• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অক্টোবৰত ইম্ফলত প্রথমবাৰলৈ অনুষ্ঠিত হ’ব নৰ্থ-ইষ্ট অলিম্পিক গেমছ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2018 11:00 am
Khuman_Lampak_Main_Stadium

নৰ্থ-ইষ্ট অলিম্পিক গেমছ অনুষ্ঠিত হ’ব লগীয়া ইম্ফলৰ খুমান লাম্পাক ষ্টেডিয়াম। ফাইল ফটো : ইন্টাৰনেটৰ সৌজন্যত

379
VIEWS
Share on FacebookShare on Twitter

অহা ২৪-২৮ অক্টোবৰত মণিপুৰৰ ইম্ফলত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব নৰ্থ-ইষ্ট অলিম্পিক গেমছ। মণিপুৰ অলিম্পিক সন্থাৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলি আছে। প্ৰতিযোগিতাখনত মুঠ ১২টা ইভেণ্ট থাকিব।

প্ৰতিযোগিতাখনত থাকিবলগীয়া ইভেন্টসমূহৰ ভিতৰত আছে এথলেটিকছ, আৰ্চাৰী, বক্সিং, ফুটবল, টাইকোৱানডো, টেবুল টেনিজ, ভাৰোত্তোলন, উশ্বু, বেডমিণ্টন, জুডো, কাৰাটে আৰু শ্বুটিং।

পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনত উত্তৰ-পূবৰ ৰাজ্য কেইখনে অংশগ্ৰহণ কৰিব। ইম্ফলৰ খুমান লাম্পাক ষ্টেডিয়ামত হ’ব লগীয়া প্ৰতিযোগিতাখনৰ বাবে দলবোৰ অহা ২৩ অক্টোবৰত ইম্ফলত উপস্থিত হ’ব।

মণিপুৰ অলিম্পিক সন্থাৰ সম্পাদকপ্ৰধান সুনীল এলাংবামে জানিব দিয়া মতে পূৰ্বতে নৰ্থ-ইষ্ট গেমছ অনুষ্ঠিত হ’লেও প্ৰথমবাৰলৈ নৰ্থ-ইষ্ট অলিম্পিক গেমছ অনুষ্ঠিত হৈছে। ভাৰতীয় অলিম্পিক সন্থা আৰু কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক অনুদানত আয়োজন কৰা হৈছে এই নৰ্থ-ইষ্ট অলিম্পিক গেমছ।

এই নৰ্থ-ইষ্ট অলিম্পিক গেমছৰ বাবে কৰ্প’ৰেট খণ্ডয়ো সহায়ৰ হাত আগবঢ়াইছে বুলি এলাংবামে জানিব দিয়ে।

Recent News

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd