• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্মাৰ্টচিটী গুৱাহাটী ! বছৰ বাগৰিল, সলনি হ’ল চৰকাৰ, কিন্তু সলনি নহ’ল অনিল-নবীন নগৰবাসীৰ দুৰ্দশা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 2, 2018 2:47 pm
Photo Anil Nagar

দেওবাৰে এজাক বৰষুণৰ পিছত জলমগ্ন হৈ পৰা অনিলনগৰ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে পুৱাৰ এজাক মাত্ৰ বৰষুণতে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কবলত পৰাৰ সমান্তৰালকৈ অনিল নগৰো হৈ পৰিল অনিল সাগৰ।

বহুবছৰ ধৰি কৃত্ৰিম বানৰ কবলত ভুগি অহা অনিল-নবীন নগৰবাসীৰ মাজত এজাক বৰষুণ দিলেই সৃষ্টি আন এক সমস্যা। ইফালে খোৱা পানীৰ সমস্যাত সঘনে ভুগি থকা অনিল-নবীননগৰবাসীৰ বৰষুণ দিলেই জীৱনৰ প্ৰতি নামি আহে নতুন এক বিপৰ্য্যয়।

Apply Now

উল্লেখ্য যে, স্মাৰ্ট চিটী হিচাপে গুৱাহাটী মহানগৰক গঢ় দিবলৈ প্ৰয়াস কৰা পৰিৱৰ্তনকামী চৰকাৰে কৃত্ৰিম বানপানীক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছিল যদিও এইক্ষেত্ৰত কোনো পৰিৱৰ্তন আনিব পৰা নাই বিজেপি চৰকাৰে।

ইপিনে, গুৱাহাটী উন্নয়ন বিভাগ তথা পৌৰনিগমে কৃত্ৰিম বানপানী ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ হাতত লোৱা বুলি ভাষণৰ ফুলজাৰি মাৰিলেও গুৱাহাটীত ইয়াৰ অন্য এক প্ৰতিচ্ছবিহে প্ৰতিফলিত হৈছে।

আনহাতে, ব্যংগাত্মকভাৱে বাৰিষাৰ দিনকেইটা লংপেন্টৰ ঠাইত হাফপেন্ট পিন্ধা সংস্কৃতি গ্ৰহণ কৰা বুলিও একাংশ অনিলনগৰবাসীয়ে কয়।

এই সম্পৰ্কত অনিলনগৰৰ নিবাসী প্ৰশান্ত বৰ্মণে নৰ্থ ইষ্ট নাওক কয়, ‘’চৰকাৰ সলনি হ’ল, আমাৰ সলনি নহ’ল, কাৰণ বাৰিষাৰ দিনকেইটা আমি হাফপেন্ট  পিন্ধিয়েই থাকিবলগীয়া হয়।‘’

তেওঁ লগতে কয়, ‘আগৰ চৰকাৰখনেও কৃত্ৰিম বানপানীৰ সমস্যাৰ সমাধান কৰিব নোৱাৰিলে। কিন্তু বৰ্তমানো সৰ্বানন্দ সোণোৱাল চৰকাৰে আমাক কেৱল প্ৰহসনৰ ওপৰত প্ৰহসন কৰি আহিছে।‘’

আনহাতে, মেচিনেৰে পানী নিস্কাষণ কৰা হয় যদিও এজাক বৰষুণ দিলেই পুনৰ পানীৰ তলত বুৰ যোৱা বুলি উল্লেখ কৰি প্ৰশান্ত বৰ্মণে লগতে কয়, ‘’এইবোৰ কৰাতকৈ কৃত্ৰিম বানপানীৰ স্থায়ী সমাধান বিচাৰিছো।‘’

উক্ত অঞ্চলৰে আন এগৰাকী স্থানীয় ব্যক্তি হিতেন দত্তই কয় যে অনিলনগৰৰ বানপানী বিকশিত অসমৰ লগতে স্মাৰ্ট গুৱাহাটীৰ কদৰ্য্য ৰূপ। গুৱাহাটীখনৰ উন্নয়ন হোৱা বুলি তেওঁলোকে কথাৰ ফুলজাৰি নামাৰি কামৰ ফুলজাৰি মাৰিব লাগে।

তদুপৰি উক্ত অঞ্চলৰে আন এগৰাকী সচেতন ব্যক্তি প্ৰদীপ বৰ্মণে গীতৰ মাজৰে গুৱাহাটীৰ উন্নয়ন বিভাগৰ দায়িত্বত অহা প্ৰত্যেকজন মন্ত্ৰীয়ে উন্নয়নৰ ক্ষেত্ৰত ব্যৰ্থ তথা তেওঁলোক নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেহে মন্ত্ৰী হোৱা বুলি কটাক্ষ কৰে।

তেওঁ লগতে কয়, ‘’চৰকাৰখনে এডভান্টেজ আসাম, নমামি বৰাক ব্ৰহ্মপুত্ৰ পালন কৰি কৌটি-কৌটি টকা খৰচ কৰাতকৈ সেই টকাখিনিৰে কৃত্ৰিম বানপানীৰ সমস্যা সমাধানত খৰচ কৰক।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd