• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অসমীয়া সাহিত্যিকসকলে কলম ধৰক : ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 29, 2018 7:49 pm
Hima Das & Dhirendra Charkrabarty
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া সাহিত্যিকসকলক হিমাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সাহিত্যচৰ্চা চলাই যাবলৈ আহ্বান জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অসম সাংবাদিক-সাহিত্যিক পেন্সনাৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ পৰা নতুনকৈ পেন্সন লাভ কৰা সাংবাদিক-সাহিত্যিকসকলক অভিনন্দন জ্ঞাপন অনুষ্ঠানৰ পিছতেই সংবাদমাধ্যমৰ আগত তেওঁ এই মন্তব্য কৰে।

অসম সাংবাদিক-সাহিত্যিক পেন্সনাৰ সন্থাৰ সভাপতি চক্ৰৱৰ্তীয়ে পেন্সন লাভ কৰা সকলক উদ্দেশ্যি কয়, ‘হিমাৰ দৰে অখ্যাত ছোৱালীয়ে যদি বিশ্ব জয় কৰিব পাৰে, অসমীয়া সাহিত্যিকসকলেও হিমাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কলম ধৰক।’

Apply Now

উল্লেখযোগ্য যে, পেঞ্চন লাভ কৰা বহু সাহিত্যিক পেন্সনাৰ ইতিমধ্যে পৃথিবীৰ পৰা বিদায় মাগিলে, এতিয়া ৰাজ্যত প্ৰায় ৭০০ গৰাকী সাহিত্যিক পেন্সনাৰ আছে বুলি তেওঁ জানিবলৈ দিয়ে।

অসমীয়া সাহিত্য সম্পৰ্কত মন্তব্য কৰি তেওঁ কয়, ‘অসমীয়া সাহিত্যত ভাল কবিতা সৃষ্টি হৈছে, ভাল গল্প সৃষ্টি হৈছে, কিন্তু বৈপ্লৱিক পৰিৱৰ্তনৰ কাৰণে প্ৰচণ্ড জোৱাৰ সৃষ্টি কৰিব পৰা সাহিত্যৰ সৃষ্টি হোৱা নাই।’

তেওঁ লগতে কয়, ‘সাহিত্য জগতৰ বৈপ্লৱিক পৰিৱৰ্তনে সমাজৰ সকলো দুৰ্নীতি, অন্ধতা আৰু সংকীৰ্ণতাৰ উৰ্দ্ধত এখন উদাৰ আৰু সংস্কাৰমুখী সমাজ গঢ়ি তুলিব।’ তদুপৰি অসমীয়া সাহিত্যৰ প্ৰতি পেন্সনাৰ সাহিত্যিকসকলে সেৱা আগবঢ়োৱাৰ লগতে নতুন সাহিত্যিক সকলকো উদ্বুদ্ধ কৰিব লাগিব বুলি তেওঁ কয়।

তদুপৰি সংবাদমাধ্যমৰ আগত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ইংৰাজ চৰকাৰৰ দিনতেই অৰ্থ্যাৎ

১৯১২ চনতে সাহিত্যিক পেন্সন প্ৰৱৰ্তন কৰা হৈছিল বুলি জানিবলৈ দি তেওঁ কয়, ‘প্ৰথম গৰাকী পেন্সনাৰ সাহিত্যিক আছিল পদ্মনাথ গোহাঞি বৰুৱা। সেইসময়ত পেন্সন পাবৰ বাবে আবেদন জনোৱাত দুবছৰৰ চেষ্টাৰ অন্তত ইংলেণ্ড চৰকাৰে হুকুম দিয়াৰ পাছতহে পদ্মনাথ গোহাঞি বৰুৱাই সাহিত্যিক পেন্সন লাভ কৰিছিল।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am
আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am
আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd