• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্য মন্ত্ৰীৰ আশ্বাস সত্ত্বেও ন্যায় নাপালে সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ দ্বাৰা অপদস্থ সচিবালয় কৰ্মচাৰীয়ে : ৬ ছেপ্তেম্বৰত সচিবালয় সেৱা সন্থাৰ প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 29, 2018 7:58 am
Siddhartha Bhatta
104
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰীৰ আশ্বাস সত্ত্বেও শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগত অসম সচিবালয় সেৱা সন্থাৰ সংঘাতৰ ঘটনাটোৰ কোনো মীমাংসা আজি পৰ্য্যন্ত নহ’ল। শিক্ষা মন্ত্ৰীয়ে অপদস্থ কৰি নিলম্বন কৰা কৰ্মচাৰীজনৰ নিলম্বন আজি পৰ্য্যন্ত নিলম্বন প্ৰত্যাহাৰ নহ’ল। ফলত সচিবালয় সেৱা সন্থাই অহা ৬ ছেপ্তেম্বৰত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিব।

উল্লেখযোগ্য যে যোৱা জুলাই মাহত প্ৰাথমিক শিক্ষা বিভাগৰ জ্যেষ্ঠ প্ৰশাসনিক সহায়ক চন্দন কাকতীক শিক্ষা মন্ত্ৰীয়ে নিজৰ কক্ষলৈ মানি নি অপদস্থ কৰিছিল আৰু ১২ জুলাইত মন্ত্ৰীজনে নিলম্বন কৰিছিল কৰ্মচাৰীজনক। মন্ত্ৰী তপন গগৈৰ নিৰ্দেশ মতে এটা বদলিৰ ফাইলৰ কাম কৰা সম্পৰ্কতে মন্ত্ৰীজনে কৰ্মচাৰীজনক অভব্য গালি-গালাজ কৰি অপদস্থ কৰাৰ পিছত নিলম্বন কৰিছিল।

ইয়াৰ প্ৰতিবাদত অসম সচিবালয় সেৱা সন্থাই প্ৰতিবাদী কাৰ্য্যসূচী লৈছিল আৰু নিলম্বন প্ৰত্যাহাৰ দাবী কৰিছিল। মুখ্য মন্ত্ৰীয়ে অসম সচিবালয় সেৱা সন্থাৰ সৈতে বিষয়টো আলোচনা কৰি তদন্ত কৰাৰ আশ্বাস দিয়াৰ লগতে ৰাজহ বিভাগৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদক তদন্তৰ নিৰ্দেশো দিয়ে।

জানিব পৰামতে প্ৰসাদে তদন্তৰ প্ৰতিবেদনো দাখিল কৰিলে। কিন্তু তাৰ পিছতো সেই প্ৰতিবেদনৰ ভিত্তিত কোনো ধৰণৰ ব্যৱস্থা লোৱা দেখা নগ’ল।

ফলত সচিবালয় সেৱা সন্থাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভাই কৰ্মচাৰী চন্দন কাকতীৰ নিলম্বন প্ৰত্যাহাৰৰ দাবীত অহা ৬ ছেপ্তেম্বৰত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্তৰ সিদ্ধান্ত লৈছে।

Recent News

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd