• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে মহানগৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ সাৱ্যস্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 31, 2018 1:02 pm
কৃষক মুক্তি

বৃহ নদীবান্ধৰ বিৰুদ্ধে মহানগৰীৰ মেঘদূত ভৱনৰ সন্মুখত শুকুৰবাৰে কৃষক মুক্তিৰ প্ৰতিবাদ। ফটো: নৰ্থইষ্ট নাও

120
VIEWS
Share on FacebookShare on Twitter

বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি তথা বানপানী, গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি ৰাজ্যৰ সমগ্ৰ জিলা সদৰসমূহত প্ৰতিবাদ সাৱ্যস্ত কৰে।

মহানগৰীৰ মেঘদূত ভৱনৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মহানগৰ জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী দিনৰ ১ বজা পৰ্য্যন্ত চলি থাকিব।

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে  বিজেপি দলে নিৰ্বাচনৰ পূৰ্বে বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰিছিল যদিও এতিয়া তেওঁলোকে বৃহৎ নদীবান্ধৰ পক্ষে সম্পূৰ্ণ স্থিতি গ্ৰহণ কৰিছে।

প্ৰতিবাদত অংশগ্ৰহণ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক মুকুট ডেকাই নৰ্থ ইষ্ট নাওক জনায় যে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আদিত প্ৰস্তাৱিত আৰু নিৰ্মীয়মান সকলো বৃহৎ নদীবান্ধ প্ৰকল্পৰ কাম বন্ধ ৰাখিব লাগে।

তদুপৰি, ৰঙানদী জলবিদ্যুৎ প্ৰকল্প, কুৰিশ্ব’ প্ৰকল্প, দৈয়াং জলবিদ্যুৎ প্ৰকল্পকে ধৰি অন্য বহুকেইটা প্ৰকল্পই পানী এৰি দিয়াৰ ফলত ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰলয়ংকাৰী বানৰ সৃষ্টি হৈছে বুলিও তেওঁ কয়।

আনহাতে, প্ৰতিবাদকাৰী সকলে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবেও প্ৰবল দাবী জনায়। প্ৰতিবাদকাৰীসকলে অৱস্থান ধৰ্মঘটৰ অন্ত পৰাৰ পিছত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব।

আজিৰ উক্ত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত মহানগৰ জিলা সমিতিৰ সভাপতি দেবেন শৰ্মা আৰু সাধাৰণ সম্পাদক পৃথিবী দলেও উপস্থিত থাকে।

Recent News

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

দৈৰ উপকাৰীতা জানো আহক

দৈৰ উপকাৰীতা জানো আহক

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd