• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোনো সদিচ্ছা নাই, বিপিএফ ১০ শতাংশৰ চৰকাৰ : হিতেশ বসুমতাৰী

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
August 30, 2018 9:01 pm
হিতেশ বসুমতারী
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ৰাইজৰ সমস্যাৰ কথা ভাবিবলৈ বিটিচিৰ প্ৰশাসন চলোৱা বিপিএফ দলৰ আহৰি নাই। তেওঁলোকৰ কাৰ্যালয়ত কেৱল ঠিকা-ঠুকুলিৰ কথাহে আলোচনা হয়। এই চৰকাৰক কেৱল ১০ শতাংশ ধনহে লাগে। আঁচনিৰ ১০ শতাংশ ধন কাটি ৰখাটো এওঁলোকৰ নিয়ম। বিপিএফ চৰকাৰৰ কোনো সাদিচ্ছা নাই,‘’ -এই অভিযোগ চাপাগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ইউ পি পি(এল) দলৰ উপ সভাপতি হিতেশ বসুমতাৰীৰ।

আজি আবেলি বাক্সা জিলাৰ তামুলপুৰৰ মটঙাপাৰ সাংস্কৃতিক ভৱনত  জিলা ইউপিপি(এল) দলৰ সভাপতি বাণী কান্ত বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত দলৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিবেশনৰ মুকলি সভা উদ্বোধন কৰি বসুমতাৰীয়ে এইদৰে অভিযোগ কৰে।

Apply Now

ভাষণ প্ৰসংগত তেওঁ কয় যে উন্নয়নৰ বাবে পৰিকল্পনাৰ দৰকাৰ। বিপিএফ চৰকাৰৰ কোনো পৰিকল্পনা নাই, গতিকে বিটিচিৰ উন্নয়ন হ’ব কেনেদৰে বুলিও প্ৰশ্ন কৰে নেতা গৰাকীয়ে। বিটিচিত সমস্যা বুলিলে কেৱল ৰাস্তা ঘাটৰ সমস্যাই নহয়, আন বহুতো জাতীয় সমস্যাও আছে।

আলফা, এনডিএফবিৰ সমস্যাটো চৰকাৰে কেৱল আলোচনাৰ নামত আলোচনাহে চলাই আছে কিন্তু কোনো মীমাংসা হোৱা নাই। ৰাজনৈতিকভাৱে এই সমস্যাটোৰ  সমাধান কৰিৱ লাগিৱ। এই সমস্যা সমাধান কৰাৰ দায়িত্ব চৰকাৰৰ বুলিও তেওঁ কয়।

সভাত  মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা ইউপিপি(এল) দলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই ভাল কাম কৰিবলৈ যি কোনো দলত থাকিও কৰিব পাৰি  বুলি কয়। তেওঁৰ সুদীৰ্ঘ  ভাষণত অবড়োৰ সমস্যাৰ কথা কৈ সাংসদ হোৱা  হীৰা শৰণীয়া (নৱ কুমাৰ শৰনীয়া) ই অবড়োৰ হৈ মাত নামাতে বুলিও অভিযোগ কৰে।

হীৰা শৰণীয়াই ৭০ : ৩০ ৰ শ্লোগান দি আছে যদিও যেতিয়া তেওঁৰ কেৰিয়াৰ শেষ হ’ব তেতিয়া প্ৰথমে “জয় বড়োলেণ্ড”  ক’ব বুলিও কটাক্ষ কৰে। সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা সভাত এম চিএল এ মালতী ব্ৰহ্ম হাজোৱাৰীয়েও ভাষণ প্ৰদান কৰে। আজি এই সভাৰ পূৰ্বে অনুষ্ঠিত হোৱা প্ৰতিনিধি  সভাত পৰবৰ্তী  তিনি বছৰৰ বাবে বিপুল বসুমতাৰীক সভাপতি আৰু,ফনিন্দ্ৰ নাৰ্জাৰীক সম্পাদক হিচাপে লৈ মুঠ ৩৫ জনীয়াকৈ দলৰ নতুন জিলা কমিটিখন গঠন কৰা হয়।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

September 8, 2026 3:36 pm
নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

September 8, 2026 3:20 pm
‘সৰকে চুনৰ’ৰ পিছত ‘পুতলা বিমান’ বিতৰ্ক; নোৰাৰ বিৰুদ্ধে ৩ কোটি টকাৰ মানহানিৰ গোচৰ

‘সৰকে চুনৰ’ৰ পিছত ‘পুতলা বিমান’ বিতৰ্ক; নোৰাৰ বিৰুদ্ধে ৩ কোটি টকাৰ মানহানিৰ গোচৰ

September 8, 2026 3:04 pm
হুলস্থুলৰ মাজতে তামিলনাডু বিধানসভাত সদনৰ পৰা উলিয়াই দিলে বিৰোধী বিধায়কসকলক

হুলস্থুলৰ মাজতে তামিলনাডু বিধানসভাত সদনৰ পৰা উলিয়াই দিলে বিৰোধী বিধায়কসকলক

September 8, 2026 2:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

September 8, 2026 3:36 pm
নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

September 8, 2026 3:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd