• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সম্পূৰ্ণ ব্যৰ্থ এডভাণ্টেইজ আছাম, কোটি কোটি টকা শৰাধ, অসমলৈ বিনিয়োগ অহাৰ সম্ভাৱনা নাই : আব্দুল খালেক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 28, 2018 8:17 pm
Abdul Khalek 2

২৮ ছেপ্তেম্বৰত দিচপুৰ লাষ্টগেইটত ট্ৰেড য়ুনিয়ন যৌথ সমিতিৰ উদ্যোগত হোৱা গণ অৱস্থান কাৰ্য্যসূচীত বিধায়ক আব্দুল খালেক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“এডভাণ্টেইজ আছাম সম্পূৰ্ণ ব্যৰ্থ হৈছে। আমাৰ কথা বাদেই দিয়ক, শাসক দলৰ বিধায়কসকলে এডভাণ্টেইজ আছামৰ বিফলতা উদঙাই দিছে।” ২৮ ছেপ্তেম্বৰত দিচপুৰ লাষ্টগেইটত ট্ৰেড য়ুনিয়ন যৌথ সমিতিৰ উদ্যোগত হোৱা গণ অৱস্থান কাৰ্য্যসূচীত মাত্ৰ ৭  মিনিটৰ বাবে উপস্থিত থাকি এই মন্তব্য কৰে কংগ্ৰেছী বিধায়ক আব্দুল খালেকে।

উল্লেখ্য যে, বিধায়কগৰাকী মাত্ৰ ৭ মিনিটৰ বাবে উক্ত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত উপস্থিত থাকি বিজেপি চৰকাৰৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈ পৰে। অৱশ্যে ট্ৰেড য়ুনিয়নৰ দাবীসমূহৰ প্ৰতি কিমান আন্তৰিক সমৰ্থন আছে সেয়া সন্দেহৰ বিষয়। কিয়নো তেওঁ মাত্ৰ ৭ মিনিট উপস্থিত থাকিয়েই আৰু বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে দুষাৰ কৈয়ে বিদায় লয়।

Apply Now

লক্ষণীয়ভাৱে এডভাণ্টেইজ আছাম অনুষ্ঠিত হোৱা বহুদিন পাৰ হৈ গ’ল যদিও অসমলৈ কোনোধৰণৰ বিনিয়োগ অহা নাই বুলি দাবী কৰে বিধায়ক খালেকে।

এই সম্পৰ্কত তেওঁ কয় “অসমলৈ বিনিয়োগ অহাৰ সম্ভাৱনা নাই, চৰকাৰে এই কথা ৰাজহুৱা কৰিব পৰা নাই। বিনিয়োগকাৰীসকলৰ সৈতে চুক্তি কৰিলেই নহ’ব, কিমান টকা বিনিয়োগ কৰিব, তাৰ এটা সঠিক চিত্ৰ চৰকাৰে দাঙি ধৰিব পৰা নাই।”

তদুপৰি তেওঁ এডভাণ্টেইজ আছামৰ নামত কোটি কোটি টকাৰ এনেই শৰাধ হ’ল বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে।

“আনহাতে নগাওঁ আৰু কাছাৰ কাগজকল পুনৰ উজ্জীৱিত কৰিবলৈ বিধান সভাৰ মজিয়াত দাবী জনাই আহিছো যদিও ৰাজ্য চৰকাৰে তাল-বাহানা কৰি আছে, কোনো এটা সু-উত্তৰ দিব পৰা নাই।” এইবুলি কয় বিধায়ক খালেকে।

তেওঁ লগতে মোদী চৰকাৰক সমালোচনা কৰি কয়, “অৱশ্যে মোদীয়ে ৰাফেল বিমান ক্ৰয়ৰ ক্ষেত্ৰত অনিল আম্বানিৰ ওচৰত আত্মসমৰ্পণ কৰিলে। কিন্তু আমাৰ আশা ৰাজ্য চৰকাৰে ব্যক্তিগত খণ্ডৰ হাতত যাতে আত্মসমৰ্পণ নকৰি অতি সোনকালে কাগজ কল দুটা মুকলি কৰিব লাগে।”

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm
৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

July 5, 2026 5:13 pm
মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

July 5, 2026 4:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd