• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশৰ ইটানগৰত সংহাৰী বানে প্ৰাণ ল’লে এজন লোকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2018 12:51 pm
dc-Cover-9su9ted8mrpfl46fesru0c8lr4-20160422150202.Medi

প্রতিনিধিত্বমূলক চিত্র। উৎস : ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰৰ নিশাৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ ইটানগৰত সংঘটিত হৈছে ভয়ংকৰ বান। জানিব পৰা মতে চহৰখনত হোৱা প্ৰলংকৰী বানত এই পৰ্যন্ত এজন লোকৰ মৃত্যু হোৱাৰ উপৰি সন্ধানহীন হৈ আছে চাৰিজন লোক।

উল্লেখ্য যে  বৰষুণৰ ফলত কালি নিশা হঠাতে হোৱা অস্বাভাৱিক বানত ইটানগৰৰ পাপ্পু নাল্লা নৈৰ বাঢ়নী পানীয়ে ১৫টাৰো অধিক ঘৰ উটুৱাই লৈ যায়। চহৰখনত ৰুদ্ৰমূৰ্তি ধাৰণ কৰা বানে নিশা বড’নি পলো কলনিত শুই থকা অৱস্থাতে দুটা পৰিয়ালৰ ৬জন লোকক উটুৱাই লৈ যায় বুলি খবৰ লাভ কৰা গৈছে। নিশা উটি যোৱা এজন লোকক উদ্ধাৰকাৰী দলে জোলাং অঞ্চলৰ পৰা উদ্ধাৰ কৰে বুলি জানিব পৰা যায়।

আনহাতে, নৈৰ পাৰত ৰখাই থোৱা এখন i-20 বাহন আৰু চাৰিখন মটৰ চাইকেলো উক্ত প্ৰলংকৰী বানত উটি যায়। ইফালে নিশাৰ পৰা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে চেংকী নৈৰ জলপৃষ্ঠ। নৈখনৰ পাৰত বসবাস কৰা বহু পৰিয়ালে এতিয়া আশ্ৰয় লৈছে সুৰক্ষিত স্থানত।

ইফালে অস্বাভাৱিকভাৱে হোৱা বৰষুণৰ ফলত বানৰ উপৰি ৰাজ্যখনত ভয়ংকৰভাৱে বৃদ্ধি পাইছে ভূমিস্খলন। ভূমিস্খলনৰ ফলত এজন লোকে প্ৰাণ হেৰুওৱাৰ লগতে কেইবাটাও বাসগৃহৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে। ভূমিস্খলন তথা বানত আবদ্ধ হৈ থকা লোকক উদ্ধাৰৰ বাবে সেনা, SDRF আৰু NDRF বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।‍

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

August 23, 2025 11:29 am
জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

August 23, 2025 10:30 am
বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

August 23, 2025 9:26 am
প্ৰকাশ পালে মুখ্যমন্ত্ৰী সকলৰ সম্পত্তিৰ তালিকা : উত্তৰ পূৱ ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন?

প্ৰকাশ পালে মুখ্যমন্ত্ৰী সকলৰ সম্পত্তিৰ তালিকা : উত্তৰ পূৱ ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন?

August 23, 2025 8:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

August 23, 2025 11:29 am
জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

August 23, 2025 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd