• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেদমিণ্টন কেন্দ্ৰৰ খেল নহয়, ‘বাতৰি’ক তীব্ৰ গৰিহণা খোদ সাংবাদিকৰ

বোকাখাতৰ চন্দ্ৰমা নামৰ পৰিত্যক্ত চিনেমা হলটোত স্থানীয় এদল যুৱকে গঢ়ি তোলা বেদমিণ্টন প্ৰশিক্ষণ কেন্দ্ৰ্টোক লৈ পৰিৱেশিত বাতৰি সন্দৰ্ভত সাংবাদিকৰে মাজতে ঘটিছে মতানৈক্য। কাজিৰঙাৰ এজন সাংবাদিকে পৰিৱেশন কৰা এই বাতৰিটো ‘ভিত্তিহীন আৰু উদ্দেশ্যপ্ৰণোদিত’ বুলি অভিহিত কৰি শনিবাৰে বোকাখাতত বেদমিণ্টন কেন্দ্ৰটো পৰিচালনাকাৰী স্থানীয় সংগঠন ৩টাই এক সংবাদমেলত উপস্থিত স্থানীয় সমূহ সাংবাদিকে বাতৰিটোক ‘গৰিহণা’ দিয়ে।

উত্তম শইকীয়া by উত্তম শইকীয়া
September 16, 2018 4:40 pm
বোকাখাতৰ বেদমিণ্টন কেন্দ্ৰৰ সংবাদমেলৰ ছবি। ফট’- নৰ্থ ইষ্ট নাও।

বোকাখাতৰ বেদমিণ্টন কেন্দ্ৰৰ সংবাদমেলৰ ছবি। ফট’- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ চন্দ্ৰমা নামৰ পৰিত্যক্ত চিনেমা হলটোত স্থানীয় এদল যুৱকে গঢ়ি তোলা বেদমিণ্টন প্ৰশিক্ষণ কেন্দ্ৰ্টোক লৈ পৰিৱেশিত বাতৰি সন্দৰ্ভত সাংবাদিকৰে মাজতে ঘটিছে মতানৈক্য।

প্ৰশিক্ষণ কেন্দ্ৰটোৱে বিদ্যুৎ চুৰি কৰা আৰু এই কাম মহকুমা আৰক্ষী বিষয়াজনৰ সহযোগিতাত হোৱা বুলি এখন অসমীয়া বাতৰি কাকতে পৰিৱেশন কৰা ‘ভিত্তিহীন’ বাতৰিক লৈ এই ঘটনাৰ সূত্ৰপাত হৈছে।

Apply Now

কাজিৰঙাৰ এজন সাংবাদিকে পৰিৱেশন কৰা এই বাতৰিটো ‘ভিত্তিহীন আৰু উদ্দেশ্যপ্ৰণোদিত’ বুলি অভিহিত কৰি শনিবাৰে বোকাখাতত বেদমিণ্টন কেন্দ্ৰটো পৰিচালনাকাৰী স্থানীয় সংগঠন ৩টাই এক সংবাদমেলত উপস্থিত স্থানীয় সমূহ সাংবাদিকে বাতৰিটোক ‘গৰিহণা’ দিয়ে।

সংবাদমেলখনত বোকাখাতৰ মহকুমা সাংবাদিক সন্থা, বোকাখাত প্ৰে’ছ ক্লাব আৰু ইলেক্ট্ৰনিক মীডিয়া জাৰ্নেলিষ্ট এচচিয়েচনৰ সকলো সাংবাদিক উপস্থিত আছিল।

বোকাখাতৰ চন্দ্ৰমা, জাগৃতি আৰু বোকাখাত টাউন ক্লাব নামৰ তিনিটা সংগঠনে পৰিত্যক্ত চিনেমা হলটোত বেদমিণ্টন প্ৰশিক্ষণ কেন্দ্ৰৰূপে গঢ়ি তুলিছে। সংগঠনকেইটাই শনিবাৰৰ সংবাদমেলত কয় যে ‘ইন্দ’ৰ খেলৰ সুবিধা নথকা বোকাখাত’ত তেওঁলোকে মুকলি কৰা কেন্দ্ৰটোৰ বাবে নিয়মীয়াকৈ বিদ্যুৎ মাচুল আদায় দি থকা হৈছে।

‘বোকাখাতত ইনড’ৰ খেলৰ সুবিধা নথকাৰ বাবে অতি কষ্টৰে আমি পৰিত্যক্ত চিনেমা হলটোত গাঁঠিৰ ধন ভাঙি বেডমিন্টন খেলৰ উপযোগী কৰি তুলিছো৷ খেলৰ বাবে কাষৰ দুঘৰ মানুহৰ পৰা বিদ্যুৎ সংযোগ কৰি ব্যৱহাৰ কৰা বিদ্যুতৰ বাবে নিয়মিত পইচা দি আহিছো,’ সংবাদমেলত স্পষ্টীকৰণ সংগঠনকেইটাৰ৷

আনহাতে কেন্দ্ৰটোৰ সৈতে ‘মহকুমা আৰক্ষী বিষয়াজনৰ নাম সাঙুৰি বাতৰি পৰিৱেশন কৰা’তো ‘ক্ষোভ প্ৰকাশ কৰিছে’ সংগঠনকেইটাই৷

সংবাদমেলত সংগঠনকেইটাৰ কৰ্মকৰ্তাৰ উপৰি হলটোত প্ৰশিক্ষণৰত কণ-কণ প্ৰশিক্ষাৰ্থী, অভিভাৱককে ধৰি  উপস্থিত কেইবাশও লোকে প্ৰকাশিত বাতৰিটো আৰু পৰিৱেশক কাজিৰঙাৰ সাংবাদিকজনক গৰিহণা দিয়াৰ লগতে ‘বোকাখাতলৈ আহি বিভ্ৰান্তিৰ সৃষ্টি নকৰিবলৈ সকীয়াই’ দিয়ে৷

পৰিত্যক্ত চিনেমা হলটোত ‘এসময়ত গঢ় লৈ উঠা অসামাজিক কাম-কাজ’ বন্ধ কৰি যুৱকসকলে বেডমিন্টন ক’ৰ্ট নিৰ্মাণ কৰাটোৰ শলাগ লৈছে স্থানীয় একাংশ ৰাইজে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

June 14, 2026 6:05 pm
৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

June 14, 2026 5:50 pm
আমাজন প্ৰাইমৰ ৰহস্যধৰ্মী ছিৰিজ ‘ৰাখ’ত অসমৰ অভিনেতা বাহাৰুল ইছলামৰ দুৰ্দান্ত অভিনয়   

আমাজন প্ৰাইমৰ ৰহস্যধৰ্মী ছিৰিজ ‘ৰাখ’ত অসমৰ অভিনেতা বাহাৰুল ইছলামৰ দুৰ্দান্ত অভিনয়  

June 14, 2026 5:30 pm
বিশ্বকাপৰ মঞ্চত ভাৰতীয় বংশোদ্ভৱ খেলুৱৈৰ চমক, তুৰস্কক হৰুৱাই অষ্ট্ৰেলিয়াৰ ঐতিহাসিক জয়

বিশ্বকাপৰ মঞ্চত ভাৰতীয় বংশোদ্ভৱ খেলুৱৈৰ চমক, তুৰস্কক হৰুৱাই অষ্ট্ৰেলিয়াৰ ঐতিহাসিক জয়

June 14, 2026 5:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

June 14, 2026 6:05 pm
৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

June 14, 2026 5:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd