• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খচৰা তালিকাৰ পৰা ১০ শতাংশ নমুনাৰূপে লৈ সত্যাসত্য পুনৰীক্ষণৰ সিদ্ধান্তক আছুৰ আদৰণি

এন ই নাও নিউজ by এন ই নাও নিউজ
August 29, 2018 11:59 am
supreme_court on nrc assam
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হোৱা লোকৰ পৰা নমুনা হিচাপে ১০ শতাংশ লৈ সেইবোৰৰ সত্যাসত্য পুনৰ পৰীক্ষা কৰি চাবলৈ উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰা সিদ্ধান্তক সদৌ অসম ছাত্ৰ সন্থাই আদৰণি জনাইছে। ছাত্ৰ সংগঠনটোৰ এটা প্ৰেছ বিবৃতিত এই কথা প্ৰকাশ।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ নৰিমানৰ দ্বাৰা গঠিত দুজনীয়া বিচাৰপীঠে ২৮ আগষ্টত নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ শুনানি লৈছিল। এই শুনানিৰ সময়ত চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্তসকলৰ মাজৰ পৰা ১০ শতাংশ নমুনা হিচাপে লৈ প্ৰতিখন জিলাত আন জিলাৰ বিষয়াৰ দ্বাৰা পুনৰ সত্যাসত্য পৰীক্ষা কৰাৰ প্ৰয়োজন সন্দৰ্ভত বিচাৰপীঠখনে বিবেচনা কৰিব বুলি ঘোষণা কৰিছিল। এই কামৰ আৰ্হি আৰু প্ৰয়োজন হ’ব পৰা সময় সন্দৰ্ভত ৫ ছেপ্টেম্বৰৰ আগত প্ৰতিবেদন জমা দিবলৈ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাক ন্যায়ালয়ে নিৰ্দেশ দিছে।

Apply Now

জানিব পৰামতে, চূড়ান্ত খচৰাখনত কিমান শুদ্ধভাৱে প্ৰস্তুত কৰা হ’ল পতিয়ন যাবলৈ উচ্চতম ন্যায়ালয়ে এই ১০ শতাংশ নমুনাৰ পুনৰ পৰীক্ষা কৰা কথাটোৰ বিবেচনা কৰিছে।

২৮ আগষ্টৰ শুনানিৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, শিক্ষাবিদ বসন্ত ডেকা শুনানিত উপস্থিত আছিল বুলি জানিব পৰা গৈছে।

ন্যায়ালয়ৰ সিদ্ধান্তক আমছুৰো আদৰণি; নিৰপেক্ষ বিষয়াৰ দ্বাৰা পুনৰীক্ষণৰ দাবী

এন আৰ চিৰ খচৰাত অন্তৰ্ভুক্ত হোৱাসকলৰ মাজৰ পৰা নমুনা হিচাপে ১০%ক লৈ এইবোৰৰ সত্যাসত্যতা আৰু নিখুঁততা পুনৰ পৰীক্ষণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ বিবেচনাধীন সিদ্ধান্তটোক আদৰণি জনাইছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা বা আমছুৱে।

নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা বিবৃতিত সংগঠনটোৱে কয়, “আমি আমছু আৰু মৌলানা ছৈয়দ আৰ্শ্বাদ মাদানী নেতৃত্বাধীন জমিয়তৰ অসম ৰাজ্যিক সমিতিয়ে আদালতৰ আজিৰ স্থিতিক আদৰণি জনাইছো যদিও নিৰপেক্ষ আৰু পক্ষপাতহীন দৃষ্টিভংগিৰ বিষয়াৰ দ্বাৰা পুনৰ পৰীক্ষণ কৰাবলৈ কৰ্তৃপক্ষক দাবী জনাওঁ। কোনো পক্ষপাতদুষ্ট বিষয়াৰ মইমতালিৰ বাবে যাতে ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ-শুদ্ধ নথি জমা দি ইতিমধ্যে এন আৰ চি ৰ খচৰাত নাম অন্তৰ্ভুক্ত হোৱা বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তন নহয় তাৰ বাবে সকলোকে সচেষ্ট থাকিবলৈ আহ্বান জনালোঁ।”

উল্লেখযোগ্য যে ২৮ আগষ্টৰ শুনানিৰ সময়ত আমছুৰ প্ৰতিনিধিও তাত উপস্থিত আছিল।

আনহাতে পৰৱৰ্তী শুনানি অহা ৫ ছেপ্তেম্বৰত হ’ব বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd