• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাঠশালাত মহাপুৰুষৰ প্ৰতি অসন্মান প্ৰদৰ্শন ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ

চৰকাৰৰ নিৰ্দেশক অৱমাননা কৰি গুৰুজনাৰ তিথিত খোলা ৰাখিলে বিদ্যালয়

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
September 11, 2018 8:20 pm
Christ Jyoti School
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি। এই উপলক্ষে ৰাজ্য চৰকাৰে NI Act অধীনত চৰকাৰী বন্ধ ঘোষণা কৰিছিল। কিন্তু ৰাজ্য চৰকাৰৰ নিৰ্দেশক অৱমাননা কৰি পাঠশালাৰ হৰিপুৰৰ ‘খ্ৰাইষ্ট জ্যোতি’ নামৰ এখন ব্যক্তিগতখণ্ডৰ বিদ্যালয়য়ে পাঠদান খোলা ৰাখে।

মহাপুৰুষজনাৰ প্ৰতি বিদ্যালয়খে প্ৰদৰ্শন কৰা এই অসন্মানৰ বিষয়ে জানিব পাৰি অঞ্চলটোৰ বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

Apply Now

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পাঠশালা আঞ্চলিক সমিতিৰ সভাপতি বিশ্বজিৎ কলিতাৰ নেতৃত্বত ধৃতিৰাজ তালুকদাৰ, অৰূপ শৰ্মা মৌপ্ৰান তালুকদাৰ, কিশোৰ ৰয়সহ এটি সজাতি দলে গৈ বিদ্যালয় কৰ্তৃপক্ষক সোধ-পোছ কৰাত তেওঁলোকে ‘ৰাজ্য চৰকাৰৰ নিয়মক মানি নলও’ আৰু ‘শংকৰদেৱৰ বিষয়ে নাজানো’ বুলি মন্তব্য প্ৰকাশ কৰে।

যুৱ ছাত্ৰ পৰিষদৰ পাঠশালা আঞ্চলিক সমিতিৰ সভাপতি বিশ্বজিৎ কলিতাই তেওঁলোকে অসমৰ বায়ু, পানী সেৱন কৰি অসমৰ ৰীতি নীতি বা অসমৰ সংস্কৃতিৰ বিষয়ে নাজানিলে তথা নিয়ম মানি নচলিলে ভবিষ্যতে  বিদ্যালয়খনৰ ওপৰত কঠোৰ পদক্ষেপ লোৱা হ’ব বুলি হুংকাৰ দিয়ে।

পৰিষদৰ বজালী জিলা সমিতিৰ সভাপতি মৃদুল তালুকদাৰে বিদ্যালয়খৰ এনেধৰণৰ কৰ্মকাণ্ডত ক্ষোভ প্ৰকাশ কৰাৰ লগতে বিদ্যালয় কৰ্তৃপক্ষই পূৰ্বতেও বিভিন্ন সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু অভিভাৱকক বেয়া ব্যবহাৰ কৰিছিল বুলি অভিযোগ কৰে।

বিদ্যালয়খনৰ বিৰুদ্ধে অসম চৰকাৰক ব্যবস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই এই ক্ষেত্ৰত প্ৰশাসনে যদি কোনো ব্যবস্থা গ্ৰহণ নকৰে তেতিয়া ৰাইজৰ সহযোগত বিদ্যালয়খন অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হ’ব বুলি সংগঠনটোৱে সকীয়াই দিয়ে।

ইয়াৰ উপৰি ভাৰতীয় জনতা যুৱ মৰ্চা বজালী জিলা সমিতিৰ একাংশ কৰ্মীয়েও বিদ্যালয়খনত উপস্থিত হৈ বিদ্যালয় কৰ্তৃপক্ষক অনাগত দিনত এনেধৰণৰ ভুল নকৰিবলৈ সকিয়াই দিয়াৰ লগতে ৰাইজ তথা অভিভাৱক সকলকো সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

July 23, 2026 10:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd