• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাফলঙত কৰ্মৰত সাংবাদিক সকলৰ প্ৰতিবাদী ধৰ্ণা, মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
September 1, 2018 2:52 pm
20180901_111030
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ৰাজ্যৰ লগত আজি হাফলঙতো ডিমা হাচাও জাৰ্নেলিষ্ট ইউনিয়নৰ উদ্যোগত ডিমা হাচাও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত ধৰ্ণা প্ৰদৰ্শন কৰে।

ধৰ্ণা কাৰ্যসূচীত পাৰ্বত্য জিলাৰ কৰ্মৰত সাংবাদিকসকল উপস্থিত থকাৰ লগতে সংবাদকৰ্মীসকলে নিজৰ নিজৰ সমস্যাৰ কথা দাঙি ধৰে।

Apply Now

শেহতীয়াভাৱে সমগ্ৰ দেশৰ লগতে ৰাজ্য জুৰি সাংবাদিকৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাবলৈ ধৰিছে। বিভিন্ন ঠাইত সাংবাদিক হত্যাৰ ঘটনা ঘটিছে। অভিযোগ অনুসৰি  পাৰ্বত্য ডিমা হাচাও জিলাত লাহে লাহে সাংবাদিকক পৰোক্ষ ভাবে আৰু মানসিকভাবে হাৰাশাস্তি কৰাৰ বিষয় পোহৰলৈ আহিব ধৰিছে।

ডিমা হাচাও জাৰ্নেলিষ্ট ইউনিয়নৰ উপ সভাপতি নিৰ্মল সিঙে কয় যে বৰ্তমান ডিমা হাচাও জিলাত সংবাদকৰ্মীসকল সুৰক্ষিত নহয়। বিভিন্ন মহলৰ পৰা ফোন যোগে হুমকি দিয়াটো এক নিয়মত পৰিণত হৈছে। তেওঁ চৰকাৰৰ ওচৰত সাংবাদিকক নিৰাপত্তা প্ৰদানৰ দাবী উত্থাপন কৰে।

জাৰ্নেলিষ্ট ইউনিয়নৰ  ইউনিয়নৰ সম্পাদক বিপ্লব দেবেও এই সম্পৰ্কত বক্তব্য ৰাখে। তেওঁ কয় ‘‘দেশত আজিৰ দিনত দুৰ্বৃত্ত বা একাংশ ৰাজনৈতিক নেতাৰ প্ৰথম টাৰ্গেট হৈছে সাংবাদিক বা সংবাদ মাধ্যম। চৰকাৰে বিষয়টোত গুৰুত্ব দিব লাগে।’’  বিশিষ্ট সাংবাদিক তথা হাফলং প্ৰেছ ক্লাৱৰ সভাপতি অনুপ কুমাৰ বিশ্বাসে কয় যে সাংবাদিক সকলে ইমান ত্যাগ স্বীকাৰ কৰি সমাজ তথা দেশৰ কাৰণে দিনে নিশাই কাম কৰিছে যদিও সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰ বা প্ৰশাসনে কোনো গুৰুত্ব আৰোপ কৰা নাই।

নৰ্থ ইষ্ট নাওৰ জিলা প্ৰতিনিধি তথা হাফলং প্ৰেছ ক্লাৱৰ বিত্ত সচিব পংকজকুমাৰ দেবে তেওঁৰ ভাষণত কয় যে চৰকাৰে সাংবাদিকসকলৰ কল্যাণৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও কিন্তু নিৰাপত্তা সুনিশ্চিত কৰা নাই। ডিমা হাচাওৰ নিচিনা পাহাৰীয়া অঞ্চলত আজি বহুত সমস্যাৰ মাজত সাংবাদিকসকলে কাম কৰি আছে। এনে ক্ষেত্ৰত কেতিয়াবা ব্যবসায়ী বা মাফিয়াৰ ধমকি আহে। কেতিয়াবা ৰাজনৈতিক নেতাৰ পৰা সংবাদ মাধ্যমৰ পৰা পদত্যাগ কৰা ধমকি নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে।

নিউজ লাইভৰ সংবাদদাতা স্বদীপ হাছামেও নিজৰ বক্তব্য ৰাখে।।

আজি ৰাতিপুৱা ১১-০০ মানৰ পৰা আৰম্ভ হোৱা ধৰ্ণা ১২-০০ মানলৈ চলে। ইয়াৰ পাছত জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ উদ্দেশ্য লিখা স্মাৰকপত্ৰ তেখেতৰ হাতত তুলি দিয়া হয়।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd