• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীৰ আশ্বাস হাছিনাক : অসমৰ এনআৰচিৰ বিৰূপ ফল বাংলাদেশত নপৰে

সুবীৰ ভৌমিক by সুবীৰ ভৌমিক
August 31, 2018 3:08 pm
hasina-modi-570x320
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাক আশ্বাস দিছে যে অসমৰ কাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ে বাংলাদেশলৈ কোনো বিৰূপ প্ৰভাৱ কঢ়িয়াই নানে।

প্ৰধান মন্ত্ৰী মোডীৰ সৈতে থকা বিষয়াসকলে নৰ্থ-ইষ্ট নাওক কৈছে যে বৃহস্পতিবাৰে কাঠমাণ্ডুত  বংগোপসাগৰীয় বহু খণ্ডভিত্তিক প্ৰযুক্তি আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগৰ (BIMSTEC) শীৰ্ষ সন্মিলনৰ একাষৰীয়াকৈ দুয়োগৰাকী নেতাৰ মাজত হোৱা পোনপতীয়া আলোচনাত মোদীয়ে এই আশ্বাস প্ৰদান কৰে।

Apply Now

নেপালৰ ৰাজধানীত অনুষ্ঠিত দুদিনীয়া ‘বংগোপসাগৰীয় বহু খণ্ডভিত্তিক প্ৰযুক্তি আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগ’ৰ শীৰ্ষ সন্মিলনৰ শুকুৰবাৰে সামৰণি পৰে।

বিষয়াসকলে কৈছে যে মোডীৰ আশ্বাসত অস্পষ্টতা নাছিল।

স্পষ্টভাৱে নকলেও এই কথাই ইয়াকেই প্ৰতিপন্ন কৰে যে এনআৰচিত অন্তৰ্ভুক্ত নোহোৱা কোনো ব্যক্তিকেই বাংলাদেশলৈ ঘূৰাই পঠোৱা নহয়।

উল্লেখ্য যে তিস্তাৰ জল বিনিময় চুক্তিত এটা চূড়ান্ত সিদ্ধান্তত উপনীত হোৱাৰ ব্যৰ্থতাই হাছিনাক যথেষ্ট পেলাইছে আৰু বাংলাদেশৰ আগন্তুক নিৰ্বাচনৰ সময়ত এতিয়া অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সাম্ভব্য বিৰূপ প্ৰভাৱে তেওঁৰ অস্বস্তি আৰু বৃদ্ধি কৰিছে।

ঢাকাত নিয়োজিত ভাৰতৰ উচ্চায়ুক্ত এইচ্চ ভি শৃংলাই ইতিমধ্যে বালাদেশৰ বিদেশ মন্ত্ৰী এ এইচ্চ মহম্মদ আলী আৰু আৱামী লীগৰ শীৰ্ষ নেতাসকলক আশ্বাস দিছে যে এনআৰচি হৈছে ভাৰতৰ আভ্যন্তৰীণ বিষয় আৰু ই বাংলাদেশক কোনোভাৱে প্ৰভাৱিত নকৰে।

মোডীৰ আশ্বাসে ভাৰত-বাংলাদেশ দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰতি অহা চাপ এৰাই চলাৰ এটা প্ৰয়োজনীয় পদক্ষেপ হিচাপে পৰিগণিত হৈছে। দুয়ো দেশৰ মাজৰ অগতাগতিক বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠাৰ ফলত বাংলাদেশত থকা হাছিনাৰ নেতৃত্বাধীন বাংলাদেশ চৰকাৰে ভাৰতৰ বাবে মূৰৰ কামোৰণি হৈ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থীৰ ঘাটী আৰু শিবিৰসমূহ উৎখাট কৰাৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছে।

কাঠমাণ্ডু আলোচনাত মোডীয়ে হাছিনাক ৰহিঙীয়া সমস্যাৰ ওপৰত সম্পূৰ্ণ সমৰ্থন কৰাৰ আশ্বাস প্ৰদান কৰিছে।

উল্লেখ্য যে ম্যানমাৰে বাংলাদেশত আশ্ৰয় লৈ থকা ১০ লাখ ৰহিঙীয়াক ঘূৰাই লোৱাৰ বাবে ভাৰত চৰকাৰে হেঁচা দি আছে। বিনিময়ত ভাৰতে ম্যানমাৰলৈ উভতি যোৱা সকলৰ বাসগৃহসমূহ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত সহায়তা কৰা আশ্বাস দিছে।

সুবীৰ ভৌমিক

সুবীৰ ভৌমিক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd