• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰুণাচলত বিপদ সীমাৰ তলেৰে বৈ আছে ছিয়াং : অসমত শংকাৰ কাৰণ নাই

প্ৰফুল্ল কামান by প্ৰফুল্ল কামান
September 1, 2018 11:14 am
Helicopter- (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰষুণৰ ফলত হোৱা জলস্তৰৰ স্বাভাৱিক বৃদ্ধিয়েছিয়াঙৰ জলস্তৰ বৃদ্ধি কৰি অসম অৰুণাচল সীমান্তৰ জামপানী এলেকাত থকা কেতবোৰ দ্বীপ জলমগ্ন কৰাত ১৯ গৰাকী ব্যক্তি জলবন্দী হৈ পৰিছিল। শুকুৰবাৰে পুৱা তেওঁলোকক ভাৰতীয় বায়ুসেনাৰ হেলিকক্টাৰেৰেৰ উদ্ধৰ কৰা হৈছিল।

চীনৰ চাংপো নদীৰ ওচৰত ধাৰাসাৰে বৰষুণ হোৱাৰ বাতৰি অৱগত হোৱাৰ পাছত এই কথা অৰুণাচলৰ ৰাজ্যিক চৰকাৰক ভাৰত চৰকাৰৰ তৰফৰ পৰা জনাই দিছে। তাৰ পাছত অৰুণাচলৰ পূব ছিয়াঙৰ জিলা প্ৰশাসনে নামনি এলেকাসমূহত বাস কৰা লোকসকলক তেওঁলোকে ছিয়াং নদীত মাছ ধৰা, সাঁতোৰা আন কামৰ বাবে নাযায় তাৰ বাবে সতৰ্ক কৰি দিছিল।

Apply Now

কেন্দ্ৰীয় জল আয়োগৰ ৩০ আগষ্টত প্ৰকাশিত প্ৰাথমিক প্ৰতিৱেদনৰ উদ্ধৃতিৰে প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে যদিহে টুটিং আৰু পাছিঘাটৰ মাজৰ বৰষুণৰ পানী ছিয়াং নদীত পৰা এলেকাসমূহত ধাৰাসাৰ বৰষুণ নহয়, তেন্তে চীনে এৰি দিয়া পানীয়ে কোনো বিপৰ্যয়ৰ সৃষ্টি কৰিব নোৱাৰে।

জলসম্পদ বিভাগৰ এটা সূত্ৰই কৈছে যে বৃহস্পতিবাৰে পুৱা ৯-০০ বজাত পাছিঘাটৰ পৰা ২১৩ কি:মি: উজনিত থকা কেন্দ্ৰীয় জল আয়োগৰ  টুটিং গে’জ ষ্টেশ্যনত ছিয়াং নদী ৪১৪.৭৯ মিটাৰত প্ৰৱাহিত হৈ আছিল। শুকুৰবাৰে পুৱা ৭-০০ বজাত ৪১৫.০৪ মিটাৰ আৰু একে দিনাই দুপৰীয়া ২-০০ বজাত ৪১৫.০২ মিটাৰ উচ্চতাত প্ৰৱাহিত হৈ আছিল। ডিব্ৰুগড় জলসম্পদ বিভাগৰ সূত্ৰোটৱে জনাইছে যে আবেলি ৩-০০ বজাৰ পৰা ছিয়াঙৰ জলস্তৰ ৪১৫.১৫ মিটাৰত স্থিৰ হৈ আছে।

আনহাতে পাছিঘাটত ছিয়াং নদী বৃহস্পতিবাৰে দিনৰ ১১-০০ বজাত ১৫৩.৪০ মিটাৰত প্ৰৱাহিত হৈ আছিল। বৃহস্পতিবাৰে নিশা ১২-০০ বজাত ১৫৩.২৭ মিটাৰ আৰু শুকুৰবাৰে দিনৰ ২-০০ বজাত ১৫৩.২৮ মিটাৰ উপৰেৰে বৈ আছিল। পাছিঘাটত শুকুৰবাৰে দিনৰ ২-০০ বজাৰ পৰা ৫-০০ বজাৰ ভিতৰত ছিয়াং নদীয়ে প্ৰতি ঘণ্টাত ১ চেণ্টিমিটাৰতকৈও কম বৃদ্ধিৰ প্ৰৱণতা দেখুৱাইছিল। পাছিঘাটত ছিয়াঙৰ বিপদসীমা হৈছে ১৫৩.৯৬ মিটাৰ।

চীনে ছিয়াং নদীত প্ৰতি ছেকেণ্ডত ৯০২০ ঘনমিটাৰ পানী এৰি দিলেও সেই বিষয়ত আশংকাত ভোগাৰ প্ৰয়োজন নাই বুলি আসশ্বাস দিছে জলসম্পদ বিভাগে। তিব্বতত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত চীনে পানীখিনি এৰি দিছে।

দ্য আছাম ট্ৰিবিউন কাকতত প্ৰকাশিত এটা প্ৰতিৱেদনত কোৱা হৈছে যে অৰুণাচলত ছিয়াং নদী ৭৫৬ মিটাৰ বহল আৰু উক্ত পানীখিনিয়ে জলস্তৰ মাথোঁ ৩ মিটাৰলৈহে বৃদ্ধি কৰিব পাৰিব। আৰু অসমত প্ৰৱেশ কৰাৰ পাছত জোনাইত ইয়াৰ প্ৰস্থ ৭ কি:মি:ৰ আশে পাশে হোৱাৰ ফলত জলস্তৰ মাত্ৰ ৩০ চেণ্টিমিটাৰহে বাঢ়িব বুলি কৈছে জলসম্পদ বিভাগে।

প্ৰফুল্ল কামান

প্ৰফুল্ল কামান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd