• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অতি শীঘ্ৰে ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিলে অৰুণাচলৰ মুখ্য মন্ত্ৰী প্ৰেমা খাণ্ডুয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2017 11:59 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ নামছাই জিলাৰ চংখাম অঞ্চলৰ এমপঙ গাওঁৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীক কোনো অচিনাক্তই ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছত বুধবাৰে মুখ্য মন্ত্ৰী প্ৰেমা খাণ্ডুৱে জিলা প্ৰশাসন আৰু আৰক্ষীক তদন্ত ক্ষীপ্ৰতৰ কৰি তুলি ধৰ্ষণকাৰী কেইজনক কৰায়ত্ত কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্য মন্ত্ৰীয়ে এনে ঘটনাক নিন্দাকৰাৰ উপৰি এনে অমানৱীয় কাণ্ড সংঘটিত কৰা লোককেইজনৰ মানসিক অৱস্থাৰ বিষয়েও প্ৰশ্ন উথ্থাপণ কৰে। এই নাৰকীয় কাণ্ড সংঘটিত কৰা পাষাণ কেইজনক অতি সোনকালে কৰায়ত্ত কৰি যাৱতীয় শাস্তি বিহা হ’ব বুলি মুখ্য মন্ত্ৰী খাণ্ডুৱে জনায়। তেওঁ লগতে কয় যে প্ৰশাসনৰ প্ৰতি বিশ্বাস ৰাখিবলৈ হ’লে আমি অতি সোনকালে দোষীক কৰায়ত্ত কৰিব লাগিব। জঘন্য কাণ্ডৰ বলি হোৱা কিশোৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায় দুৰ্ভগীয়া পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে মুখ্য মন্ত্ৰী প্ৰেমা খাণ্ডুয়ে।

ৰাজ্যত নাৰীৰ ওপৰত অভাৱনীয় হাৰত বৃদ্ধি পোৱা দুস্কাৰ্যমূলক ঘটনাৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশ মহিলা কল্যাণ সমাজে উদ্বেগ প্ৰকাশ কৰাৰ লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰি ৰ্বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত অনুৰোধ জনোৱা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়। ইয়াৰ উপৰি এই সংগঠনটোৱে সকলো লোককে দুৰ্ভগীয়া পৰিয়ালটোৰ সৈতে ন্যায় প্ৰাপ্তিৰ বাবে থিয় হ’বলৈ আহ্বান জনায়। আনহাতে সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ ফালৰ পৰাও শ্ৰদ্ধা জ্ঞাপন কৰে।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপ খেলিবলৈ আহি চিকাগো বিমানবন্দৰত ৭ ঘণ্টা ধৰি জেৰাৰ সন্মুখীন! কিয় বিতৰ্কত ইৰাকী ষ্ট্ৰাইকাৰ?

বিশ্বকাপ খেলিবলৈ আহি চিকাগো বিমানবন্দৰত ৭ ঘণ্টা ধৰি জেৰাৰ সন্মুখীন! কিয় বিতৰ্কত ইৰাকী ষ্ট্ৰাইকাৰ?

June 7, 2026 12:51 pm
দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

June 7, 2026 11:52 am
ট্ৰাম্প প্ৰশাসনৰ এআই নীতি উপদেষ্টা পদৰ পৰা পদত্যাগৰ ঘোষণা ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণনৰ!

ট্ৰাম্প প্ৰশাসনৰ এআই নীতি উপদেষ্টা পদৰ পৰা পদত্যাগৰ ঘোষণা ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণনৰ!

June 7, 2026 11:08 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 7, 2026 10:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপ খেলিবলৈ আহি চিকাগো বিমানবন্দৰত ৭ ঘণ্টা ধৰি জেৰাৰ সন্মুখীন! কিয় বিতৰ্কত ইৰাকী ষ্ট্ৰাইকাৰ?

বিশ্বকাপ খেলিবলৈ আহি চিকাগো বিমানবন্দৰত ৭ ঘণ্টা ধৰি জেৰাৰ সন্মুখীন! কিয় বিতৰ্কত ইৰাকী ষ্ট্ৰাইকাৰ?

June 7, 2026 12:51 pm
দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

June 7, 2026 11:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd