ডিমাকুছি পথটোৰ শোচনীয় অৱস্থাৰ বাবে স্থানীয় বাসিন্দাসকলে তীব্ৰ অসন্তোষ ব্যক্ত কৰিছে। এই পথচোৱাই উন্নয়নৰ উচ্চস্তৰৰ শ্লোগান দিয়া বিটিচি প্ৰশাসনৰ ফোঁপোলা স্বৰূপটোকে উদঙাই দিছে বুলি স্থানীয় বাসিন্দাসকলে মন্তব্য কৰিছে।

ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত এই পথটো ধূপগুৰি আৰু দাঁতিকাষৰীয়া গাঁৱসমূহৰ জীৱনৰেখা। এই পথটোৰ বোকময় অৱস্থাই বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ এখন আদৰ্শ বিটিচি নিৰ্মাণ কৰাৰ সপোনটোক এটা ভ্ৰান্তিলৈ পৰ্যৱসিত কৰিছে।

Apply Now

যদিও টংলাৰ ওচৰৰ কুকুৰাকটাৰ পৰা ডিমাকুছিলৈ দূৰত্ব মাত্ৰ ১৫ কি:মি: যদিও বিগত এটা দশকত এই পথটো মেৰামতি কৰাৰ বাবে চৰকাৰলৈ জনোৱা সমস্ত আবেদন নিৱেদন চৰকাৰৰ কৰ্ণগোচৰ নোহোৱাটো এটা আচৰিত কথা।

মহলবাৰে এই প্ৰতিৱেদকে এই স্থানলৈ যোৱাৰ সময়ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, আৰু ৰোগীসকলক এই কৰ্দমময় পথটোৰে যাতায়াত কৰোঁতে সন্মুখীন হোৱা অসুবিধাখিনি চকুত পৰিছিল।

টংলা-ভেৰগাঁও পথৰ পৰা কাটি অহা টংলা-নাছানচালি-ডিমাকুছি পথটোৰে যাতায়াত কৰা লোকসকলে উন্নয়নৰ, বিশেষকৈ পথ উন্নয়নৰ বিষয়ে গৰ্ব কৰা বৰ্তমানৰ চৰকাৰক শাও-শাপনি দি আহিছে।

যদিওবা এই পথটোৰ কিছু অংশ মেৰামতি কৰা হৈছিল, পথটোওৰ অধিকাংশই মেৰামতি কৰা হোৱা নাছিল। বৰ্মান এই পথটোৰে যান-বান চলাচল কৰাটো দুৰৰে কথা, মানুহে কাচিৎহে ইয়াত খোজ কাঢ়ে। পথটৱে ইয়াৰ আকৰ্ষণ হেৰুৱাই পেলাইছে। ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যোৱা, কৃষকে শস্য বজাৰলৈ নিয়াত সমস্যা হোৱাৰ লগতে যথা সময়ত ৰোগীক কঢ়িয়াবলৈ এম্বুলেঞ্চ আহি নাপায়।

বচৰ বছৰ ধৰি স্থানীয় বাসিন্দাসকলে এই পথটো মেৰামতি কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰি আহিছে। ‘‘বিধায়ক, সাংসদ, বিটিচিৰ কাৰ্যবাহী সদস্য, উপায়ুক্ত, কোনেও এই গাঁৱলৈ অনা নাই। নিৰ্বাচিত হোৱাৰ পাছত জন প্ৰতিনিধিসকলে আৰু উভতি নাচায়।’’ অমৃত দাস নামৰ এজন গাঁৱবাসীয়ে কৈছে। নাচানচালি প্ৰাথমিক বিদ্যালয়ৰ জীৱেল টপ্প পঞ্চম মানৰ  আৰু বিকি গৌৰ নামৰ চতুৰ্থ মানৰ ছাত্ৰ দুজনে কৈছে যে তেওঁলোকে বিদ্যালয়লৈ বহু কষ্ট কৰি যাবলগীয়া হয়। গাঁৱবাসীসকলে ৰাজ্য চৰকাৰ আৰু বিটিচি প্ৰশাসনক অতি শীঘ্ৰে পথটো মেৰামতি কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহম কৰাৰ বাবে দাবী জনাইছে।

ছাজিদ খান

ছাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd