• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

চীনৰ কৃত্ৰিম হ্ৰদৰ পৰা বিপদ বাঢ়িছে অসম, অৰুণাচলৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 26, 2017 12:37 pm
প্রতিনিধিত্বমূলক ফটো

প্রতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১৭ নৱেম্বৰত  ৬.৪ ৰিখটাৰ স্কেলৰ এটা ভূমিকম্পৰ ফলত য়াৰলং ছাংপো নদীৰ অৱবাহিকাত সৃষ্টি হোৱা প্ৰচুৰ পানী ভৰি থকা কমেও তিনিটা বৃহৎ আকাৰৰ হ্ৰদে নামনি অঞ্চলত বাস কৰা অৰুণাচল আৰু অসমৰ বাসিন্দাসকলৰ বাবে ভয়াবহ বিপদৰ আগজাননী কঢ়িয়াইছে। দেশৰ আগশাৰীৰ কাকত ‘ডেক্কান হেৰল্ড’ৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

ভূমিকম্প হোৱা অঞ্চলটো আৰু কৃত্ৰিম হ্ৰদৰ স্থানটো অৰুণাচল প্ৰদেশৰ পৰা বহু বেছি দূৰত অৱস্থিত নহয়। অৰুণাচল প্ৰদেশৰ য’ৰ পৰা ছাংপো নদী প্ৰায় ১৮০ ডিগ্ৰী দক্ষিণ দিশলৈ ঘুৰি আহি ছিয়াং হিচাপে পৰিচিত হৈ নামনিত আহি লোহিত নদীত মিলি গৈছে আৰু অসমত বিশাল ব্ৰহ্মপুত্ৰ হিচাপে জনজাত হৈ পৰিছে।

Apply Now

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক তথ্য অনুসৰি চীনৰ ভূমিকম্পটোৰ কেন্দ্ৰস্থলটো অসমৰ ঘন বসতি প্ৰধান ডিব্ৰুগড় চহৰৰ পৰা ২৫৯ কিলোমিটাৰ আৰু বাণিজ্যিক কেন্দ্ৰ তিনিচুকীয়াৰ পৰা ২৬১ কিলোমিটাৰ আঁতৰত অৱস্থিত।

‘’ অৰুণাচল প্ৰদেশ আৰু অসমৰ বাবে এই দিশটো অতি বিপজ্জনক হিচাপে চিহ্নিত আৰু শীঘ্ৰে ইছৰো বা নেচনেল ৰিম’ট ছেনছিং চেন্টাৰৰ দ্বাৰা উচ্চ বিকিৰণযুক্ত ছেটেলাইট তথ্যৰ সহায়ত অনুসন্ধান চলাব লাগে আৰু চীনা কৰ্তৃপক্ষৰ পৰাও সহযোগ বিচাৰিব লাগে,’’- বৰ্তমান আইআইটি ৰুৰকিত কৰ্মৰত এগৰাকী প্ৰসিদ্ধ নদী আভিযান্ত্ৰিক বিশেষজ্ঞ অধ্যাপক নয়ন শৰ্মাই এইদৰে কয়।

‘’ভূমিস্খলনৰ বাবে হঠাতে বান্ধ ভঙাৰ ফলত সম্ভাৱ্য বৃহৎ ৰূপত ধ্বংস কাৰ্যৰ উপৰি গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পৰা এই কৃত্ৰিম হ্ৰদে নামনিৰ বাসিন্দাসকলৰ বাবে বিপদ কঢ়িয়াই আনিব পাৰে,’’-তেওঁ কয়।

প্ৰতিবেদনখনে উল্লেখ কৰিছে যে পূৰ্বতে এনে ঘটনাৰ উদাহৰণ আছে। ২০০০ চনত য়াৰলং ছাংপোৰ অৱবাহিকাত এটা অস্থায়ী হ্ৰদ বিস্ফোৰণ হোৱাৰ ফলত বিশেষকৈ অৰুণাচলত জীৱন আৰু সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছিল।

প্ৰতিবেদখনক কোৱা হৈছে যে আন বিশেষজ্ঞসকলেও এই বিপদৰ মোকাৱিলা কৰিবলৈ শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়াইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd