• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৯৩১ চনৰ লোকপিয়লতেই অসমীয়া জাতীয়তাবাদৰ উত্থান ঘটিছিল : অধ্যাপক চন্দন শৰ্মা

জাঁজী হেম নাথ শৰ্মা মহাবিদ্যালয়ত 'লোকপিয়ল আৰু ঔপনিৱেশিক অসম' শীৰ্ষক স্মাৰক বক্তৃতানুষ্ঠান

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
September 14, 2018 10:58 pm
Dignitaries attended the memorial lecture
258
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ জাঁজী হেম নাথ শৰ্মা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি মহাবিদ্যালয়খনৰ প্ৰয়াত শিক্ষক-কৰ্মচাৰীৰ সোঁৱৰণত ‘লোকপিয়ল আৰু ঔপনিৱেশিক অসম’ শীৰ্ষক এক স্মাৰক বক্তৃতা অনুষ্ঠিত হয়।

ষষ্ঠ বাৰ্ষিক বক্তৃতানুষ্ঠানটোত অংশ গ্ৰহণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক চন্দন শৰ্মাই কয় যে, লোকপিয়লৰ প্ৰভাৱতেই প্ৰাক আধুনিক কালৰ জনগাথঁনিক স্থিতি পৰৱৰ্তী সময়ত পৰিৱৰ্তন হোৱা লক্ষ্য কৰা দেখা যায়। প্ৰাক স্বাধীনতা কালৰ ১৮৭০, ১৯০১, ১৯৩১ আৰু ১৯৪১ এই চাৰিটা লোকপিয়লৰ সমীক্ষা দাঙি ধৰি ১৯৩১ চনৰ লোকপিয়লটোতেই অসমীয়া জাতীয়তাবাদৰ উত্থান ঘটিছিল বুলি তেওঁ মন্তব্য কৰে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক চন্দন শৰ্মা

মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মানজিত গগৈৰ সঞ্চালনাত অনুষ্ঠিত স্মাৰক বক্তৃতাটো উদ্বোধন কৰে  শিৱসাগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ প্ৰকাশ কটকীয়ে।

চাৰিং শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিপুল বৰকটকীয়ে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে।

আজিৰ অনুষ্ঠানতেই অলপতে শিলচৰৰ অসম বিশ্ববিদ্যালয় পৰা পি.এইচ.ডি. লাভ কৰাৰ বাবে মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড০ আকাশজ্যোতি শইকীয়াক শিক্ষক গোটৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

তদুপৰি মহাবিদ্যালয়ৰ শৈক্ষিক দিশত ছাত্ৰ-ছাত্ৰীসকলৰ উদ্গনি জনোৱাৰ উদ্দেশ্য বিশিষ্ট ব্যক্তিসকলৰ নামত প্ৰদান কৰি অহা ন্যাস বঁটা সমূহ প্ৰদান কৰা হয়।

Recent News

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd