• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মনোহৰী দেৱী কানৈ ছোৱালী মহাবিদ্যালয়ৰ নির্বাচনী প্ৰচাৰত আছু এবিভিপিৰ সংঘাত

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
August 29, 2018 6:55 pm
IMG_20180829_130710495 (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে মনোহৰী দেৱী কানৈ ছোৱালী মহাবিদ্যালয়ৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত আছুৰ সদস্যই এবিভিপিৰ নেতাক শাৰীৰিকভাৱে অপদস্ত কৰাৰ প্ৰতিবাদত এবিভিপিৰ সদস্যসকলে থানা চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। জানিব পৰা মতে বিদ্যালয়খনৰ  ছাত্ৰীসকলে বিকাশ ৰোডত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অধীনত বিদ্যালয়খনৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত সদৌ অসম ছাত্ৰ সন্থা আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যসকলৰ মাজত সংঘাতৰ সৃষ্টি হয়।

দুই পক্ষৰ মাজত হোৱা সংঘৰ্ষৰ মাজতে আছুৰ সদস্যই এবিভিপিৰ নেতা ৰোহিত বৰুৱাক মাৰধৰ কৰে। এবিভিপিৰ সদস্যসকলে আছুৰ বিৰুদ্ধে গাব্ৰুপথাৰ আৰক্ষী চকীত এটা অভিযোগ দাখিল কৰে।

Apply Now

এজাহাৰখনৰ মতে মনোহৰী দেৱী কানৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীসকলে তেওঁলোকৰ মহাবিদ্যালয়ৰ নিৰ্বাচনৰ বাবে ব্যস্ত হৈ থকা সময়ত নিশা প্ৰায় ৮-০০ মান বজাত ৰূপজ্যোতি বৰঠাকুৰ, খগেন দত্ত, মনোজ বুঢ়াগোহাঞি, ৰাজা গগৈ আৰু আন ৪জন আছুৰ সদস্যই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নেতা ৰোহিত বৰুৱাক বেয়াকৈ মাৰধৰ কৰে।

এজাহাৰখনত উল্লেখ থকা মতে আছুৰ সদস্যকলে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ছাত্ৰীসকলক হাৰাশাস্তি কৰাৰ অশ্লীল ভাষাৰে তেওঁলোকক অপদস্ত কৰিছিল।

এজাহাৰখনত আৰু কোৱা হৈছে যে আছুৰ সদস্যসকলে এবিভিপিৰ সদস্যসকলক তেওঁলোকৰ মহাবিদ্যালয় আৰু বিকাশ ৰোডক নিজৰ এলেকা বুলি দাবী কৰি প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছিল আৰু এবিভিপিৰ নেতাগৰাকীক বেয়াকৈ মাৰধৰ কৰে।

এবিভিপিৰ প্ৰতিবাদৰ পাছত গাব্ৰুপথাৰ আৰক্ষীয়ে আছুৰ ৪জন সদস্যক আটক কৰে আৰু তেওঁলোকক কঠোৰ নিৰাপত্তা বেষ্টনিৰ মাজত ৰাখে।

আনহাতে আছুৰ সদস্যসকলে এই অভিযোগ অস্বীকাৰ কৰি কৈছে যে এয়া আছুক হেয় প্ৰতিপন্ন কৰাৰ বাবে এবিভিপি আৰএছএছৰ ষড়যন্ত্ৰ।

উল্লেখ্য যে আহা ৩০ আগষ্টত মনোহৰী দেৱী কানৈ ছোৱালী মহাবিদ্যালয়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd