• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চতম ন্যায়ালয়ৰ ৰঙা চকু : অসম ক্রিকেট সন্থাৰ নতুন সংবিধান প্ৰকাশৰ প্ৰস্তুতি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 22, 2018 10:15 am
aca_ground1

এ চি এৰ অধীনত নিৰ্মিত বৰ্ষাপাৰা ষ্টেডিয়াম। ফটো : আছাম ক্ৰিকেট ডটকমৰ সৌজন্যত

198
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত শীঘ্ৰেই প্ৰকাশ পাব অসম ক্ৰিকেট সন্থাৰ নতুন সংবিধান। এই সন্দৰ্ভত সংবিধান প্ৰণয়ন সমিতিয়ে এই সম্পৰ্কীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। তদুপৰি, এই নতুন সংবিধানৰ আধাৰতে অহা নৱেম্বৰত সন্থাৰ বাৰ্ষিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব।

জানিব পৰা মতে নতুন সংবিধান অনুসৰি ৰাজ্যৰ প্ৰতিখন জিলাৰ এগৰাকীকৈ প্ৰতিনিধিয়ে পৰৱৰ্তী কাৰ্যকালৰ বাবে বিষয়ববীয়া নিৰ্বাচনত ভোটদান কৰিব পাৰিব। এই বিষয়টোক লৈ ৰাজ্যৰ ক্ৰীড়া মহল উৎকণ্ঠিত হৈ পৰিছে।

আনহাতে অহা ২১ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ’ব লগা ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজৰ দিবা-নৈশ এদিনীয়া মেচখনৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। এদিনীয়া মেচখনৰ বাবে অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত টিকটৰ হাৰ তথা অন্যান্য দিশবোৰ চূড়ান্ত কৰা হ’ব।

ইপিনে বৃহস্পতিবাৰে বি চি চি আইৰ লজিষ্টিক মেনেজাৰ মায়ংক পাৰিখে গুৱাহাটী ভ্ৰমণ কৰি দুয়োটা দলৰ খেলুৱৈসকলক হোটেল ৰেডিছন ব্লুত ৰখাটো নিশ্চিত কৰি গৈছে।

এচিএৰ সূত্ৰই জানিব দিয়া মতে অহা ১৭ অক্টোবৰত ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলটো বিয়লি ১ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব আৰু পিছদিনাই বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুশীলন চলাব। তদুপৰি এক সূত্ৰই জনোৱা মতে মেচখন নিৰ্ধাৰিত সময়সূচী অনুসৰি  দিনৰ ১.৩০ বজাৰ পৰা আৰম্ভ হ’ব লাগে যদিও মেচৰ সময় আগবঢ়াৰ সম্ভাৱনা আছে।

Recent News

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd