• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেচ বলাৰ কৃষ্ণ দাসে অসমৰ পৰিৱৰ্তে চলিত ছিজনত গোৱাৰ হৈ খেলাৰ সিদ্ধান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2018 7:28 am
das

ক্ৰিকেটাৰ হৰভজন সিঙৰ সৈতে অসমৰ কৃষ্ণ দাসৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৬ৰ ৰঞ্জি আৰু ইৰাণী ট্ৰফীত ৫৩ টাকৈ উইকেট দখল কৰি দেশৰ ভিতৰতে সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হোৱা তথা ‘ইণ্ডিয়া এ’ দলৰ হৈ খেলা অসমৰ পেচ বলাৰ কৃষ্ণ দাসে অসমৰ পৰিৱৰ্তে চলিত ছিজনত গোৱাৰ হৈ খেলাৰ সিদ্ধান্ত লৈছে।

জানিব পৰা মতে আজি কৃষ্ণই বিজয় হাজাৰে এদিনীয়া ক্ৰিকেটত গোৱাৰ হৈ অভিযান আৰম্ভ কৰিব। ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ তিনিওটা ফৰ্মেট ক্ৰমে ৰঞ্জি ট্ৰফী, এদিনীয়া আৰু টি ২০ৰ বাবে ‘প্ৰভিজনেল’ খেলুৱৈ হিচাপে গোৱাত চুক্তিবদ্ধ হৈছে কৃষ্ণ।

উল্লেখ্য যে ৰে’লৱেৰ চাকৰিয়াল কৃষ্ণই ৰে’লৱেৰ পৰা আপত্তিহীম প্ৰমাণ-পত্ৰ লৈ যোৱা ৩০ আগষ্টতে গোৱা দলচ খেলাটো নিশিচিত কৰিছিল। মন কৰিবলগীয়া যে অসমৰ হৈ খেলিবলৈ ৰে’লৱেই আপত্তিহীন প্ৰমাণ-পত্ৰ নিদিয়াৰ বাবেই যোৱাটো ছিজনত কৃষ্ণই অসমৰ হৈ মাত্ৰ এখন মেচ খেলিছিল।

পেচ বলাৰ গৰাকীয়ে অসমৰ পৰিৱৰ্তে গোৱাৰ হৈ খেলিবলৈ লোৱা সিদ্ধান্ত সম্পৰ্কত কয়- ‘অসমৰ হৈ খেলিবলৈ মই সদায় সাজু থাকো। আশা কৰো গোৱাৰ হৈ সুন্দৰ প্ৰদৰ্শন কৰিব পাৰিম আৰু অহা বছৰ আকৌ অসম দলত স্থান ল’ব বিছাৰো’।

উল্লেখ্য যে, ৪০ খন ৰঞ্জী ট্ৰফীত ১৪০ টা উইকেট লাভ কৰা কৃষ্ণ দাসৰ শ্ৰেষ্ঠ প্ৰদৰ্শন উৰিষ্যাৰ বিৰুদ্ধ ২১ ৰাণত ৭ টা উইকেট লাভ ৷  ১৯ বছৰ অনুৰ্ধ্বৰ ভাৰতীয় দল, ভাৰতীয় ব্লু দল, ভাৰতীয় “এ” দল, অৱশিষ্ট ভাৰতীয় দলৰ লগতে ইৰাণী ট্ৰফীত অংশগ্ৰহণ কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে কৃষ্ণ দাসে।

আনহাতে অসমৰ একাংশ প্ৰাক্তন ক্ৰিকেটাৰে কৃষ্ণৰ এই সিদ্ধান্তক সহজভাৱে মানি ল’ব পৰা নাই। তেওঁলোকে অসম ক্ৰিকেট সন্থাৰ অমনযোগিতাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি মত প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ঘোষণা নিৰ্বাচনৰ তাৰিখ

নেপালত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ঘোষণা নিৰ্বাচনৰ তাৰিখ

September 13, 2025 7:21 am
বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

September 13, 2025 6:30 am
শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

September 12, 2025 9:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ঘোষণা নিৰ্বাচনৰ তাৰিখ

নেপালত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ঘোষণা নিৰ্বাচনৰ তাৰিখ

September 13, 2025 7:21 am
বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

September 13, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd