• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুমাহৰ পিছতে বগীবিল দলং ৰাইজৰ বাবে মুকলি কৰিব পৰা হ’ব : উঃ পূঃ ৰেইলৱে’

এন ই নাও নিউজ by এন ই নাও নিউজ
August 29, 2018 9:21 am
Bogibeel-Bridge
155
VIEWS
Share on FacebookShare on Twitter

বৰ লুইতৰ দুয়োপাৰৰ ৰাইজৰ বহু প্ৰত্যাশিত তথা প্ৰায় ৫ হাজাৰ কোটি টকাৰ ব্যয়েৰে নিৰ্মীয়মাণ বগীবিল দলংখন অহা ৩১ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি উত্তৰ-পূব ৰেইলৱে’ৰ এটা সূত্ৰই জানিবলৈ দিছে।

২৮ আগষ্টত মালিগাঁৱত কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই আৰু উত্তৰ-পূব সীমান্ত ৰেইলৱে’ৰ নিৰ্মাণ শাখাৰ মহাপ্ৰবন্ধকৰ লগতে বিভাগটোৰ উচ্চপদস্থ বিষয়াবৰ্গৰ মাজত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত এই কথা স্পষ্ট কৰে উত্তৰ-পূব সীমান্ত ৰেইলৱে’ৰ নিৰ্মাণ শাখাৰ মহাপ্ৰবন্ধকে।

নিৰ্মাণ শাখাৰ মহাপ্ৰবন্ধকজনে দলংখনৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ খতিয়ান দিয়াৰ লগতে ৩১ অক্টোবৰৰ ভিতৰত দলংখনৰ সকলো দিশতে সম্পূৰ্ণ হৈ উঠিব বুলি জনায়।

উল্লেখযোগ্য যে ১৯৯৭ চনৰ জানুৱাৰি মাহতে তেতিয়াৰ প্ৰধান মন্ত্ৰী এইচ্ছ ডি দেৱেগৌড়াৰ দ্বাৰা আধাৰশিলা স্থাপন কৰা আৰু  ২০০২ চনৰ পৰা নিৰ্মাণ প্ৰক্ৰিয়া চলি থকা দলংখনক লৈ অনেক প্ৰত্যাশা আছে অসমৰ ৰাইজৰ। প্ৰায় ৫ কিলোমিটাৰ দীঘল এই দলংখন দেশৰ ভিতৰতে ৰেইল আৰু পথপৰিবহণ, দুয়োটা ব্যৱস্থা থকা দীৰ্ঘতম দলং হ’ব।

আনহাতে দলংখনৰ নামকৰণক লৈ ইতিমধ্যে বিভিন্ন দাবী-দাবা, ৰাজনীতি আৰম্ভ হৈ গৈছে। ৰাজনৈতিক মহলৰ পৰা স্থানীয় জনগোষ্ঠীয় সংগঠনলৈকে বিভিন্ন পক্ষই ইয়াত নামি পৰা দেখা গৈছে। সম্পূৰ্ণ হোৱাৰ লগে লগে দলংখন নিৰ্মাণৰ কৃতিত্বক লৈও ৰাজনৈতিক দলবোৰৰ মাজত বিতৰ্কৰ এযুঁজ দেখিবলৈ পোৱা যাব পাৰে।

 

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd